• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাৱৰ বিস্ফোৰণ আৰু বৰষুণৰ ভয়ংকৰ ৰূপ, প্ৰাণ হেৰুৱালে ৮ জনে, বহু লোক নিৰুদ্দেশ

ডাৱৰ বিস্ফোৰণ আৰু বৰষুণৰ ভয়ংকৰ ৰূপ, প্ৰাণ হেৰুৱালে ৮ জনে, বহু লোক নিৰুদ্দেশ

11 months ago
অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

4 hours ago
শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে কেৰিয়াৰ শিখৰলৈ তুলিব ৫ ৰাশিৰ লোকৰ

শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে কেৰিয়াৰ শিখৰলৈ তুলিব ৫ ৰাশিৰ লোকৰ

5 hours ago
একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম

একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম

6 hours ago
নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই

নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই

7 hours ago
ভাইৰেল পোষ্ট, ব্ৰিটেইনৰ মুঠ জন্মগত বিসংগতিৰ ৩৩ শতাংশই পাকিস্তানী, কাৰণ…

ভাইৰেল পোষ্ট, ব্ৰিটেইনৰ মুঠ জন্মগত বিসংগতিৰ ৩৩ শতাংশই পাকিস্তানী, কাৰণ…

8 hours ago
বৃহস্পতি – শুক্ৰ এক হৈ গজলক্ষ্মী ৰাজযোগ গঠন, ৪ ৰাশিৰ শিখৰত উঠিব ভাগ্য

বৃহস্পতি – শুক্ৰ এক হৈ গজলক্ষ্মী ৰাজযোগ গঠন, ৪ ৰাশিৰ শিখৰত উঠিব ভাগ্য

9 hours ago
মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

10 hours ago
অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

11 hours ago
কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

1 day ago
জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

1 day ago
এইবাৰ আন এখন চৰকাৰৰ চমক,  প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

1 day ago
লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ডাৱৰ বিস্ফোৰণ আৰু বৰষুণৰ ভয়ংকৰ ৰূপ, প্ৰাণ হেৰুৱালে ৮ জনে, বহু লোক নিৰুদ্দেশ

editor by editor
August 1, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ডাৱৰ বিস্ফোৰণ আৰু বৰষুণৰ ভয়ংকৰ ৰূপ, প্ৰাণ হেৰুৱালে ৮ জনে, বহু লোক নিৰুদ্দেশ
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাৱৰ বিস্ফোৰণ আৰু বৰষুণৰ ভয়ংকৰ ৰূপ, প্ৰাণ হেৰুৱালে ৮ জনে, বহু লোক নিৰুদ্দেশ

উত্তৰাখণ্ডত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। বৰ্তমানে পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে চাৰ ধাম যাত্ৰাত অহা ভক্তসকলক নিৰাপদ স্থানত থাকিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আৰু নদী আদি ভৰি পৰাৰ খবৰ পোৱা গৈছে।

এই ধাৰাবাহিকত তেহৰী-ঘান্সালীৰ জাখান্যালিৰ সমীপৰ নৌতদ গাদ্ৰেত ডাৱৰ বিস্ফোৰণৰ বিষয়ে তথ্য লাভ কৰা হৈছে। এই দুৰ্ঘটনাত ২ জন লোকৰ মৃত্যু হৈছে।

ৰুদ্ৰপ্ৰয়াগত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে কেদাৰনাথ যাত্ৰা আপাততঃ পিছুৱাই দিয়া হৈছে। কেদাৰনাথ ফুটপাথ আৰু ভীমবালিৰ দুখন দলং জাহ গৈছে। ভীমবালিত আবদ্ধ হৈ থকা ২০০ জন লোকক উলিয়াই অনাৰ কাম চলি আছে। সোণপ্ৰয়াগ আৰু গৌৰীকুণ্ডৰ মাজৰ পথৰ কিছু অংশ জাহ গৈছে আৰু পথসমূহ মসৃণ নোহোৱালৈকে যাত্ৰা স্থগিত হৈ থাকিব।

ঘান্সালীৰ পৰা চিৰবিটীয়া সংযোগী পথ উটুৱাই লৈ যায়। সাৱধানতা স্বৰূপে SDRF, আৰক্ষী আৰু দুৰ্যোগ সাহায্য দলে সেই স্থানলৈ ৰাওনা হৈছে। ডেৰাডুন চহৰৰ একাংশ অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চক্ৰতা পথৰ বিন্দল নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ডেৰাডুনৰ তপকেশ্বৰ মহাদেৱ মন্দিৰ কমপ্লেক্সত পানী জলমগ্ন হৈ পৰিছে। সোণপ্ৰয়াগত এছডিআৰএফ আৰু এনডিআৰএফক সতৰ্ক কৰি দিয়া হৈছে। সোণপ্ৰয়াগত নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে সজাগ হৈ থাকিবলৈ কোৱা হৈছে ৰাইজক।

২০২৪ চনৰ ১ আগষ্টত ডেৰাডুন জিলাত প্ৰবল বৰষুণৰ পূৰ্বাভাসৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ ১ৰ পৰা দ্বাদশ শ্ৰেণী চলি থকা সকলো শিক্ষানুষ্ঠান আৰু অংগনবাড়ী কেন্দ্ৰত এদিনীয়া ছুটী ঘোষণা কৰা হৈছে। কেদাৰ উপত্যকাত বৰষুণৰ ফলত মানুহৰ সমস্যা বাঢ়িছে। গড়ৱালৰ পাঁচখন জিলাৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট। এনডিএমএই জাৰি কৰিছে সতৰ্কবাণী। ডেৰাডুন, পৌৰী, তেহৰী, উত্তৰকাশী, হৰিদ্বাৰৰ বাবে জাৰি কৰা হৈছে সতৰ্কবাণী।

ৰাজ্যখনৰ পূৱ দিশত বৰষুণৰ ফলত অব্যাহত আছে বিধ্বংসী। বৰষুণৰ বিধ্বংসী ৰূপত ৮ জন লোকৰ মৃত্যু হৈছে। নিৰুদ্দেশ হৈছে ৫ জন। তেহৰীত ডাৱৰ বিস্ফোৰণৰ ফলত মৃত্যু হৈছে তিনিজনৰ। আনহাতে ডেৰাডুনত বৰষুণৰ পানীত উটুৱাই নিয়াৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক নিৰুদ্দেশ হয়। চামোলিৰ গাইৰছাইনত ঘৰ ভাঙি মৃত্যু হয় এগৰাকী মহিলাৰ। হৰিদ্বাৰৰ ভৌৰীত ঘৰ ভাঙি দুটি শিশুৰ মৃত্যু। হালদ্বাণী আৰু বাগেশ্বৰত পৃথক পৃথক ঘটনাত দুটি শিশু উটি যোৱাৰ খবৰ পোৱা গৈছে। নৈনীতালৰ ধৰীত শিলে খুন্দা খাই এজন লোকৰ মৃত্যু। ৰাজ্যৰ ৰুদ্ৰপ্ৰয়াগ আৰু তেহৰী জিলাত বৰষুণৰ বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: clude brustHeavy RainMany Diedmany missingrainuttarakhand
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা
ক্ৰীড়া

অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

July 9, 2025
শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে কেৰিয়াৰ শিখৰলৈ তুলিব ৫ ৰাশিৰ লোকৰ
জীৱনশৈলী

শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে কেৰিয়াৰ শিখৰলৈ তুলিব ৫ ৰাশিৰ লোকৰ

July 9, 2025
একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম
জীৱনশৈলী

একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম

July 9, 2025
নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই
জীৱনশৈলী

নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই

July 9, 2025
Next Post
পুৱতি নিশা শোকাৱহ দুৰ্ঘটনা, বাহন কাটিহে উদ্ধাৰ ৫ নিহতক, অন্য ৫ আহত

পুৱতি নিশা শোকাৱহ দুৰ্ঘটনা, বাহন কাটিহে উদ্ধাৰ ৫ নিহতক, অন্য ৫ আহত

আগষ্টত ভাস্কৰ যোগৰ সৈতে বুধাদিত্য যোগ, আশাতীত সাফল্য, সকলোৰে ওপৰত থাকিব এই ৫ৰাশি

আগষ্টত ভাস্কৰ যোগৰ সৈতে বুধাদিত্য যোগ, আশাতীত সাফল্য, সকলোৰে ওপৰত থাকিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.