• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় যুৱকৰ বিদেশত বিশেষ অস্ত্ৰোপচাৰ, পেটৰ পৰা বাহিৰ কৰিলে এডাল ২৫ ইঞ্চিৰ কুচিয়া মাছ

ভাৰতীয় যুৱকৰ বিদেশত বিশেষ অস্ত্ৰোপচাৰ, পেটৰ পৰা বাহিৰ কৰিলে এডাল ২৫ ইঞ্চিৰ কুচিয়া মাছ

2 years ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

20 minutes ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

52 minutes ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

1 hour ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

2 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

2 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

3 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

3 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

4 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

21 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

21 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

22 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতীয় যুৱকৰ বিদেশত বিশেষ অস্ত্ৰোপচাৰ, পেটৰ পৰা বাহিৰ কৰিলে এডাল ২৫ ইঞ্চিৰ কুচিয়া মাছ

editor by editor
August 6, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতীয় যুৱকৰ বিদেশত বিশেষ অস্ত্ৰোপচাৰ, পেটৰ পৰা বাহিৰ কৰিলে এডাল ২৫ ইঞ্চিৰ কুচিয়া মাছ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় যুৱকৰ বিদেশত বিশেষ অস্ত্ৰোপচাৰ, পেটৰ পৰা বাহিৰ কৰিলে এডাল ২৫ ইঞ্চিৰ কুচিয়া মাছ

ভিয়েটনামত বাস কৰা এজন ভাৰতীয় লোকে নিজৰ শৰীৰৰ সৈতে অদ্ভুত কাম কৰি চিকিৎসকৰ লগতে সকলোকে আচৰিত কৰি তুলিছে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিল যে যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকে তৎকালীন ভাৱে অস্ত্ৰোপচাৰ কৰে।

সেই অস্ত্ৰোপচাৰৰ জৰিয়তে কোনোমতে জীৱন ৰক্ষা পৰে ভাৰতীয় যুৱজকজনৰ। অস্ত্ৰোপচাৰৰ জৰিয়তে যুৱকজনৰ পেটৰ পৰা বাহিৰ কৰে এডাল জীৱন্ত কুচিয়া মাছ।

যুৱকজনৰ গোটেই বিষয়টো জনাৰ পিছত চিকিৎসকো বিভ্ৰান্ত হয়। আচলতে যুৱকজনে নিজৰ শৰীৰৰ ভিতৰত মলদ্বাৰৰ মাজেৰে এডাল জীৱন্ত কুচিয়া মাছ সুমুৱাই দিছিল। এই চাঞ্চল্যকৰ গোচৰটো পোহৰলৈ অহাৰ পিছতে স্তম্ভিত হৈ পৰিছে সকলো। প্ৰথমে চিকিৎসকে এই কথা বিশ্বাস কৰা নাছিল। পাছত এক্স-ৰে কৰোতেহে ধৰা পৰে সকলো।

চিকিৎসকে জনোৱা মতে, ২৭ জুলাইত এজন লোকে চিকিৎসালয়ত উপস্থিত হৈ কয় যে কিছুসময় পূৰ্বে লোকজনে মলদ্বাৰৰ জৰিয়তে নিজৰ ভিতৰত এডাল জীৱন্ত কুচিয়া মাছ সুমুৱাই দিছিল। বাহিৰলৈ ওলাই অহাৰ বাবে কুচিয়া মাছডালে ব্যক্তিজনৰ পেটৰ ভিতৰত প্ৰৱেশ কৰি মলদ্বাৰ আৰু বৃহদান্ত্ৰত কামোৰ মাৰে।

প্ৰথমে চিকিৎসকে মলদ্বাৰৰ মাজেৰে মাছডাল আঁতৰাবলৈ চেষ্টা কৰিছিল যদিও সফল নোহোৱাত জৰুৰী অস্ত্ৰোপচাৰ কৰে। অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসকে প্ৰায় ২৫ ইঞ্চি দীঘল আৰু ৪ ইঞ্চি ডাঙৰ কুচিয়া মাছৰ লগতে এটা নেমু বাহিৰ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: EEl FishIndian boyLive EElvietnam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?
বিনোদন

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

May 30, 2026
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ
অসম

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

May 30, 2026
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?
বিনোদন

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

May 30, 2026
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

May 30, 2026
Next Post
5G পৰিসেৱা অচিৰেই হাতত! BSNLক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

5G পৰিসেৱা অচিৰেই হাতত! BSNLক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

আগষ্টত মুখামুখি বুধ, শুক্ৰ আৰু শনি, বেংক বেলেন্স বাঢ়িব তিনি ৰাশিৰ

আগষ্টত মুখামুখি বুধ, শুক্ৰ আৰু শনি, বেংক বেলেন্স বাঢ়িব তিনি ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.