• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বাৰ্থ সিদ্ধি যোগত বৃহৎ সাফল্য ৫ৰাশিৰ জাতকৰ, সূৰ্যদেৱৰ আশীৰ্বাদত হাতলৈ আহিব ধন

সৰ্বাৰ্থ সিদ্ধি যোগত বৃহৎ সাফল্য ৫ৰাশিৰ জাতকৰ, সূৰ্যদেৱৰ আশীৰ্বাদত হাতলৈ আহিব ধন

2 years ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

27 minutes ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

1 hour ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

2 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

3 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

4 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

13 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

13 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

14 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

15 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

15 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৰ্বাৰ্থ সিদ্ধি যোগত বৃহৎ সাফল্য ৫ৰাশিৰ জাতকৰ, সূৰ্যদেৱৰ আশীৰ্বাদত হাতলৈ আহিব ধন

সৰ্বাৰ্থ সিদ্ধি যোগত বৃহৎ সাফল্য ৫ৰাশিৰ জাতকৰ, সূৰ্যদেৱৰ আশীৰ্বাদত হাতলৈ আহিব ধন

editor by editor
August 17, 2024
in জীৱনশৈলী, ভাৰত
0
সৰ্বাৰ্থ সিদ্ধি যোগত বৃহৎ সাফল্য ৫ৰাশিৰ জাতকৰ, সূৰ্যদেৱৰ আশীৰ্বাদত হাতলৈ আহিব ধন
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ আগষ্ট ২০২৪ দেওবাৰে চন্দ্ৰই দিনজুৰি মকৰ ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পালিত হ’ব শাওন শুক্লা চতুৰ্দশী৷ বাংলা পঞ্জিকা অনুসৰি শাওন শেষ হৈ ভাদ মাহ আৰম্ভ হৈছে৷ কাইলৈ দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব উত্তৰ আষাঢ় আৰু শাওন নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ কাইলৈ ভাগ্যবানৰ তালিকাত কোন কোন ৰাশিৰ জাতক৷

বৃষ ৰাশি

কাইলৈ ১৮ আগষ্টৰ দিনটো অত্যন্ত লাভজনক হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপোনাৰ মনত পজিটিভ চিন্তা থাকিব৷ কোনো নতুন কামত হাত দিব পাৰে আপুনি৷ নিজৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ ফলত কাইলৈ বৃহৎ সাফল্য লাভ কৰা সম্ভৱ৷ নিজৰ উপাৰ্জন বঢ়োৱাৰ সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

কাইলৈ শাওনৰ শুক্লা চতুৰ্দশীত বেছ লাভজনক হ’ব চলিছে কৰ্কট ৰাশিৰ জাতকে৷ নিজৰ পেছাগত জীৱনত কাইলৈ বৃহৎ সাফল্য লাভ কৰিব আপুনি৷ সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত৷ নিজৰ ইচ্ছাশক্তি আৰু মনৰ জোৰত দেওবাৰে বহু চেলেঞ্জ আপুনি অতিক্ৰম কৰিব পাৰিব৷ পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত সুন্দৰ বেলেন্স বৰ্তাই ৰাখিব পাৰিব৷

কন্যা ৰাশি

১৮ আগষ্টৰ দিনটো সাফল্যৰে ভৰা হ’ব কন্যা ৰাশিৰ জাতকৰ বাবে৷ সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত ব্যৱসায়ীয়ে কাইলৈৰ দিনটো সাফল্যৰে ভৰা হ’ব৷ সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত ব্যৱসায়ীয়ে কাইলৈ মোটা অংকৰ ধন লাভ কৰিব৷ কাইলৈ বিনিয়োগ কৰিলে আপুনি বৃহৎ সাফল্য পাব৷ নিজৰ ভৱিষ্যতক সুৰক্ষিত কৰিবলৈ গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত ল’ব পাৰে৷ কাৰ্যালয়ৰ সহকৰ্মীৰ পৰা প্ৰয়োজনীয় সহায় পাব৷

বৃশ্চিক ৰাশি

কাইলৈ ৰবি যোগত ধন লাভ হোৱাৰ সম্ভাৱনা আছে বৃশ্চিক ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰা লাভ কৰিব পাৰিব৷ পাবলগীয়া টকা কাইলৈ সূৰ্য দেৱতাৰ আশীৰ্বাদত আপুনি লাভ কৰিব৷ সামাজিক মাধ্যমৰ পৰা কাইলৈ কোনো সুখবৰ পাব পাৰে৷ কেৰিয়াৰ সংক্ৰান্তিয় কোনো বৃহৎ সিদ্ধান্ত ল’ব পাৰে৷ কাইলৈ কোনো ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

কুম্ভ ৰাশি

কাইলৈ উত্তৰ আহাঢ় নক্ষত্ৰৰ শুভ প্ৰভাৱ পাব কুম্ভ ৰাশিৰ জাতকে৷ হঠাৎ অৰ্থলাভ কৰিব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে কাইলৈ সম্পত্তি লাভ কৰিব৷ কাৰ্যালয়ৰ পৰা কোনো সুখবৰ পাব পাৰে৷ পুৰণি কোনো অসুখ থাকিলে দূৰ হ’ব৷ ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিসকলেও কাইলৈ বিশেষ সাফল্য পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ
ভাৰত

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

October 7, 2026
Next Post
গাজাৰ মহিলাই ক্ষুৰাই পেলাইছে চুলি, যুদ্ধৰ বাবে নহয় গাজাত ঘটিছে বিশ্বত কোনোদিনে নঘটা এক ঘটনা

গাজাৰ মহিলাই ক্ষুৰাই পেলাইছে চুলি, যুদ্ধৰ বাবে নহয় গাজাত ঘটিছে বিশ্বত কোনোদিনে নঘটা এক ঘটনা

আৰ জি কৰ কাণ্ড! নাৰী সুৰক্ষাৰ বাবে ১০ দফীয়া সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ

আৰ জি কৰ কাণ্ড! নাৰী সুৰক্ষাৰ বাবে ১০ দফীয়া সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.