• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

11 months ago
সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? ছেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? ছেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

7 hours ago
৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

8 hours ago
দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

8 hours ago
জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

10 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

10 hours ago
এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

11 hours ago
এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

11 hours ago
মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

12 hours ago
৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

13 hours ago
মাজত মাত্ৰ দুদিন, শনি-মঙল যোগত ডাঙৰ বিপদ আহি আছে এই ৫ৰাশিৰ, আজিৰ পৰাই সাৱধান হওক এইকেইটা ৰাশিৰ জাতক

মাজত মাত্ৰ দুদিন, শনি-মঙল যোগত ডাঙৰ বিপদ আহি আছে এই ৫ৰাশিৰ, আজিৰ পৰাই সাৱধান হওক এইকেইটা ৰাশিৰ জাতক

13 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

1 day ago
এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 19, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

editor by editor
July 31, 2024
in জীৱনশৈলী
0
১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে
0
SHARES
10.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ জুলাইত কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে সূৰ্যই৷ এই ৰাশিত আহি একাধিক ৰাজযোগ তৈয়াৰ কৰিছে এই গ্ৰহই৷ কিন্তু জ্যোতিষ গণনা অনুসৰি এই সময়ত সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি পৰিছে৷ সূৰ্যৰ ওপৰত ৰাহুৰ নিষ্ঠুৰ দৃষ্টিৰ কাৰণে কেইটামান ৰাশিৰ জাতক প্ৰভাৱিত হ’ব৷ উল্লেখ্য যে সূৰ্যই প্ৰায় এমাহ ধৰি কোনো ৰাশিত অৱস্থান কৰে৷ ১৫ আগষ্ঠৰ পৰ্যন্ত কৰ্কট ৰাশিত বিৰাজমান থাকিব ৰাহু৷ এই কাৰণতেই আগষ্টৰ মাজৰ সময়লৈকে চেলেঞ্জৰ সন্মুখীন হ’ব কেইবাটাও ৰাশিৰ জাতক৷ সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টিৰ ফলত চেলেঞ্জৰ মুখামুখি হ’ব এইকেইটা ৰাশিৰ জাতক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ দ্বাদশ স্থানত সূৰ্যৰ গোচৰ হৈছে৷ কোষ্ঠীৰ দ্বাদশ স্থানত লোকচান, ক্ষতি, সমস্যাৰ কাৰক৷ ৰাহুৱে আপোনাৰ অষ্টম স্থানৰ পৰা সূৰ্যৰ ওপৰত পঞ্চম দৃষ্টি আছে৷ যাৰ ফলত হঠাৎ স্বাস্থাজনিত সমস্যাই দেখা দিব এই ৰাশিৰ জাতকৰ৷ ব্যৱসায়ীৰ বাবে এই সময় বিশেষ শুভ নহয়৷ লাভৰ পৰিমান কমিব৷ ১৫ আগষ্টৰ ভিতৰত কোনো ধৰণৰ লগ্নি নকৰিব৷ চাকৰিয়াল জাতকে কৰ্মক্ষেত্ৰত গাফিলতি নকৰিব৷ উচ্চাধিকাৰীসকলে বিবাদ এৰাই চলক৷

ধনু ৰাশি

ধনু ৰাশিৰ অষ্টম স্থানত সূৰ্য আৰু চতুৰ্থ স্থানত ৰাহুৱে অৱস্থান কৰিছে৷ ৰাহুৰ নিষ্ঠুৰ দৃষ্টিৰ কাৰণে ধনু জাতকৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব৷ মানসিক অৱসাদৰ প্ৰভাৱ বাঢ়িব পাৰে৷ ইয়াৰোপৰি সুখ সাধন কমিব৷ এই সময়ত যাত্ৰা এৰাই চলক ধনু ৰাশিৰ জাতকে৷ অন্যহাতে আৰ্থিক লোকচানৰ আশংকা আছে৷ কাকো ধন ধাৰে নিদিব৷ কৰ্মক্ষেত্ৰত বিবাদ দূৰ হ’ব৷

মীন ৰাশি

জ্যোতিষ গণনা অনুসৰি মীন ৰাশিৰ লগ্ন স্থানত ৰাহু আৰু পঞ্চম স্থানত সূৰ্যই বিচৰণ কৰিছে৷ মীন ৰাশি জাতকে এই সময়ত খোৱাবোৱাৰ যত্ন লওক৷ যাত্ৰাৰ সময়ত কাগজ পত্ৰ লগত নাৰাখিলে বিপদত পৰিব৷ কোনো নতুন কামৰ পৰিকল্পনা থাকিলে বাতিল কৰক৷ জীৱনসংগীৰ মনোমালিন্য সম্ভৱ৷

অশুভ প্ৰভাৱৰ পৰা মুক্তিৰ উপায়

সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টিৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি পাবলৈ এই ৰাশিৰ জাতকে সূৰ্যক পানীৰ অৰ্ঘ্য দিয়ক৷ বয়স্কসকলৰ আশীৰ্বাদ লৈ কামত আগবাঢ়ক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা
জীৱনশৈলী

৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

June 18, 2025
দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী
জীৱনশৈলী

দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

June 18, 2025
জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?
জীৱনশৈলী

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

June 18, 2025
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে
জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

June 18, 2025
Next Post
সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আগষ্টৰ পহিলা দিন, কিদৰে যাব আজিৰ দিনটো, ভাগ্য উজলি উঠিব বিশেষ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.