• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোপন কথাবোৰ গোপনে নাথাকিব! মনৰ ভাষা পঢ়িব পৰাকৈ শক্তিশালী হৈ উঠিছেAI?

গোপন কথাবোৰ গোপনে নাথাকিব! মনৰ ভাষা পঢ়িব পৰাকৈ শক্তিশালী হৈ উঠিছেAI?

2 years ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

1 hour ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

3 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

4 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

17 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

17 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

19 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

19 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

19 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

20 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

20 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

গোপন কথাবোৰ গোপনে নাথাকিব! মনৰ ভাষা পঢ়িব পৰাকৈ শক্তিশালী হৈ উঠিছেAI?

গোপন কথাবোৰ গোপনে নাথাকিব! মনৰ ভাষা পঢ়িব পৰাকৈ শক্তিশালী হৈ উঠিছেAI?

editor by editor
July 31, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
গোপন কথাবোৰ গোপনে নাথাকিব! মনৰ ভাষা পঢ়িব পৰাকৈ শক্তিশালী হৈ উঠিছেAI?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ্টিফিছিয়েল ইণ্টেলিজেন্স৷ চমুকৈ AI, অসমীয়াত কৃত্ৰিম বুদ্ধিমত্তা৷ কেইবছৰমান পূৰ্বে এই বিষয়টো আমাৰ দেশত বিশেষ প্ৰচলিত নাছিল৷ দেশৰ জনতাক বাবে এই বিষয়টো আছিল অচিন এক বিষয়৷ দুই এজনে বিষয়টোক লৈ পঢ়াশুনা কৰিছিল যদিও ব্যৱহাৰিক দিশ শূন্য আছিল৷ এতিয়া কথাবোৰ সলনি হ’ল৷ ঘৰে ঘৰে AI ইউজাৰকাৰী আছে বুলি ক’লেও ভুল নহয়৷

এতিয়া চাটজিপিটিৰ পৰা আৰম্ভ কৰি ডিপফেক এতিয়া দৈনন্দিন চৰ্চাৰ বিষয় হৈ পৰিছে৷ অদুৰ ভৱিষ্যতে এনে দিন আহিব যে আমাৰ মন মগজুকো এআইয়ে পঢ়ি পেলাব৷ বছৰৰ আৰম্ভণিতেই অসাধ্য সাধন কৰি দেখুৱাইছে ধনকুবেৰ এলন মাস্কৰ সংস্থা Neuralinkয়ে৷ মানৱ মস্তিষ্কত বহুওৱা গৈছে ব্ৰেইন ইণ্টাৰফেছ অৰ্থাৎ চিপ৷ যিয়ে মানৱ মস্তিষ্কৰ সৈতে কম্পিউটাৰৰ যোগাযোগ গঢ়ি তুলিব পাৰে৷ অৰ্থাৎ ইয়াৰ সহায়ত কোনো কথা মনে মনে ভাৱিলেই আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত সেই কথা দেখিবলৈ পোৱা যাব৷

ছেকেণ্ডত মন পঢ়ি পেলোৱা এই উপায়ৰ নাম দিয়া হৈছে ডিকোড৷ স্বাভাৱিকভাৱেই এইয়া অদ্ভুত যেন লাগিলেও সাধাৰণ কথা হৈ পৰিছে৷ এতিয়াৰে পৰা গোপন কথাটো আৰু গোপন হৈ নাথাকিব৷ আপুনি যি বাবে সেয়া কম্পিউটাৰ স্ক্ৰীণত ভাঁহি উঠিব৷ ধৰক আপুনি প্ৰথম প্ৰেমিকৰ কথা ৰোমন্থন কৰিছে সেয়াও কম্পিউটাৰ স্ক্ৰীণত ভাঁহি উঠিব৷ মনৰ ভাষা ছেকেণ্ডতে পঢ়ি লিখিত আকাৰে আপোনাক দেখুৱাই দিব AIয়ে৷ আগন্তুক দিনত এই টেকনলজি আৰু আগুৱাই যাব বুলি আত্মবিশ্বাসী হৈ উঠিছে AIৰ গৱেষণাত জৰিত প্ৰতিজন বিজ্ঞানীয়েই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন
বাণিজ্য

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

August 26, 2026
Next Post
১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.