• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ খৰচ ৫০০০ কোটি, তিনি মাহত JIOৰ পৰা আম্বানীয়ে আয় কৰিলে ৫ হাজাৰ কোটিতকৈয়ো অধিক ধন, হিচাপ শুনিলে আপুনিও চমকি যাব

বিয়াৰ খৰচ ৫০০০ কোটি, তিনি মাহত JIOৰ পৰা আম্বানীয়ে আয় কৰিলে ৫ হাজাৰ কোটিতকৈয়ো অধিক ধন, হিচাপ শুনিলে আপুনিও চমকি যাব

2 years ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

12 minutes ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

30 minutes ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

49 minutes ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

2 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

2 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

3 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

4 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

5 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

6 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

6 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

19 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

বিয়াৰ খৰচ ৫০০০ কোটি, তিনি মাহত JIOৰ পৰা আম্বানীয়ে আয় কৰিলে ৫ হাজাৰ কোটিতকৈয়ো অধিক ধন, হিচাপ শুনিলে আপুনিও চমকি যাব

বিয়াৰ খৰচ ৫০০০ কোটি, তিনি মাহত JIOৰ পৰা আম্বানীয়ে আয় কৰিলে ৫ হাজাৰ কোটিতকৈয়ো অধিক ধন, হিচাপ শুনিলে আপুনিও চমকি যাব

editor by editor
July 24, 2024
in বাণিজ্য
0
বিয়াৰ খৰচ ৫০০০ কোটি, তিনি মাহত JIOৰ পৰা আম্বানীয়ে আয় কৰিলে ৫ হাজাৰ কোটিতকৈয়ো অধিক ধন, হিচাপ শুনিলে আপুনিও চমকি যাব
0
SHARES
465
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনন্তৰ বিয়া আৰু জিঅ’ ৰিচাৰ্জৰ দামবৃদ্ধি দুটা বিষয়ক লৈ চৰ্চাত আছে আম্বানী পৰিয়াল৷ ধুমধামেৰে পুত্ৰৰ বিয়া আয়োজন কৰাৰ পাছত সকলোৰে এটাই অভিযোগ জিঅ’ৰ দাম বঢ়াই পুত্ৰৰ বিয়াৰ খৰচ ওলিয়াই ল’লে আম্বানীয়ে৷ কিন্তু বিগত তিনিমাহত জিঅ’ৰ পৰা আম্বানীৰ কিমান লাভ হৈছে?

বহু সূত্ৰই প্ৰকাশ কৰামতে আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্তৰ বিয়াত আম্বানীয়ে ব্যয় কৰিছে ৫০০০ কোটি৷ সেই হিচাপ অৱশ্যে আম্বানীৰ বাবে তেনেই কম৷ এই খৰচ কৰা ধন আম্বানীৰ মুঠ সম্পত্তিৰ মাত্ৰ ০.০৫শতাংশ৷ ইয়াৰ মাজতেই প্ৰকাশ হৈছে ৰিলায়েন্স জিঅ’ৰ তিনিমাহৰ লাভৰ হিচাপ৷

এপ্ৰিল, মে আৰু জুন মাহৰ লাভৰ হিচাপ ভাইৰেল হৈছে৷ সূত্ৰই প্ৰকাশ কৰামতে ৰিলায়েন্স জিঅ’ ইনফোকমৰ প্ৰথম ত্ৰিমাহিক যি হিচাপ তাত লাভৰ পৰিমাণ পূৰ্বতকৈ বহু বেছি৷ বিগত বছৰৰ প্ৰথম তিনিমাহৰ নেট প্ৰফিট আছিল ৪৮৬৩ কোটি৷ এইবাৰ সেই লাভৰ অংক বাঢ়ি হৈছেগৈ ৫,৪৪৫ কোটি৷ অৰ্থাৎ বিগত বছৰৰ তুলনাত এইবাৰ নেট প্ৰফিট ১২শতাংশলৈ বৃদ্ধি পাইছে৷

ৰিলায়েন্সৰ এই টেলিকম সংস্থাটোৱে বৰ্তমান ৫জি নেটৱৰ্কৰ কাম দেশজুৰি চলাই আছে৷ ২০১৬ চনত মাৰ্কেটলৈ আহিছিল জিঅ’ তাৰপাছতেই এই সংস্থাই উভতি চাব লগা হোৱা নাই৷ ক্ৰমশ আগুৱাই গৈ আছে৷ বৰ্তমান জিঅ’ হৈছে দেশৰ দ্বিতীয় বৃহত্তম টেলিকম নেটৱৰ্ক৷ কেৱল ইণ্টাৰনেটেই নহয়, মোবাইল ডিভাইছ, জিঅ’ এয়াৰ ফাইবাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন এপসহ একাধিক পৰিসেৱা আছে জিঅ’ৰ৷ সম্প্ৰতি ৰিলায়েন্স জিঅ’ৰ ৰিচাৰ্জৰ দাম বাঢ়ি যোৱাক লৈ সমালোচনাও চলিছে৷ তাৰমাজতো এইবৰ্ষৰ জুনলৈকে ৯ মিলিয়ন অৰ্থাৎ প্ৰায় ১০ লাখ গ্ৰাহক যুক্ত হৈছে জিঅ’ৰ সৈতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা
বাণিজ্য

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

September 6, 2026
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত
বাণিজ্য

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

September 6, 2026
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?
বাণিজ্য

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

September 5, 2026
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক
বাণিজ্য

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

September 5, 2026
Next Post
লক্ষ্মীবাৰে গুৰু মঙ্গল যোগ, মা লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

লক্ষ্মীবাৰে গুৰু মঙ্গল যোগ, মা লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

মোক কেৱল ২৫লাখৰ দৰকাৰ…! ট্ৰফী নহয়, ধনৰ বাবেহে বিগবছত যুঁজ বলীউড অভিনেতা ৰণবীৰৰ

মোক কেৱল ২৫লাখৰ দৰকাৰ...! ট্ৰফী নহয়, ধনৰ বাবেহে বিগবছত যুঁজ বলীউড অভিনেতা ৰণবীৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.