• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰ জি কৰ কাণ্ড! নাৰী সুৰক্ষাৰ বাবে ১০ দফীয়া সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ

আৰ জি কৰ কাণ্ড! নাৰী সুৰক্ষাৰ বাবে ১০ দফীয়া সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ

2 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

4 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

5 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

5 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

6 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

6 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

7 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

9 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

9 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

10 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

10 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰ জি কৰ কাণ্ড! নাৰী সুৰক্ষাৰ বাবে ১০ দফীয়া সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ

আৰ জি কৰ কাণ্ড! নাৰী সুৰক্ষাৰ বাবে ১০ দফীয়া সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ

editor by editor
August 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আৰ জি কৰ কাণ্ড! নাৰী সুৰক্ষাৰ বাবে ১০ দফীয়া সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ
0
SHARES
564
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰজি কৰ হাস্পতালত তৰুণী চিকিৎসকক শেষ কৰা ঘটনাৰ পাছতেই মহিলাৰ নিৰাপত্তাক লৈ প্ৰশ্ন উঠিছে দেশজুৰি৷ কৰ্মক্ষেত্ৰত মহিলাসকলৰ নিৰাপত্তাৰ দাবীত দেশৰ বিভিন্ন হাস্পতালৰ চিকিৎসকৰ লগতে মহিলাসকল নামি পৰিছে প্ৰতিবাদত৷ জনতাৰ প্ৰতিবাদৰ ওচৰত সেও মানি অৱশেষত মহিলাৰ সুৰক্ষাৰ দিশত নজৰ দিবলৈ বাধ্য হৈছে পশ্চিমবংগ চৰকাৰ৷ নতুন এপ নিৰ্মাণৰ পৰা আৰম্ভ কৰি নিশাৰ লগৰী ভলণ্টিয়াৰ নিয়োগ, চৰকাৰী মেডিকেল কলেজ হাস্পতালসমূহত চিচিটিভি প্ৰতিসময়তে এক্টিভ ৰখাকে ধৰি কেইবাটাও সুৰক্ষা বলয় তৈয়াৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মুখ্যউপদেষ্টা আলাপন বেনাৰ্জীয়ে শনিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰে৷ তাতেই চৰকাৰৰ তৰফৰ পৰা কৰ্মক্ষেত্ৰত মহিলাৰ নিৰাপত্তা বৃদ্ধি বিশেষকৈ নাৰী সুৰক্ষাৰ বাবে চৰকাৰী মেডিকেল কলেজ হাস্পতালসমূহত কি কি পদক্ষেপ লোৱা হৈছে সেই বিষয়ে ঘোষণা কৰিছে৷

কি কি পদক্ষেপ লৈছে চৰকাৰে?

১. সমস্ত চৰকাৰী মেডিকেল কলেজ, হাস্পতাল, হোষ্টেলসমূহত মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত টয়লেটসহ পৃথক ৰেষ্ট ৰুম নিৰ্মাণ কৰা হ’ব৷

২. চৰকাৰী মেডিকেল কলেজ, হাস্পতালসমূহত মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত নিশাৰ লগৰী মহিলা ভলণ্টিয়াৰ নিয়োগ কৰা হ’ব৷

৩. সৰ্বক্ষণৰ চিচিটিভি মনিটৰিঙৰ মাধ্যমেৰে মহিলাৰ বাবে ছেফ জ’ন থাকিব৷

৪. এটা মোবাইল এপ তৈয়াৰ কৰা হৈছে৷ সমস্ত চাকৰিয়াল মহিলাই এই এপ ব্যৱহাৰ কৰিব লাগিব৷ এই এপৰ সৈতে নিকটবৰ্তী থানাৰ সংযোগ থাকিব৷

৫. ১০০/১১২ হেল্পলাইন নম্বৰ ব্যৱহাৰ বঢ়োৱাত জোৰ দিয়া হ’ব৷

৬. সমস্ত মেডিকেল কলেজ, হাস্পতাল, জিলা হাস্পতাল চিকিউৰিটি চেক আৰু ব্ৰেথলাইজাৰ টেষ্ট ব্যৱস্থা থাকিব৷

৭. সমস্ত প্ৰতিষ্ঠানত মহিলাৰ ওপৰত শাৰীৰিক নিগ্ৰহ দূৰ কৰিবলৈ বিশাখা কমিটি তৈয়াৰ ৰখাত জোৰ দিয়া হৈছে৷

৮. চৰকাৰী প্ৰতিষ্ঠানত ওপৰিও বেচৰকাৰী প্ৰতিষ্ঠানসমূহতো এই চৰকাৰী চিষ্টেম অনুসৰণ কৰিব লাগিব৷

৯. কৰ্মক্ষেত্ৰত মহিলাই কাম কৰা বা মহিলা টিম হিচাপে কাম কৰাত গুৰুত্ব দিব লাগিব৷ যাতে এগৰাকীয়ে আনগৰাকীৰ গতিবিধিত নজৰ দিব পাৰে৷

১০. বেচৰকাৰী প্ৰতিষ্ঠানতও নিশাৰ লগৰী গ্ৰুপ ব্যৱহাৰ কৰাৰ অনুৰোধ জনাইছে৷

এইকেইটা নিৰ্দেশনাৰ ওপৰিও অন্য কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে পশ্চিমবংগ চৰকাৰে৷ সমস্ত চৰকাৰী প্ৰতিষ্ঠান, হাস্পতাল, মেডিকেল কলেজ, হোষ্টেলত নাইট পেট্ৰলিং চলিব৷ সমস্ত হাস্পতাল, মেডিকেল কলেজ, জিলা হাস্পতালত চিকিউৰিটি ইনচাৰ্জ নিয়োগ কৰা হ’ব৷ মহিলা পুৰুষৰ সমান অনুপাতত নিৰাপত্তাৰক্ষী থাকিব সমস্ত হাস্পতালত৷ মহিলাসকলে কৰ্মক্ষেত্ৰত যাতে ১২ ঘণ্টাতকৈ বেছি সময় নিযুক্ত নাথাকে তাৰ ব্যৱস্থা কৰা হ’ব৷ আনকি সুযোগ থাকিলে মহিলাক নাইট ডিউটিত নাৰাখিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

August 21, 2026
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!
বাণিজ্য

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

August 21, 2026
Next Post
৭ দিনৰ ভিতৰত ঘৰ সলনি কৰিব মঙ্গল, বুধ আৰু শুক্ৰই, সকলো সপোন পূৰণ হ’ব ৩ ৰাশিৰ জাতকৰ

৭ দিনৰ ভিতৰত ঘৰ সলনি কৰিব মঙ্গল, বুধ আৰু শুক্ৰই, সকলো সপোন পূৰণ হ’ব ৩ ৰাশিৰ জাতকৰ

Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.