• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

2 years ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

4 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

4 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

5 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

6 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

7 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

7 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

8 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

8 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

9 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

10 hours ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

11 hours ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

editor by editor
July 31, 2024
in জীৱনশৈলী
0
সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্মত যিকোনো শুভ কাম ক ৰাৰ সময়ত বিশেষ দিন, সময় আদি চাই লোৱা হয়। কোন সময়ত কি কাম কৰিলে শুভ ফল লাভ কৰিব সেই কথাও শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ সৈতে কোনটো কাম কেতিয়া কৰিলে ইয়াৰ অশুভ  প্ৰভাৱ পৰে সেই কথাও শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰই কৈছে কোনো ভাল কাম ভুল সময়ত কৰিলে তাৰ শুভ প্ৰভাৱ লাভ নকৰিব। হিন্দুধৰ্মত সন্ধিয়াবেলা কেইটামান কাম কৰিব নালাগে বুলি পৰামৰ্শ দিয়া হৈছে। এই কামসমূহ সন্ধিয়া কৰিলে জীৱন দুখ-দৰিদ্ৰতাৰে ভৰি পৰে বুলিও উল্লেখ আছে। জানি থওক সন্ধিয়া কি কি কাম নকৰিব?

সন্ধিয়া কি কি কাম নকৰিব?

এনে কিছু কাম আছে যি কাম সন্ধিয়া কৰিলে মা লক্ষ্মী ৰুষ্ট হয়। ইয়াৰ ফলত দেৱী লক্ষ্মীয়ে আমাৰ সংসাৰ এৰি বিদায় লয়। লক্ষ্মীয়ে বিদায় ললেই জীৱনত অভাৱ আহে।

সন্ধিয়া কাকোৱেই গাখীৰ দান নকৰিব

সন্ধিয়াসময়ত কাকোৱেই গাখীৰ, দৈ আদি দান নকৰিব। এই সামগ্ৰীসমূহ  শুক্ৰ গ্ৰহৰ সৈতে সম্পৰ্কযুক্ত। শুক্ৰ গ্ৰহৰ অধিপতি হৈছে মা লক্ষ্মী। সেয়ে সন্ধিয়া এইসমূহ সামগ্ৰী ঘৰৰ পৰা ওলাই গলে মা লক্ষ্মীও ঘৰৰ পৰা ওলাই যায়। ঘৰৰ পৰা মা লক্ষ্মী ওলাই গলেই ঘৰত অশান্তি আহে।

সন্ধিয়া কাকোৱেই হালধি দান নকৰিব

সন্ধিয়া কাকোৱেই ভুলতো হালধী দান নকৰিব। হালধী দান কৰিলে লক্ষ্মীও লগে লগে ঘৰৰ পৰা ওলাই যায়। বিশেষকৈ বৃহস্পতিবাৰে সন্ধিয়া ভুলতো হালধি কাকো দান নিদিব। আপুনি নিজেই নিজৰ ক্ষতি কৰা কাম এয়া। হালধী হৈছে বিষ্ণু আৰু বৃহস্পতিৰ সৈতে সম্পৰ্কযুক্ত। সন্ধিয়া হালধী দান কৰিলে আপোনাৰ জীৱনৰ পৰা সৌভাগ্য, সম্পদ, সমৃদ্ধিয়ে বিদায় লয়। ইয়াৰ ফলত আপোনাৰ সৌভাগ্য় দুৰ্ভাগ্যত পৰিণত হয়।

সন্ধিয়া ঘৰ ঝাড়ু নিদিব

সন্ধিয়া ঘৰ ঝাড়ু দিলে মা লক্ষ্মীয়ে ঘৰত প্ৰৱেশ নকৰে। সেয়ে এই সময়ত ভুলতো ঘৰ ঝাড়ু দিয়া উচিত নহয়। সূৰ্যাস্তৰ আগতেই ঘৰ ঝাড়ু দিব লাগে। সূৰ্য ডুবি যোৱাৰ পাছত ঘৰ ঝাড়ু দিলে সংসাৰলৈ দৰিদ্ৰতা আহে।

ঘৰৰ মূল দুৱাৰ আন্ধাৰ কৰি নাৰাখিব

সন্ধাবেলা ভুলতো ঘৰৰ মূল দুৱাৰ নিষ্প্ৰদীপ কৰি নাৰাখিব। সন্ধিয়া হোৱাৰ পূৰ্বেই ঘৰৰ মূল দুৱাৰৰ লাইট জ্বলাই ৰাখক। ঘৰৰ গেট অন্ধকাৰ হৈ থাকিলে ঘৰত লক্ষ্মী প্ৰৱেশ কৰিব নোৱাৰে। লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ ঘৰৰ মূল দুৱাৰ সদায়ে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি লাইট জ্বলাই ৰাখিব।

সন্ধিয়া কাকো নিমখ নিদিব

সন্ধাবেলা কাকোৱেই নিমখ দান নকৰিব। সন্ধিয়া কাৰোবাক নিমখ ধাৰে দিলে জীৱনলৈ নানান সমস্যা আহে। জীৱনৰ উন্নতিৰ পথতো বাধা আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী
জীৱনশৈলী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

June 23, 2026
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?
অপৰাধ

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

June 23, 2026
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক
জীৱনশৈলী

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

June 23, 2026
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?
জীৱনশৈলী

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

June 23, 2026
Next Post
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আগষ্টৰ পহিলা দিন, কিদৰে যাব আজিৰ দিনটো, ভাগ্য উজলি উঠিব বিশেষ ৰাশিৰ

আজি ১ আগষ্টৰ পৰা পৰিবৰ্তিত নিয়ম, বিপদত পৰাৰ পূৰ্বে পুৱাই পঢ়ক সবিশেষ

আজি ১ আগষ্টৰ পৰা পৰিবৰ্তিত নিয়ম, বিপদত পৰাৰ পূৰ্বে পুৱাই পঢ়ক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.