• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল কি? এই খচৰা বিলত পৰিণত হ’লে কি হ’ব ইউটিউবাৰ, ডিজিটেল মাধ্যম আদিৰ?

সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল কি? এই খচৰা বিলত পৰিণত হ’লে কি হ’ব ইউটিউবাৰ, ডিজিটেল মাধ্যম আদিৰ?

2 years ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

1 hour ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

2 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

15 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

15 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

16 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

17 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

17 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

18 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

18 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

19 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল কি? এই খচৰা বিলত পৰিণত হ’লে কি হ’ব ইউটিউবাৰ, ডিজিটেল মাধ্যম আদিৰ?

সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল কি? এই খচৰা বিলত পৰিণত হ’লে কি হ’ব ইউটিউবাৰ, ডিজিটেল মাধ্যম আদিৰ?

editor by editor
August 17, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, ভাৰত
0
সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল কি? এই খচৰা বিলত পৰিণত হ’লে কি হ’ব ইউটিউবাৰ, ডিজিটেল মাধ্যম আদিৰ?
0
SHARES
115
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমালোচনা আৰু বিতৰ্কত মুখত পৰি সম্প্ৰচাৰ পৰিসেৱা (ব্ৰডকাষ্টিং) নিয়ন্ত্ৰণ বিলৰ খচৰা প্ৰত্যাহাৰ কৰিলে মোদী চৰকাৰে৷ সংসদৰ বৰ্ষাকালীন অধিবেশনত নতুন এই সম্প্ৰচাৰ বিলৰ খচৰা উত্থাপন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷ এই খচৰা বিলৰ বিৰোধীতাৰে সৰৱ হৈ পৰে বিৰোধী৷ আপত্তি কৰে বিৰোধীমহলে৷ সংবাদমাধ্যম আৰু সামাজিক মাধ্যমক  লেকাম লগোৱাৰ উদ্দেশ্যে চৰকাৰে এই বিল অনা বুলি আপত্তি কৰে বিৰোধীয়ে৷

নতুন এই বিলৰ মাধ্যমেৰে চৰকাৰে বাক স্বাধীনতা, মানুহৰ কণ্ঠৰোধ কৰিব বিচৰা বুলিও জনাই তেওঁলোকে৷  শেষত বিতৰ্ক আৰু সমালোচনাৰ মুখত পৰি সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল ২০২৪ৰ খচৰা প্ৰত্যাহাৰ কৰে কেন্দ্ৰই৷ বিগত বছৰৰ নৱেম্বৰতেই এই খচৰা তৈয়াৰ কৰা হৈছিল৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অফিচিয়েল এক্স হেণ্ডেলত এই সম্পৰ্কে সম্পূৰ্ণ তথ্যও দিয়া হৈছে৷

২০২৩ ৰ সংসদত সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল পেছৰ বাৰ্তা দিছিল নৰেন্দ্ৰ মোদী চৰকাৰে৷ কিন্তু বিল পেছৰ পূৰ্বেই এই খচৰাক লৈ আৰম্ভ হয় বিতৰ্ক৷ বিৰোধীৰ অভিযোগ, সংসদত পেছ হোৱাৰ পূৰ্বেই এই খচৰা প্ৰকাশ হৈ গৈছিল৷

কি কৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে?

এই সংক্ৰান্তত সংশ্লিষ্ট বিভিন্ন পক্ষ আৰু জনসাধাৰণৰ মত এৰি বাখ্যামূলক নোটসহ এখন খচৰা ২০২৩ চনৰ নৱেম্বৰতেই মন্ত্ৰণালয়ৰ ৱেবচাইটত দেখা গৈছিল৷ মন্ত্ৰণালয়ে বিলৰ খচৰাক লৈ ষ্টেক হোল্ডাৰৰ সৈতে ধাৰাবাহিকভাৱে আলোচনা কৰিছিল৷ ইয়াৰ পাছতেই বিভিন্ন এছোচিয়েছনৰ পৰা একাধিক পৰামৰ্শও তেওঁলোকলৈ আহিছিল৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা কোৱা হৈছিল যে আগন্তুক ১৫ অক্টোবৰ পৰ্যন্ত মন্তব্য আৰু পৰামৰ্শ পাবলৈ অতিৰিক্ত সময় দিয়া হৈছে৷ বিস্তাৰিত আলোচনাৰ পাছতেই নতুন খচৰা বিল প্ৰকাশিত হ’ব বুলি জনোৱা হৈছিল চৰকাৰৰ তৰফৰ পৰা৷ সোমবাৰে মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হয় যে মতামতৰ ভিত্তিতেই নতুন খচৰা তৈয়াৰৰ কাম চলিছে৷

এই খচৰা বিলক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী৷ কংগ্ৰেছৰ অভিযোগ, মোদী চৰকাৰে প্ৰতিষ্ঠানিক সংবাদমাধ্যমৰ পাছতেই এইবাৰ সামাজিকমাধ্যমতো নিজৰ লেকাম লগাব বিচাৰিছে৷ চৰকাৰী নিয়ন্ত্ৰণ বলবৎ কৰাব বিচাৰিছে ইউটিউব, ফেছবুক, ইনষ্টাগ্ৰাম আৰু এক্স হেণ্ডেলৰ পোষ্টত৷ সংবাদমাধ্যমত নিজৰ পছন্দমাফিক খবৰ প্ৰচাৰত নিয়ন্ত্ৰণ আনিব খুজিছে৷ শেষত বহু সাংবাদিকেই এতিয়া নিজা ইউটিউব চেনেল খুলি বাৰ্তা দিয়া আৰম্ভ কৰিছে যদিও সেই চেনেলসমূহতো নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত আছে৷ নতুন বিলে এই সকলোবোৰ সাংবাদিকৰ কণ্ঠ আকৌ ৰোধ কৰিব বুলি জনাইছে বিৰোধীয়ে৷ বিৰোধীসকলৰ অভিযোগ, নতুন বিলে বাকস্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

August 26, 2026
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Next Post
চোৰ, ডকাইত, দুৰ্নীতিৰ ধন নহয় দানবক্সত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা, ক’ত এই ঘটনা?

চোৰ, ডকাইত, দুৰ্নীতিৰ ধন নহয় দানবক্সত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা, ক’ত এই ঘটনা?

কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম

কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.