• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চোৰ, ডকাইত, দুৰ্নীতিৰ ধন নহয় দানবক্সত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা, ক’ত এই ঘটনা?

চোৰ, ডকাইত, দুৰ্নীতিৰ ধন নহয় দানবক্সত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা, ক’ত এই ঘটনা?

2 years ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

38 seconds ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

45 minutes ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

1 hour ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

4 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

11 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

12 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

12 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

13 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

14 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চোৰ, ডকাইত, দুৰ্নীতিৰ ধন নহয় দানবক্সত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা, ক’ত এই ঘটনা?

কেতিয়া গণি শেষ হ’ব কোনেও নাজানে, চোৰ, ডকাইত, দুৰ্নীতিৰ ধন নহয় দানবক্সত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা, ক’ত এই ঘটনা?

editor by editor
August 17, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
চোৰ, ডকাইত, দুৰ্নীতিৰ ধন নহয় দানবক্সত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা, ক’ত এই ঘটনা?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাণ্ডিলে বাণ্ডিলে ধন৷ টেবুলত শাৰী শাৰীকৈ সজাই থোৱা হৈছে৷ মাটিতো পৰি আছে বাণ্ডিলে বাণ্ডিলে টকা৷ সকলোৱে বহি ধন হিঁচাপ কৰাত লাগিছে৷ এনে দৃশ্য আপুনি দুৰ্নীতি বা চুৰিৰ ধন হিচাপ কৰাত দেখিছে৷ এই ধন কিন্তু কোনো চুৰ, ডকাইতৰ ধন নহয়৷ এই ধন উলাইছে দানবক্সৰ পৰা৷

বাংলাদেশৰ বৃহত্তৰ ময়মংসিংহৰ কিশোৰগঞ্জৰ পাগলা মছজিদত পোৱা গৈছে এই ধন৷ এটা দুটা নহয় প্ৰায় ২৬ বস্তা ধন৷ পাগলা মছজিদৰ দানবক্সত উলাইছে এই বিপুল পৰিমানৰ ধন৷ ইয়াৰ পূৰ্বেও মছজিদৰ দানবক্সৰ পৰা কোটি কোটি টকা পোৱা গৈছিল৷ এইবাৰ এই দানৰ ধনে ৰেকৰ্ড ভাঙিছে৷ ময়মংসিংঙৰ অন্তৰ্গত কিশোৰগঞ্জ, নৰছুন্দা নদীৰ তীৰত অৱস্থিত এই ঐতিহাসিক পাগলা মছজিদ৷ এই মছজিদত আছে ৯টা লোহাৰ দানবক্স৷ সেই দানবক্স শনিবাৰে খোলা হৈছে৷ ৩ মাহ ২৬ দিন পাছত শনিবাৰে পুৱা এই দানবক্স খোলা হৈছে৷

ৰেকৰ্ড গঢ়ি পাগলা মছজিদৰ দানবক্সত ওলাইছে ২৮ বস্তা ধন৷ দুপৰীয়া পৰ্যন্ত কেইবাজনো লোকে গণি শেষ কৰিব পৰা নাই ধন৷ গণনাত অংশ লৈছে প্ৰায় ৩৫০ জন লোকে৷ গণনাৰ কাম কেইবাদিনো চলিব বুলিও জনাইছে ধন গণি থকা লোককেইজনে৷ কিশোৰগঞ্জৰ জিলা প্ৰশাসকে এই পাগলা মছজিদ কমিটিৰ সভাপতি মহম্মদ আবুল কালাম আজাদে এই সন্দৰ্ভত কয়, ‘‘৩ মাহ ২৬ দিন পাছত দানবক্স খোলা হৈছে৷ এইবাৰ বক্স খুলোতে ২৮ বস্তা ধন পাইছো৷ বেংক কৰ্মকৰ্তা আৰু মাদ্ৰাছাৰ ছাত্ৰই ধনৰ হিঁচাপ কৰি আছে৷’

ইয়াৰ পূৰ্বে ২০ এপ্ৰিলত পাগলা মছজিদৰ ৯টা দানবক্স খোলা হৈছিল৷ সেইবাৰ বক্সত পোৱা গৈছিল ৭কোটি ৭৮লাখ ৬৭ হাজাৰ ৫৩৭টকা৷ নগদ অৰ্থৰ ওপৰিও বৈদেশিক মুদ্ৰা আৰু স্বৰ্ণালংকাৰো পোৱা গৈছিল৷ এই মছজিদ সম্পৰ্কে থকা জনশ্ৰুতিমতে , এসময়ত আধ্যাত্মিক পাগল সাধকে বাস কৰিছিল কিশোৰগঞ্জত৷ এসময়ত জাগি উঠা ওখ টিলাকৃতিৰ স্থানত দেখা যায় এটা মছজিদ৷ শ শ বছৰ ধৰি মুছলমান, হিন্দু সকলো ধৰ্মৰ লোকেই পাগল সাধকৰ কাষলৈ গৈছিল৷ পাগল সাধকৰ দেহাৱসানৰ পাছত এই স্থানকেই পাগল পীৰৰ মছজিদ আখ্যা দিয়া হয়৷ এই পাগল পীৰ দেশ বিদেশৰ জনপ্ৰিয় হৈ উঠে৷ বিভিন্ন ধৰ্ম, বৰ্ণ নাৰী, পুৰুষ নিৰ্বিশেষে সকলোৱে এই পীৰলৈ যায়৷ এইসকলৰ মাজতে প্ৰায় লোকেই তাত নগদ ধন, অলংকাৰ আদিৰ ওপৰিও গৰু, ছাগলী, হাঁহ, মুৰ্গি আদি দান কৰি আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

July 28, 2026
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
Next Post
কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম

কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম

সৰ্বাৰ্থ সিদ্ধি যোগত বৃহৎ সাফল্য ৫ৰাশিৰ জাতকৰ, সূৰ্যদেৱৰ আশীৰ্বাদত হাতলৈ আহিব ধন

সৰ্বাৰ্থ সিদ্ধি যোগত বৃহৎ সাফল্য ৫ৰাশিৰ জাতকৰ, সূৰ্যদেৱৰ আশীৰ্বাদত হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.