• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধৰ বক্ৰী চলনৰ প্ৰভাৱ, নতুন সপ্তাহত প্ৰেমৰ জোৱাৰত ভাহিব ৫ ৰাশিৰ জাতক

বুধৰ বক্ৰী চলনৰ প্ৰভাৱ, নতুন সপ্তাহত প্ৰেমৰ জোৱাৰত ভাহিব ৫ ৰাশিৰ জাতক

2 years ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

8 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

9 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

9 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

10 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

10 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

11 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

11 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

14 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

15 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধৰ বক্ৰী চলনৰ প্ৰভাৱ, নতুন সপ্তাহত প্ৰেমৰ জোৱাৰত ভাহিব ৫ ৰাশিৰ জাতক

বুধৰ বক্ৰী চলনৰ প্ৰভাৱ, নতুন সপ্তাহত প্ৰেমৰ জোৱাৰত ভাহিব ৫ ৰাশিৰ জাতক

editor by editor
August 4, 2024
in জীৱনশৈলী, ভাৰত
0
বুধৰ বক্ৰী চলনৰ প্ৰভাৱ, নতুন সপ্তাহত প্ৰেমৰ জোৱাৰত ভাহিব ৫ ৰাশিৰ জাতক
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্ট মাহৰ এই প্ৰথম সপ্তাহত সিংহ ৰাশিত গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ ইয়াৰোপৰি এই সপ্তাহত সিংহ ৰাশিত বক্ৰী চলন আৰম্ভ কৰিব বুধে৷ বুধৰ বিপৰীতমুখী চলনৰ প্ৰভাৱত কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ ৰোমাণ্টিক সময় আহিব৷ এই সপ্তাহত সিংহ ৰাশিত অৱস্থান কৰিব শুক্ৰই৷ চলিত সপ্তাহত চলিছে হিন্দুসকলৰ অত্যন্ত পবিত্ৰ শাওন মাহ৷ ইয়াৰোপৰি চলিছে চতুৰ্থমাহো৷ এই সময়ত সিংহ ৰাশিত অৱস্থান কৰিছে বুধে৷ ইয়াৰোপৰি নিজৰ মূল ত্ৰিকোণ চিহ্ন কুম্ভ ৰাশিত বক্ৰীদশাত আছে শনি৷ জ্যোতিষ গণনাই কোৱা অনুসৰি এই সময়ত  শুভ যোগৰ প্ৰভাৱত ৫ আগষ্টৰ পৰা ১১ আগষ্টৰ মাজত এই সপ্তাহটো প্ৰেমৰ দিশৰ পৰা দুৰ্দান্ত হ’ব পাঁচ ৰাশিৰ জাতকৰ বাবে৷ জানি থওক চলিত সপ্তাহ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰেমৰ জোৱাৰ আহিব৷

মেষ ৰাশি

এই সপ্তাহ মেষ ৰাশিৰ জাতকৰ জীৱনত প্ৰেমৰ প্ৰৱেশ ঘটিব৷ আপোনাৰ জীৱনত এই সময়ত সুখ, শান্তি আৰু ভালপোৱা বৰ্তি থাকিব৷ সপ্তাহৰ শেষত প্ৰেম জীৱন সংক্ৰান্তীয় কিবা ভাল খবৰ পাব পাৰে৷ ইয়াৰ ফলত সংগীৰ সৈতে আপোনাৰ পাৰস্পৰিক বুজাপৰা আৰু উন্নত হ’ব৷ প্ৰেমৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি যি কামনা কৰিছিল সেয়া এই সময়ত পাব পাৰে মেষ ৰাশিৰ জাতকে৷

বৃষ ৰাশি

লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত এই সপ্তাহটো প্ৰেমৰ ক্ষেত্ৰত সুন্দৰভাৱে কটাব বৃষ ৰাশিৰ জাতকে৷ এই সপ্তাহত আপোনালোকৰ মাজত পাৰস্পৰিক ভালপোৱা বহু পৰিমানে বৃদ্ধি পাব৷ আপুনি যদি বৃষ ৰাশিৰ জাতক হয় তেন্তে সপ্তাহৰ আৰম্ভণিতেই প্ৰেম জীৱন সংক্ৰান্তিয় কোনো ভাল খবৰ পাব পাৰে৷ কোনো তৃতীয় ব্যক্তিৰ সহায়ত প্ৰেম জীৱন আৰু উন্নত হ’ব বৃষ ৰাশিৰ জাতকৰ৷

মিথুন ৰাশি

৫ আগষ্টৰ পৰা ১১ আগষ্টৰ মাজত সংগীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰু মজবুত হ’ব মিথুন ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিৰ পৰাই সংগীৰ সৈতে ভাল সময় কটোৱাৰ বাবে কিছু সুন্দৰ পৰিকল্পনা কৰিব আপুনি৷ সম্পৰ্কৰ মাজত প্ৰেম, সুখ আৰু মাধুৰ্য্যৰ পৰিবেশ বৰ্তি থাকিব৷ মনত আনন্দ ভৰপুৰ হৈ থাকিব৷ জীৱনত উচ্চপদত প্ৰতিষ্ঠিত কোনো ব্যক্তিয়ে আপোনাৰ প্ৰেমৰ  সম্পৰ্কক আৰু মজবুত কৰি তুলিব৷

কৰ্কট ৰাশি

জীৱনত ৰোমান্স বাঢ়িব৷  এই সপ্তাহ শুভ হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ সপ্তাহপ আৰম্ভণিত প্ৰেম জীৱন সংক্ৰান্তিয় কোনো সুখবৰ আপুনি পাব পাৰে৷ সমগ্ৰ সপ্তাহজুৰি প্ৰেম জীৱনত আনন্দ বৰ্তি থাকিব৷ ইয়াৰ ফলত মানসিকভাৱে সুখ আৰু শান্তি লাভ কৰিব আপুনি৷ সপ্তাহৰ শেষত সংগীৰ সৈতে কৰোবাত ফুৰিবলৈ যাব পাৰে৷

কন্যা ৰাশি

আগন্তুক সপ্তাহত প্ৰেম জীৱন কন্যা ৰাশিৰ জাতকৰ বাবে শুভ৷  সুখ আৰু সমৃদ্ধিপ মিশ্ৰণ ঘটিব আপোনাৰ জীৱনত৷ সংগীৰ সৈতে সম্পৰ্কত পাৰস্পৰিক ভালপোৱা ঘনীভূত হৈ থাকিব৷ সম্পৰ্কৰ বন্ধন শুভ আৰু মজবুত হ’ব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ সপ্তাহৰ আৰম্ভণিত নিজৰ সংগীৰ পৰা প্ৰচুৰ মনোযোগ পাব আপুনি৷ ইয়াৰ ফলত মনত আনন্দ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…
জীৱনশৈলী

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

August 27, 2026
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?
জীৱনশৈলী

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

August 27, 2026
Next Post
মুম্বাইৰ ঘৰ বিক্ৰী কৰিলে কংগনা ৰানাওটে! ৰাজনীতিত ভৰি দিয়েই অভিনয় এৰাৰ সিদ্ধান্ত ল’লে নেকি কংগনাই?

মুম্বাইৰ ঘৰ বিক্ৰী কৰিলে কংগনা ৰানাওটে! ৰাজনীতিত ভৰি দিয়েই অভিনয় এৰাৰ সিদ্ধান্ত ল’লে নেকি কংগনাই?

৯টা সোণ, লেথাৰিকৈ ৪টা অলিম্পিকত পদক! সাঁতোৰত নজিৰ গঢ়া এইগৰাকী খেলুৱৈক জানেনে?

৯টা সোণ, লেথাৰিকৈ ৪টা অলিম্পিকত পদক! সাঁতোৰত নজিৰ গঢ়া এইগৰাকী খেলুৱৈক জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.