• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্টত মুখামুখি বুধ, শুক্ৰ আৰু শনি, বেংক বেলেন্স বাঢ়িব তিনি ৰাশিৰ

আগষ্টত মুখামুখি বুধ, শুক্ৰ আৰু শনি, বেংক বেলেন্স বাঢ়িব তিনি ৰাশিৰ

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

2 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

2 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

3 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

4 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

6 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

6 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

7 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

8 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

9 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্টত মুখামুখি বুধ, শুক্ৰ আৰু শনি, বেংক বেলেন্স বাঢ়িব তিনি ৰাশিৰ

আগষ্টত মুখামুখি বুধ, শুক্ৰ আৰু শনি, বেংক বেলেন্স বাঢ়িব তিনি ৰাশিৰ

editor by editor
August 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আগষ্টত মুখামুখি বুধ, শুক্ৰ আৰু শনি, বেংক বেলেন্স বাঢ়িব তিনি ৰাশিৰ
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধ, শুক্ৰ আৰু শনিৰ অৱস্থানৰ কাৰণে জ্যোতিষ দিশৰ পৰা আগষ্ট মাহ অত্যন্ত বিশেষ হৈ উঠিছে৷ কাৰণ এই মাহত এই তিনি গ্ৰহই ওচৰে ওচৰে অৱস্থান কৰিছে৷ বৰ্তমান সিংহ ৰাশিত শুক্ৰ আৰু বুধ বিৰাজমান৷ একেই ৰাশিত এই দুই গ্ৰহ উপস্থিত থাকি লক্ষ্মী নাৰায়ণ যোগ তৈয়াৰ কৰিছে৷ অন্যহাতে নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভত অৱস্থান কৰি কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ আৰু শ শ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে৷ অৱস্থানগত দিশৰ পৰা এই তিনি গ্ৰহই বৰ্তমান এটাই আনটোৰ  কাষে কাষে আছে৷ বুধ, শুক্ৰ আৰু শনিৰ এই অৱস্থানে তিনি ৰাশিৰ জাতকৰ জীৱনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে৷ কোন কোন ৰাশিৰ সুসময় আহিছে? জানি থওক সবিশেষ৷

বৃষ ৰাশি

আগষ্ট মাহ বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত বিশেষ৷ এই ৰাশিতেই বৃহস্পতি আৰু মঙলৰ যুঁটি তৈয়াৰ হৈছে৷ অন্য দিশে চতুৰ্থ স্থানত শুক্ৰ আৰু বুধ বিৰাজমান৷ সন্মুখত শনি আৰু শ শ ৰাজযোগ তৈয়াৰ কৰি বিচৰণ কৰিছে৷ মিত্ৰ শুক্ৰ আৰু বুধৰ ওপৰত শনিৰ দৃষ্টিও আছে৷ এই গ্ৰহ সংযোগৰ ওপৰিও কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগো বৃষ ৰাশিৰ জাতকৰ বাবে লাভজনক৷ এই ৰাশিৰ জাতকে কেৰিয়াৰত প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ ধন ধ্যান বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ৷ নতুন চাকৰিৰ সন্ধানত থাকিলে লাভাম্বিত হ’ব৷ পৰিশ্ৰমৰ ফল পাব৷ শনিৰ আশীৰ্বাদত সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ স্বাস্থ্য ভালে থাকিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ প্ৰথম স্থানত শুক্ৰ আৰু বুধ বিৰাজমান৷ মুখামুখি শনি শক্তিশালী অৱস্থান ভ্ৰমণ কৰিছে৷ এই ৰাশিৰ জাতকে বিশেষ লাভ অৰ্জন কৰিব পাৰে৷ সমসপ্তক যোগৰ ওপৰিও কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ ব্যৱসায়ত প্ৰচুৰ মুনাফা অৰ্জন সম্ভৱ৷ প্ৰতিযোগীসকলৰ সৈতে প্ৰতিযোগিতাত নামিব পাৰে৷ ইয়াৰ দ্বাৰা আপুনি লাভাম্বিত হ’ব৷ অৰ্থ সঞ্চয়ত সাফল্য আহিব৷ আয়ৰ নতুন পথ মুকলি হ’ব আপোনাৰ সন্মুখত৷ দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত মাধুৰ্য্য থাকিব৷ প্ৰেম জীৱন আনন্দময় হ’ব৷ স্বাস্থ্য ভালে থাকিব৷

বৃশ্চিক ৰাশি

এই ৰাশিৰ সপ্তম স্থানত শুক্ৰ আৰু বুধ বিৰাজমান৷ ইয়াৰোপৰি চতুৰ্থ স্থানত শনি উপস্থিত থাকি শ শ ৰাজযোগ তৈয়াৰ কৰিছে৷ এই সময়ত বৃশ্চিক ৰাশিৰ জাতকে কাজকৰ্মৰ ভাল পৰিণাম লাভ কৰিব৷ কেৰিয়াৰত ইতিবাচক প্ৰভাৱ পৰিব৷ ব্যৱসায়ত প্ৰচুৰ লাভ সম্ভৱ৷ চৰকাৰী প্ৰকল্প অৰ্জনত সফল হ’ব৷ ইয়াৰোপৰি আপোনাৰ আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ অৰ্থ উপাৰ্জনত সফল হ’ব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব এই ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত মনোমালিন্য সমাপ্ত হ’ব৷ স্বাস্থ্য ভালে থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত
বিনোদন

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

September 20, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

September 20, 2026
Next Post
আৰক্ষীশূন্য ঢাকা, আতংকত বাংলাদেশৰ বহু থানা, দেশৰ সংকটৰ সময়ত কিয় কৰ্মবিৰতি ঘোষণা বাংলাদেশৰ আৰক্ষীৰ?

আৰক্ষীশূন্য ঢাকা, আতংকত বাংলাদেশৰ বহু থানা, দেশৰ সংকটৰ সময়ত কিয় কৰ্মবিৰতি ঘোষণা বাংলাদেশৰ আৰক্ষীৰ?

কি পদ্ধতি মানি গ’লে ব্ৰিটেইনত আশ্ৰয় পাব হাছিনাই? ব্ৰিটেইন মন্ত্ৰণালয়ে নিয়ম জনালে ভাৰতক

কি পদ্ধতি মানি গ’লে ব্ৰিটেইনত আশ্ৰয় পাব হাছিনাই? ব্ৰিটেইন মন্ত্ৰণালয়ে নিয়ম জনালে ভাৰতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.