• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এছিয়া কাপত ভাৰতীয় দলৰ সফলতা, বাংলাদেশক শোচনীয়ভাৱে পৰাজিত কৰি ফাইনেলত উপনীত

এছিয়া কাপত ভাৰতীয় দলৰ সফলতা, বাংলাদেশক শোচনীয়ভাৱে পৰাজিত কৰি ফাইনেলত উপনীত

2 years ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

29 minutes ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

1 hour ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

2 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

4 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

16 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

17 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

18 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

18 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

19 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

20 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এছিয়া কাপত ভাৰতীয় দলৰ সফলতা, বাংলাদেশক শোচনীয়ভাৱে পৰাজিত কৰি ফাইনেলত উপনীত

editor by editor
July 26, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
এছিয়া কাপত ভাৰতীয় দলৰ সফলতা, বাংলাদেশক শোচনীয়ভাৱে পৰাজিত কৰি ফাইনেলত উপনীত
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এছিয়া কাপত ভাৰতীয় দলৰ সফলতা, বাংলাদেশক শোচনীয়ভাৱে পৰাজিত কৰি ফাইনেলত উপনীত

মহিলা এছিয়া কাপৰ ছেমি ফাইনেল খেলত আজি ভাৰতে বাংলাদেশক শোচনীয়ভাৱে পৰাস্ত কৰে। খেলখনত টিম ইণ্ডিয়াই দহটা উইকেটত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। প্ৰথমে বেটিং কৰি বাংলাদেশে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই মাত্ৰ ৮০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ভাৰতে পাছত বেটিং কৰি মাত্ৰ ১১ অভাৰতে এটাও উইকেট নেহেৰুৱাকৈ বাংলাদেশে বান্ধি দিয়া টাৰ্গেট অনায়াসে পাৰ কৰি খেলখনত জয় হোৱাৰ লগতে ফাইনেলত উপনীত হয়।

৮১ ৰানৰ লক্ষ্যৰে টিম ইণ্ডিয়াই এক সুন্দৰ আৰম্ভণি কৰিছিল খেলখনত। মাত্ৰ ১১ অভাৰতে এই স্ক’ৰ লাভ কৰে ছেফালী আৰু স্মৃতি মান্ধনাই। শ্বেফালী ভাৰ্মাই ২৮টা বলত ২৬ ৰান সংগ্ৰহ কৰে। আনহাতে স্মৃতি মান্ধনাই ৩৯টা বলত ৫৫ ৰান সংগ্ৰহ কৰে। স্মৃতি মান্ধনাই নিজৰ ইনিংছত ৯ চাৰি আৰু ১ ছয় কোবাই।

এছিয়া কাপত এই পৰ্যন্ত অপৰাজিত হৈ আছে ভাৰতীয় মহিলা দল। প্ৰতিযোগিতাখনৰ আৰম্ভণিতে নেপাল, পাকিস্তান আৰু বাংলাদেশক পৰাস্ত কৰিছিল। ভাৰতে পুনৰবাৰ ছেমি ফাইনেলত বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। এই মেচখনত উজ্জ্বল প্ৰদৰ্শন কৰা ৰেনুকা ঠাকুৰ সিঙে লাভ কৰে মেন অৱ দ্য মেচৰ বঁটা।

প্ৰথমে বেটিং কৰিবলৈ অহা বাংলাদেশৰ মহিলা দলটোৰ বাবে সেয়া আছিল এক দুঃস্বপ্ন। ৩৫ ৰানৰ ভিতৰতে পেভিলিয়নলৈ ঘূৰি যাবলগীয়া হয় প্ৰায় সম্পূৰ্ণ দলটো। নিগাৰৰ বাহিৰে বাংলাদেশৰ কোনো বেটছমেনে বিশেষ একো কৰিব নোৱাৰে আৰু সমগ্ৰ দলটো ৮০ ৰানতে সীমাবদ্ধ হৈ পৰে।

বাংলাদেশৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে নিগাৰ চুলতানাই। তেওঁ ৫১টা বলত ৩২ ৰানৰ ইনিংছ খেলিছিল। তাৰ বাহিৰে সম্পূৰ্ণ দল বিফল হয়।

টিম ইণ্ডিয়াৰ হৈ ৰেনুকাই ৪ অভাৰত ১০ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে। যাৰ ফলত টি-২০ ইণ্টাৰনেশ্যনেলত ৫০টা উইকেট সম্পূৰ্ণ কৰে। খেল খনত ৰেনুকাৰ বাহিৰে ৰাধা যাদৱেও ১৪ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asia CupFinalIndian Cricket Teamindian teamIndian Women Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা
বিনোদন

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

July 23, 2026
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া
বিনোদন

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

July 23, 2026
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব
জীৱনশৈলী

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

July 23, 2026
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?
ভাৰত

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

July 23, 2026
Next Post
চুবুৰীয়াক ঘৰলৈ মাতি নি স্বামীৰ হতুৱাই কৰালে এই কাম, নিজে বনাই থাকিল ভিডিঅ’

চুবুৰীয়াক ঘৰলৈ মাতি নি স্বামীৰ হতুৱাই কৰালে এই কাম, নিজে বনাই থাকিল ভিডিঅ'

আগষ্ট মাহত শনিয়ে এই ৩ ৰাশিৰ লোকৰ ওপৰত বিশেষ দৃষ্টি ৰাখিব, সাৱধানে থাকিব

আগষ্ট মাহত শনিয়ে এই ৩ ৰাশিৰ লোকৰ ওপৰত বিশেষ দৃষ্টি ৰাখিব, সাৱধানে থাকিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.