• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি ১ আগষ্টৰ পৰা পৰিবৰ্তিত নিয়ম, বিপদত পৰাৰ পূৰ্বে পুৱাই পঢ়ক সবিশেষ

আজি ১ আগষ্টৰ পৰা পৰিবৰ্তিত নিয়ম, বিপদত পৰাৰ পূৰ্বে পুৱাই পঢ়ক সবিশেষ

2 years ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

21 minutes ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

57 minutes ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

2 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

3 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

3 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

4 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

6 hours ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

17 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

18 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

18 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি ১ আগষ্টৰ পৰা পৰিবৰ্তিত নিয়ম, বিপদত পৰাৰ পূৰ্বে পুৱাই পঢ়ক সবিশেষ

editor by editor
August 1, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত
0
আজি ১ আগষ্টৰ পৰা পৰিবৰ্তিত নিয়ম, বিপদত পৰাৰ পূৰ্বে পুৱাই পঢ়ক সবিশেষ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১ আগষ্টৰ পৰা পৰিবৰ্তিত নিয়ম, বিপদত পৰাৰ পূৰ্বে পুৱাই পঢ়ক সবিশেষ

আজি  আগষ্ঠ মাহৰ ১ তাৰিখ, আজিৰে পৰা কিছু সালসলনি হৈ পৰিব নিয়ম।  কি কি নিয়মৰ পৰিবৰ্তন হ’ব-

LPG গেছৰ দাম

প্ৰতি মাহৰ আৰম্ভণিতেই তৈল বিপণনী সংস্থাসমূহে আন্তৰ্জাতিক বজাৰত পেট্ৰলিয়ামজাত পণ্যৰ দামৰ পৰ্যালোচনা কৰি LPG চিলিণ্ডাৰৰ দাম ধাৰ্য্য কৰে৷ বিগত মাহত ১৯ কিঃগ্ৰাঃ বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম কমোৱা হৈছিল৷ ১৪.২ কিঃগ্ৰাঃ এল পি জি চিলিণ্ডাৰৰো দামৰ পৰিবৰ্তন হোৱা নাছিল৷ আগন্তুক আগষ্ট মাহৰ প্ৰথমদিনা LPG চিলিণ্ডাৰৰ দাম কমিব নে বাঢ়িব সেয়া লক্ষ্যণীয় বিষয়৷

গুগল মেপ অধিক সুলভ হৈ পৰে
ভাল খবৰ! ১ আগষ্টৰ পৰা গুগল মেপ ব্যৱহাৰ আৰু সস্তা হ’ব। কোম্পানীটোৱে নিজৰ সেৱাৰ চাৰ্জ ৭০% হ্ৰাস কৰিছে। অৰ্থাৎ এতিয়া কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ গুগল মেপ ব্যৱহাৰ কৰিব পাৰিব।

HDFC বেংকৰ নিয়ম

১ আগষ্টৰ পৰা দেশৰ অন্যতম বৃহত্তম বেচৰকাৰী বেংক HDFC য়ে তেওঁলোকৰ ক্ৰেডিট কাৰ্ডৰ নিয়মত বৃহৎ পৰিবৰ্তন আনিছে৷ HDFC বেংকৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা অনুসৰি এইবাৰ থাৰ্ড পাৰ্টি এপ বা তৃতীয় পক্ষৰ কোনো এপৰ মাধ্যমেৰে ক্ৰেডিট কাৰ্ডৰ লেনদেন কৰিলে তাৰ ওপৰত লেনদেনৰ চাৰ্জ ল’ব বেংকে৷ বেংকৰ তৰফৰ পৰা জনোৱা অনুসৰি ক্ৰেড, চেক, মোবিকুইক আৰু ফ্ৰিচাৰ্জৰ দৰে এপৰ মাধ্যমেৰে লেনদেন কৰিলে ১শতাংশ চাৰ্জ ধাৰ্য কৰা হ’ব৷ সৰ্বাধিক ৩০০০ টকা পৰ্যন্ত চাৰ্জ লোৱা হ’ব৷ ইয়াৰোপৰি ১৫ হাজাৰ টকাৰ লেনদেনৰ ওপৰত ১শতাংশ ছাৰ্ভিছ চাৰ্জ দিব লাগিব৷ ইয়াৰোপৰি EMIৰ ক্ষেত্ৰতো ২৯৯ টকা প্ৰছেচিং চাৰ্জ লোৱা হ’ব৷

আই টি আৰ দাখিল কৰাত পলম নকৰিব
আপোনালোকক জনাওঁ যে আয়কৰ বিভাগে আয়কৰ দাখিলৰ অন্তিম তাৰিখ হিচাপে ৩১ জুলাই নিৰ্ধাৰণ কৰিছে। যদি আপুনি নিৰ্ধাৰিত তাৰিখৰ আগতে আয়কৰ ৰিটাৰ্ণ দাখিল নকৰে তেন্তে ৫০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। যদি আপোনাৰ আয় ৫ লাখতকৈ কম হয় তেন্তে জৰিমনা ১০০০ টকা পৰ্যন্ত হ’ব পাৰে আৰু আয় ৫ লাখতকৈ অধিক হ’লে আইটিআৰ পলমকৈ দাখিল কৰাৰ জৰিমনা ৫ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে।

সস্তা হ’ব গুগল মেপ

১ আগষ্টৰ পৰা ভাৰতত সস্তা হ’ব গুগল মেপ পৰিসেৱা৷ এইবাৰৰ পৰা গ্ৰাহকসকলে ৭০ শতাংশ কম চাৰ্জ দিব লাগিব৷ ইয়াৰোপৰি ডলাৰৰ পৰিবৰ্তে ভাৰতীয় মুদ্ৰাতেই চাৰ্জ লোৱা হ’ব৷ সাধাৰণ ব্যৱহাৰকাৰীৰ ওপৰত কোনো চাৰ্জৰ কথা নাই৷ তেওঁলোকে কোনো চাৰ্জ দিব নালাগে৷

বেংকৰ ছুটি

আগষ্ট মাহত কেইবাটাও উল্লেখযোগ্য দিন আছে৷ যেনে স্বাধীনতা দিৱস, জন্মাষ্টমী আদি৷ এইকেইটা দিনত বন্ধ থাকিব বেংক পৰিসেৱা৷ শনি, দেওবাৰকে ধৰি এই বিশেষ দিনকেইটাক লৈ মুঠ ১৩দিন বন্ধ থাকিব বেংক পৰিসেৱা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 1 august1 august 2024ChangeChanges
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ
জীৱনশৈলী

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

May 25, 2026
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?
অসম

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

May 25, 2026
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?
জীৱনশৈলী

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

May 25, 2026
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!
জীৱনশৈলী

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

May 25, 2026
Next Post
ডাৱৰ বিস্ফোৰণ আৰু বৰষুণৰ ভয়ংকৰ ৰূপ, প্ৰাণ হেৰুৱালে ৮ জনে, বহু লোক নিৰুদ্দেশ

ডাৱৰ বিস্ফোৰণ আৰু বৰষুণৰ ভয়ংকৰ ৰূপ, প্ৰাণ হেৰুৱালে ৮ জনে, বহু লোক নিৰুদ্দেশ

পুৱতি নিশা শোকাৱহ দুৰ্ঘটনা, বাহন কাটিহে উদ্ধাৰ ৫ নিহতক, অন্য ৫ আহত

পুৱতি নিশা শোকাৱহ দুৰ্ঘটনা, বাহন কাটিহে উদ্ধাৰ ৫ নিহতক, অন্য ৫ আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.