• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিভোৰ্চৰ এসপ্তাহ পাৰ হ’ল… নাতাশাৰ ইনষ্টাগ্ৰাম পোষ্টত প্ৰেমভৰা কমেণ্ট দি কি ক’লে হাৰ্দিক পাণ্ডিয়াই?

ডিভোৰ্চৰ এসপ্তাহ পাৰ হ’ল… নাতাশাৰ ইনষ্টাগ্ৰাম পোষ্টত প্ৰেমভৰা কমেণ্ট দি কি ক’লে হাৰ্দিক পাণ্ডিয়াই?

2 years ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

36 minutes ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

55 minutes ago
৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

2 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

3 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

3 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

3 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

4 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

4 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

6 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডিভোৰ্চৰ এসপ্তাহ পাৰ হ’ল… নাতাশাৰ ইনষ্টাগ্ৰাম পোষ্টত প্ৰেমভৰা কমেণ্ট দি কি ক’লে হাৰ্দিক পাণ্ডিয়াই?

ডিভোৰ্চৰ এসপ্তাহ পাৰ হ’ল... নাতাশাৰ ইনষ্টাগ্ৰাম পোষ্টত প্ৰেমভৰা কমেণ্ট দি কি ক’লে হাৰ্দিক পাণ্ডিয়াই?

editor by editor
July 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ডিভোৰ্চৰ এসপ্তাহ পাৰ হ’ল… নাতাশাৰ ইনষ্টাগ্ৰাম পোষ্টত প্ৰেমভৰা কমেণ্ট দি কি ক’লে হাৰ্দিক পাণ্ডিয়াই?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঠিক এসপ্তাহ পূৰ্বে নাতাশা স্তানকোভিছৰ সৈতে বিচ্ছেদৰ খবৰ ঘোষণা কৰিলে হাৰ্দিক পাণ্ডিয়াই৷ তাৰপাছতেই  তেওঁৰ জীৱনলৈ বহু পৰিবৰ্তনো আহিছে৷ ভাৰতীয় টি-২০ দলৰ নেতৃত্ব তেওঁ নাপালে৷ বৰ্তমান হাৰ্দিক শ্ৰীলংকাত আছেগৈ৷ কিন্তু এই যাত্ৰাত নেতৃত্বৰ ওপৰিও ভাইছ কেপ্টেন্সিও নাপালে হাৰ্দিকে৷ তেওঁৰ ব্যক্তিগত আৰু ক্ৰিকেট জীৱনক লৈ নানান আলোচনা চলিয়েই আছে৷ তাৰমাজতেই এইবাৰ নাতাশা স্তানকোভিচৰ এক ইনষ্টাগ্ৰাম পোষ্টত প্ৰতিক্ৰিয়া শ্বেয়াৰ কৰিছে হাৰ্দিক পাণ্ডিয়াই৷

সামাজিক মাধ্যমত ভাইৰেল হৈছে বিশেষ পোষ্টটো৷ ইনষ্টাগ্ৰামত নাতাশাই সন্তান অগস্ত্যক লৈ বিশেষ ১০খন ছবি শ্বেয়াৰ কৰিছে৷ কেপশ্ব্য্যনত এটা ৰঙা হাৰ্ট ইমজি দিছে নাতাশাই৷ সেই ছবিৰ প্ৰথম ২টা কমেণ্টেই হাৰ্দিক পাণ্ডিয়াৰ৷ এটাত তেওঁ 🧿😍👌🏼এই তিনিটা ইমোজি দিছে৷ এইকেইটা ইমজিৰ ওপৰিও এটি ৰঙা হাৰ্ট ইমজিও দিছে হাৰ্দিকে৷

সন্তান অগস্ত্যক লৈ ডাইনাছৰ থিম পাৰ্কলৈ গৈছিল নাতাশা৷ তাতেই সন্তানৰ সৈতে সময় কটোৱাৰ কিছু ছবি তেওঁ পোষ্ট কৰিছে ইনষ্টাগ্ৰামত৷ ডিভোৰ্ছৰ খবৰ ভাইৰেল হোৱাৰ পাছতেই এইবাৰ আকৌ সন্তান পত্নীৰ ফটোত হাৰ্ট ইমোজি দিয়াক লৈ বহুতেই আচৰিতো হৈছে৷ কিন্তু একাংশৰ মত হাৰ্দিকে ডিভোৰ্ছৰ ঘোষণাপত্ৰত উল্লেখ কৰিছিল সন্তানক একেলগে ডাঙৰ কৰাৰ কথা৷ সন্তানৰ বাবেই হাৰ্দিকে নাতাশাৰ ফটোত এনে ইমোজি দিছে৷

অগ্যস্তৰ জন্মদিনলৈ মাজত মাত্ৰ ৫দিন৷ ৫বছৰ বয়সত ভৰি দিব অগ্যস্তই৷ এইবাৰৰ জন্মদিন মাতৃৰ সৈতেই পালন কৰিব অগস্ত্যই৷ কাৰণ পিতৃ হাৰ্দিক এতিয়া শ্ৰীলংকা ছিৰিজত ব্যস্ত৷ ৩০ জুলাইৰ পৰা ভাৰত আৰু শ্ৰী লংকাৰ তৃতীয় টি-২০ মেচ৷ এই টি-২০ চিৰিজ আৰম্ভ হ’ব ২৭ জুলাইৰ পৰা৷ দ্বিতীয় মেচ আছে ২৮ জুলাইত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন
নিয়োগ

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী
জীৱনশৈলী

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

August 10, 2026
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’
বিনোদন

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

August 10, 2026
Next Post
২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

বল বমক লৈ আহিল নতুন SOP, নিয়ম নামানিলেই কঠোৰ হ’ব প্ৰশাসন

বল বমক লৈ আহিল নতুন SOP, নিয়ম নামানিলেই কঠোৰ হ’ব প্ৰশাসন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.