• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমুদ্ৰৰ অটলতলিত ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ হতবাক বিজ্ঞানী, সলনি হ’ব বিজ্ঞানৰ সংজ্ঞা?

সমুদ্ৰৰ অটলতলিত ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ হতবাক বিজ্ঞানী, সলনি হ’ব বিজ্ঞানৰ সংজ্ঞা?

2 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

9 minutes ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

1 hour ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

2 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

2 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

3 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

3 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

5 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

5 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

6 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

6 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

7 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

সমুদ্ৰৰ অটলতলিত ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ হতবাক বিজ্ঞানী, সলনি হ’ব বিজ্ঞানৰ সংজ্ঞা?

সমুদ্ৰৰ অটলতলিত ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ হতবাক বিজ্ঞানী, সলনি হ’ব বিজ্ঞানৰ সংজ্ঞা?

editor by editor
July 24, 2024
in Uncategorized, জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব
0
সমুদ্ৰৰ অটলতলিত ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ হতবাক বিজ্ঞানী, সলনি হ’ব বিজ্ঞানৰ সংজ্ঞা?
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি সৰুৰে পৰাই পঢ়ি আহিছো যে উদ্ভিদ আৰু শৈৱালসহ সালোকসংশ্লেষী প্ৰাণীয়েহে পৃথিৱীত অক্সিজেন তৈয়াৰ কৰিব পাৰে৷ সালোকসংশ্লেষণৰ কথাটোৰ সৈতে আকৌ পোহৰ বা সৌৰৰশ্মিৰ কথাটোও নিহিত হৈ আছে৷ অৰ্থাৎ পোহৰ অবিহনে অক্সিজেন তৈয়াৰ কৰাটো অসম্ভৱ বুলি বিজ্ঞানৰ কিতাপত উল্লেখ আছে৷ কিন্তু পৃথিৱীৰ গভীৰ সমুদ্ৰতলত য’ত সূৰ্যৰ ৰশ্মি গৈ নাপায় তাতেই অক্সিজেন তৈয়াৰ হৈছে৷ কিন্তু গভীৰ আন্ধাৰ সমূদ্ৰতলত কেনেকৈ অক্সিজেনৰ উৎস আছে? বিগত সময়ছোৱাত এই বিষয়টোক লৈয়েই গৱেষণা চলাই আছে বিজ্ঞানীয়ে৷ অৱশেষত বিজ্ঞানীয়ে লাভ কৰিছে তথ্য৷ গভীৰ অন্ধকাৰত ধাতৱ খনিজৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত তৈয়াৰ হৈছে ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ বা ‘অন্ধকাৰ অক্সিজেন’৷

সম্প্ৰতি নেচাৰ জিঅ’চায়েন্সৰ এখন জাৰ্নেলে প্ৰকাশ কৰামতে ‘অটল সমুদ্ৰতলিত অন্ধকাৰ অক্সিজেন উৎপাদনৰ প্ৰমাণ’  বুলি এখন গৱেষণাপত্ৰ প্ৰকাশিত হৈছে৷ সেই গৱেষণাপত্ৰতেই দাবী কৰা হৈছে, ‘সালোকসংশ্লেষণ অবিহনে অন্য উপায়েৰেও অক্সিজেন তৈয়াৰ হয়৷ প্ৰাণৰ সংপৃক্ততা অবিহনেও অক্সিজেন তৈয়াৰ হয়৷ আৰু সেই অক্সিজনেই জীয়াই ৰাখে সমুদ্ৰৰ গভীৰতাত থকা প্ৰাণসমূহক৷ সেই জীৱসমূহ অন্ধকাৰতো জীয়াই থাকে৷’

এই অন্ধকাৰ অক্সিজেন বা ডাৰ্ক অক্সিজেনৰ সন্ধান বহু পূৰ্বেই পোৱা গৈছিল৷ ২০১৩ চনত প্ৰশান্ত ফিল্ডৱাৰ্কলৈ গৈছিল স্কটিছ এছোচিয়েছন ফৰ মেৰিন ছায়েন্সৰ বিজ্ঞানী এন্ডৰু ছুইটমেন৷ ফিল্ডৱৰ্কৰ সময়ত চুইটমেন আৰু তেওঁৰ সহযোগী ক্লাৰিওন-ক্লিপাৰটন জ’নে সমুদ্ৰ তলৰ ইকোচিষ্টেমসমূহৰ ওপৰত গৱেষণা কৰি আছে৷ সেই স্থানত প্ৰাকৃতিকভাৱেই সমুদ্ৰৰ তলদেশৰ বাঢ়ি উঠা খনিজ পদাৰ্থৰ সন্ধান পাইছিল তেওঁলোকে৷  তাতেই লাভ কৰিছিল ডাৰ্ক অক্সিজেনৰ সন্ধান৷

এই তথ্য লাভ কৰি তেওঁলোকে প্ৰথমে ভাৱিছিল, তেওঁলোকৰ যন্ত্ৰপাতিত কিছু ভুল আছে৷ ছুইটমেনে জনাইছে যে এই গ্ৰহত অক্সিজেন তৈয়াৰ কৰে একমাত্ৰ সালোকসংশ্লেষী জীৱইয়ে৷ কিন্তু প্ৰশান্ত মহাসাগৰৰ মাজত কলা আৰু বৃত্তাকাৰ শিল লাভ কৰিছিল বিজ্ঞানীয়ে৷ সেই শিলেই অক্সিজেন উৎপন্ন কৰে৷ যান্ত্ৰিক ত্ৰুটি নে সঁচা সেই কথা পৰীক্ষা কৰিবলৈকে আকৌ বেলেগ যন্ত্ৰৰে তেওঁলোকে পৰীক্ষা কৰে৷ বিগত ১০ বছৰ ধৰি সকলো যন্ত্ৰৰে পৰীক্ষা কৰিও একেই ফল পাইছে বিজ্ঞানীয়ে৷ বাৰে বাৰে যন্ত্ৰই দেখুৱাইছে যে সেই ব্লেক শিলেই উৎপাদন কৰি আছে অক্সিজেন৷  ইয়াৰ পাছতেই বিজ্ঞানীৰ থিয়ৰীও যেন সলনি হৈছে৷ বিজ্ঞানীয়েও মানি লৈছে সেই কথা যে কেৱল সালোকসংশ্লেষী প্ৰাণতেই অক্সিজেন উৎপন্ন নহয়, শিলেও অক্সিজেন তৈয়াৰ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
ব্লগিঙৰ নামত অতিভোজন… ১০ ঘণ্টা ধৰি লাইভত খাদ্য খাই লাইভতেই শেষ হ’ল ফুড ব্লগাৰৰ জীৱন! ক’ত এই ঘটনা?

ব্লগিঙৰ নামত অতিভোজন... ১০ ঘণ্টা ধৰি লাইভত খাদ্য খাই লাইভতেই শেষ হ’ল ফুড ব্লগাৰৰ জীৱন! ক’ত এই ঘটনা?

লক্ষ্মীবাৰে গুৰু মঙ্গল যোগ, মা লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

লক্ষ্মীবাৰে গুৰু মঙ্গল যোগ, মা লক্ষ্মী আহিব এই ৫ৰাশিৰ ঘৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.