• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

2 years ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

14 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

17 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

editor by editor
July 25, 2024
in জীৱনশৈলী, বিবিধ
0
২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক  জ্যোতিষ শাস্ত্ৰত ৰাহু আৰু কেতুক ছায়া আৰু পাপী গ্ৰহ আখ্যা দিয়া হয়৷ ৰাহুৰ দৰেই কেতুৱে জাতকক সাংসৰিক আৰু ভৌতিক সুখৰ পৰা বঞ্চিত কৰে৷ প্ৰায় ১৮ মাহৰ পাছত ৰাশি পৰিবৰ্তন কৰিব কেতুৱে৷ বৰ্তমান কন্যা ৰাশিত ভ্ৰমণ কৰিছে কেতুৱে৷ ২০২৫ পৰ্যন্ত এই ৰাশিত থাকিব ছায়া গ্ৰহ৷ কন্যা ৰাশিত কেতুৰ উপস্থিতিৰ কাৰণে কিছু ৰাশিৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব৷ কেইটামান ৰাশিৰ জাতক এই সময়ত সতৰ্ক হৈ থকাটো ভাল৷ কেতুৰ কন্যাত উপস্থিতি ২০২৫ লৈকে কাৰ বাবে শুভ জানক সবিশেষ৷

মেষ ৰাশি

কন্যা ৰাশিত কেতুৰ গোচৰ মেষ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ এই ৰাশিৰ ষষ্ঠ স্থানত কেতু উপস্থিত হৈছে৷ এই ৰাশিৰ স্বাস্থ্য ভালে থাকিব৷ দীৰ্ঘদিন ধৰি চলি থকা সমস্যাৰ পৰা মুক্তি পাব৷ ইয়াৰোপৰি আপোনাৰ সমস্ত চেষ্টা এইবাৰ সফল হ’ব৷ কেৰিয়াৰত অসাধাৰণ সাফল্য লাভৰ সম্ভাৱনা আছে৷ ইয়াৰোপৰি চাকৰিত নতুন সুযোগ পাব৷ কামত সন্তুষ্ট থাকিব৷ মেষ জাতকৰ মনৰ মাজত আত্মবিশ্বাস আৰু সাহস বাঢ়িব৷ যিয়ে সমস্ত ক্ষেত্ৰত সাফল্য লাভৰ বাবে আগুৱাই দিব আপোনাক৷ আয় বৃদ্ধি হ’ব৷ পৰিয়ালৰ সংগ লাভ কৰিব৷

কৰ্কট ৰাশি

এই ৰাশিৰ জাতকৰ বাবে কেতুৰ ৰাশি পৰিবৰ্তন লাভজনক প্ৰমাণিত হ’ব৷ এই ৰাশিৰ জাতকে বহু সাফল্য লাভ কৰিব পাৰিব৷ কেৰিয়াৰত চকু মেল খোৱা সাফল্য পাব৷ আপোনাৰ পৰিশ্ৰম এই সময়ত সফল হ’ব৷ বিদেশ যাত্ৰাৰ সপোন দেখি থকাসকলৰ ইচ্ছা পূৰণ হ’ব৷ বিদেশৰ পৰা ধনলাভ সম্ভৱ৷ আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ বাঢ়িব৷ নতুন চাকৰিৰ সন্ধানত থকাসকল সফল হ’ব৷ এই ৰাশিৰ জাতক সাহসী আৰু অকুতোভয় হ’ব৷ এওঁলোকৰ নেতৃত্ব লোৱাৰ ক্ষমতা অসাধাৰণ৷ এই ব্যক্তিত্বৰ প্ৰভাৱত ব্যৱসায়ত প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰিব৷ আয়ৰ নতুন উৎস পাব৷ জীৱনত আনন্দৰ আগমন হ’ব৷

বৃশ্চিক ৰাশি

২০২৫ পৰ্যন্ত কেতুৰ গোচৰৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনৰ সমস্ত ক্ষেত্ৰত সাফল্য অৰ্জন কৰিব৷ বুদ্ধিমত্তা প্ৰয়োগ কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব৷ নিজৰ যোগ্যতা আৰু প্ৰতিভা চিহ্নিত কৰাৰ চেষ্টা কৰক৷ ইয়াৰোপৰি এই সময়ত কোনো ডাঙৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ ইয়াৰ দ্বাৰা লাভাম্বিত হ’ব বৃশ্চিক ৰাশিৰ জাতক৷ অপ্ৰয়োজনীয় ব্যয় বন্ধ হ’ব৷ আপোনাৰ লুকাই থকা প্ৰতিভা প্ৰকাশিত হ’ব৷ কেতুৰ ওপৰত বৃহস্পতিৰ দৃষ্টি থকাত প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ নেতা হিচাপেও আপুনি আত্মপ্ৰকাশ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
Next Post
বল বমক লৈ আহিল নতুন SOP, নিয়ম নামানিলেই কঠোৰ হ’ব প্ৰশাসন

বল বমক লৈ আহিল নতুন SOP, নিয়ম নামানিলেই কঠোৰ হ’ব প্ৰশাসন

সাংসদ পদ হেৰুওৱাব নেকি কংগনাই? হাইকৰ্টে জাৰি কৰিলে বিশেষ নটিছ

সাংসদ পদ হেৰুওৱাব নেকি কংগনাই? হাইকৰ্টে জাৰি কৰিলে বিশেষ নটিছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.