• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুম্বাইৰ ঘৰ বিক্ৰী কৰিলে কংগনা ৰানাওটে! ৰাজনীতিত ভৰি দিয়েই অভিনয় এৰাৰ সিদ্ধান্ত ল’লে নেকি কংগনাই?

মুম্বাইৰ ঘৰ বিক্ৰী কৰিলে কংগনা ৰানাওটে! ৰাজনীতিত ভৰি দিয়েই অভিনয় এৰাৰ সিদ্ধান্ত ল’লে নেকি কংগনাই?

2 years ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

10 minutes ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

1 hour ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

3 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

4 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

17 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

17 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

18 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

18 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

19 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

20 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মুম্বাইৰ ঘৰ বিক্ৰী কৰিলে কংগনা ৰানাওটে! ৰাজনীতিত ভৰি দিয়েই অভিনয় এৰাৰ সিদ্ধান্ত ল’লে নেকি কংগনাই?

মুম্বাইৰ ঘৰ বিক্ৰি কৰিলে কংগনা ৰানাওটে! ৰাজনীতিত ভৰি দিয়েই অভিনয় এৰাৰ সিদ্ধান্ত ল’লে নেকি কংগনাই?

editor by editor
August 4, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
মুম্বাইৰ ঘৰ বিক্ৰী কৰিলে কংগনা ৰানাওটে! ৰাজনীতিত ভৰি দিয়েই অভিনয় এৰাৰ সিদ্ধান্ত ল’লে নেকি কংগনাই?
0
SHARES
296
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনয়ৰ পৰা ৰাজনীতিত ভৰি দিছে কংগনা ৰানাউট৷ প্ৰথমবাৰ নিৰ্বাচনত প্ৰাৰ্থী হৈ জয়ী হৈছে তেওঁ৷ হিমাচলপ্ৰদেশত মণ্ডী কেন্দ্ৰত জয়ী হৈ তেওঁ এইবাৰ বিজেপিৰ সাংসদ৷ কিন্তু ইয়াৰ মাজতেই কংগনাই মুম্বাইত থকা নিজৰ ঘৰ বিক্ৰি কৰাৰ খবৰ ভাইৰেল হৈছে৷ মুম্বাইৰ বান্দ্ৰা এলেকাত থকা ঘৰতেই আছে কংগনাৰ প্ৰযোজনা সংস্থা ‘মণিকৰ্ণিকা ফিল্মছ’৷ সেই ঘৰেই বিক্ৰি কৰিছে কংগনা ৰাণাউটে৷

ৰাজনীতিৰ বাবে এতিয়া কংগনাই অধিকাংশ সময় কটাইছে দিল্লী আৰু হিমাচলপ্ৰদেশত৷ সেয়ে মুম্বাইৰ ঘৰটো বিক্ৰি কৰাৰ পৰিকল্পনা কৰে কংগনাই৷ প্ৰশ্ন হৈছে ঘৰ বিক্ৰি কৰি একেবাৰেই মুম্বাই এৰিব নেকি কংগনাই৷ শেষ কৰিলে নেকি অভিনয় কেৰিয়াৰ?

এই খবৰত এতিয়াও ছিলমোহৰ দিয়া নাই কংগনাই৷ ঘৰ ক্ৰয়-বিক্ৰয় সংক্ৰান্তিয় এটা ইউটিউব চেনেলে এই তথ্য প্ৰকাশ কৰিছে৷ এই বিক্ৰি হ’বলগীয়া সংস্থাৰ ঠিকনা দেখি বহুতেই সেয়া কংগনাৰ ঘৰ বুলি দাবী কৰিছে৷ কংগনাই তেওঁৰ ২মহলীয়া ঘৰটো ৪০কোটি টকাত বিক্ৰি কৰিছে৷ ঘৰৰ সৈতে ৫০০ বৰ্গফুটৰ গাড়ী ৰখা এটা এলেকাও আছে৷ এই ঘৰৰ ভিতৰৰ সাজ সজ্জাৰ বাবে বহু ধন খৰচ কৰিছিল কংগনাই৷

২০২০ চনত বৃহন্মুম্বই মিউনিচিপল কৰ্পৰেশ্বনৰ টাৰ্গেটতো পৰিছিল এই ঘৰ৷ বেআইনী নিৰ্মাণ হিচাপে চিহ্নিত কৰা হৈছিল কংগনাৰ ঘৰক৷ তাৰপাছতেই সেই ঘৰ ভঙাৰ সিদ্ধান্ত লয়৷ কিন্তু বম্বে হাইকৰ্টৰ পক্ষৰ পৰা স্থগিতাদেশ অহাৰ পাছতেই ঘৰতো ভাঙি পেলোৱাৰ কাম বন্ধ হয়৷ অৱশ্যে চৰ্চা চলিলেও কংগনাই অভিনয় এৰিবনে সেই সম্পৰ্কে কোনো স্পষ্ট মত প্ৰকাশ কৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

October 13, 2026
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!
বিনোদন

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

October 13, 2026
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!
জীৱনশৈলী

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

October 13, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

October 13, 2026
Next Post
৯টা সোণ, লেথাৰিকৈ ৪টা অলিম্পিকত পদক! সাঁতোৰত নজিৰ গঢ়া এইগৰাকী খেলুৱৈক জানেনে?

৯টা সোণ, লেথাৰিকৈ ৪টা অলিম্পিকত পদক! সাঁতোৰত নজিৰ গঢ়া এইগৰাকী খেলুৱৈক জানেনে?

শেষ ৮ত থমকিল লাভলীনা, লাভলীনাৰ পৰাজয় মানেই পেৰিছ অলিম্পিকৰ বক্সিঙত ভাৰতৰ পদকৰ টোপোলাও শূন্য

শেষ ৮ত থমকিল লাভলীনা, লাভলীনাৰ পৰাজয় মানেই পেৰিছ অলিম্পিকৰ বক্সিঙত ভাৰতৰ পদকৰ টোপোলাও শূন্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.