• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বাইডেনতকৈ অধিক অযোগ্য কমলা হেৰিছ, সীমান্তই ৰক্ষা কৰিব পৰা নাছিল…’, ইলন মাস্ক-ট্ৰাম্প ইন্টাৰভিউ

‘বাইডেনতকৈ অধিক অযোগ্য কমলা হেৰিছ, সীমান্তই ৰক্ষা কৰিব পৰা নাছিল…’, ইলন মাস্ক-ট্ৰাম্প ইন্টাৰভিউ

2 years ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

26 minutes ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

1 hour ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

1 hour ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 day ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

1 day ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘বাইডেনতকৈ অধিক অযোগ্য কমলা হেৰিছ, সীমান্তই ৰক্ষা কৰিব পৰা নাছিল…’, ইলন মাস্ক-ট্ৰাম্প ইন্টাৰভিউ

editor by editor
August 13, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘বাইডেনতকৈ অধিক অযোগ্য কমলা হেৰিছ, সীমান্তই ৰক্ষা কৰিব পৰা নাছিল…’, ইলন মাস্ক-ট্ৰাম্প ইন্টাৰভিউ
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘বাইডেনতকৈ অধিক অযোগ্য কমলা হেৰিছ, সীমান্তই ৰক্ষা কৰিব পৰা নাছিল…’, ইলন মাস্ক-ট্ৰাম্প ইন্টাৰভিউ

পুনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ লৈ উভতি আহিল ড’নাল্ড ট্ৰাম্প। উভতিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ সৈতে এক সাক্ষাৎকাৰত মুখামুখি হয় মাস্ক আৰু ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প। এই সাক্ষাৎকাৰত ড’নাল্ড ট্ৰাম্পে বিৰোধী প্ৰাৰ্থী কমলা হেৰিছক তীব্ৰভাৱে লক্ষ্য কৰি লৈছিল।

ডেম’ক্ৰেট দলক সমালোচনা কৰি ড’নাল্ড ট্ৰাম্পে কয়, ‘বাইডেনক বলপূৰ্বকভাৱে হোৱাইট হাউছৰ পৰা বাহিৰ কৰি দিয়া হৈছে। এই নিৰ্বাচনৰ পৰাও তেওঁক বলপূৰ্বকভাৱে বাদ দিয়া হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ঠিক পূৰ্বে ইলন মাস্কক দিয়া এক সাক্ষাৎকাৰত ড’নাল্ড ট্ৰাম্পে কমলা হেৰিছক লক্ষ্য কৰি কয় যে, ‘কমলা হেৰিছ জো বাইডেনতকৈও অধিক অযোগ্য।’ লগেত ইয়াকো কয় যে, ‘বাইডেনক হোয়াইট হাউছৰ পৰা বলপূৰ্বকভাৱে আঁতৰাই পেলোৱা হৈছে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা তেওঁক বলপূৰ্বকভাৱে বাহিৰ কৰি দিয়া হৈছে।

সাক্ষাৎকাৰত ড’নাল্ড ট্ৰাম্পে কয়, ‘বাইডেনৰ কাৰ্যকালত কমলা হেৰিছ সীমান্ত সুৰক্ষাৰ মুৰব্বী আছিল, ইয়াৰ পিছতো সীমা সংকট ৰোধ কৰিব পৰা নাছিল। তাই সীমান্ত বন্ধ কৰিব নোৱাৰিলে, যাৰ বাবেই সমগ্ৰ বিশ্বৰ পৰা অপৰাধী আমেৰিকালৈ আহিছে। আন দেশৰ মানুহে এনে লোকৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰিছে আৰু আমেৰিকাত ড্ৰাগছ ব্যৱসায়ীয়ে আমাৰ সীমান্তত প্ৰৱেশ কৰিছে। সকলো ঠাইৰ পৰা আহি আছে। ,

ড’নাল্ড ট্ৰাম্পৰ ‘সাহস’ৰ প্ৰশংসা কৰি ইলন মাস্কে কয় যে, ‘সাহস কেতিয়াও মিছা নহয়।’ সাক্ষাৎকাৰৰ সময়ত মাস্কে কয় যে কমলা হেৰিছ আৰু জো বাইডেনে আমেৰিকাৰ শত্ৰুক ভয় খুৱাব পৰা নাই। ট্ৰাম্পেই যোগ্য প্ৰাৰ্থী আমেৰিকাৰ নিৰ্বাচনৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America electionDonald TrumpEllon MuskPresident Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

April 27, 2026
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি
বাণিজ্য

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

April 27, 2026
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

April 27, 2026
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
Next Post
মাহেকীয়া দুৰ্গাষ্টমীয়ে ৩টা ৰাশিৰ ভাগ্য সলনি কৰিব, কেৰিয়াৰ-ব্যৱসায়ত বৃহৎ অগ্ৰগতি

মাহেকীয়া দুৰ্গাষ্টমীয়ে ৩টা ৰাশিৰ ভাগ্য সলনি কৰিব, কেৰিয়াৰ-ব্যৱসায়ত বৃহৎ অগ্ৰগতি

ভাগিনীৰ সৈতে মামীৰ প্ৰেম, প্ৰেমৰ শেষ পৰিণতি বিবাহ, সামাজিক মাধ্যমত ভাইৰেল বিয়া

ভাগিনীৰ সৈতে মামীৰ প্ৰেম, প্ৰেমৰ শেষ পৰিণতি বিবাহ, সামাজিক মাধ্যমত ভাইৰেল বিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.