• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাজাৰ মহিলাই ক্ষুৰাই পেলাইছে চুলি, যুদ্ধৰ বাবে নহয় গাজাত ঘটিছে বিশ্বত কোনোদিনে নঘটা এক ঘটনা

গাজাৰ মহিলাই ক্ষুৰাই পেলাইছে চুলি, যুদ্ধৰ বাবে নহয় গাজাত ঘটিছে বিশ্বত কোনোদিনে নঘটা এক ঘটনা

2 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

4 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

5 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

5 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

6 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

6 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

7 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

9 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

9 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

10 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

10 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গাজাৰ মহিলাই ক্ষুৰাই পেলাইছে চুলি, যুদ্ধৰ বাবে নহয় গাজাত ঘটিছে বিশ্বত কোনোদিনে নঘটা এক ঘটনা

গাজাৰ মহিলাই ক্ষুৰাই পেলাইছে চুলি, যুদ্ধৰ বাবে নহয় গাজাত ঘটিছে বিশ্বত কোনোদিনে নঘটা এক ঘটনা

editor by editor
August 17, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
গাজাৰ মহিলাই ক্ষুৰাই পেলাইছে চুলি, যুদ্ধৰ বাবে নহয় গাজাত ঘটিছে বিশ্বত কোনোদিনে নঘটা এক ঘটনা
0
SHARES
587
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধ বিধস্ত এখন চহৰ, চৌদিশে অভাৱ আৰু অভাৱ৷ শেহতীয়াকৈ অভাৱৰ বাবেই সেই চহৰৰ মহিলাই লৈছে অদ্ভুত সিদ্ধান্ত৷ ভালপোৱা চুলিকোছাও কাটি পেলাবলৈ বাধ্য হৈছে এতিয়া গাজাৰ মহিলাই৷ গাজাৰ শিশু বিশেষজ্ঞ লোৱনা আল আজাইজাৰৰ ওচৰত একাংশ মহিলাই আহি অভিযোগ কৰিছে যে তেওঁলোকৰ হাতত খাদ্যৰ অভাৱেই নহয়, চুলিত ঘঁহা তেল, চেম্পু, আনকি ফণী এখনো নাই৷ যাৰবাবে এতিয়া হেঁপাহৰ চুলিখিনিও তেওঁলোকে কাটি পেলাইছে৷

এখন ফনি নাই ঘৰত৷ নাই এটুপি তেল৷ ১০ মাহে যুদ্ধই সকলোবোৰ কাঢ়ি নিছে তেওঁলোকৰ পৰা৷ কাঢ়ি নিছে স্বাচ্ছন্দ্যৰ সকলো বস্তুৱেই৷ গাজাত ইজৰাইলৰ অৱৰোধৰ অৰ্থ হৈছে চেম্পু, চাবোন, পেড, গৃহ চাফা কৰা সকলো উপকৰণৰেই অভাৱ ঘটিছে৷ বৰ্জ্য সংগ্ৰহ আৰু পুনঃনিষ্কাশন ব্যৱস্থাও ভাঙি পৰিছে৷ ইয়াৰ পৰাই বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে গাজাত৷ পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভাৱত বিভিন্ন খৰ খজুৱতি আদি বাঢ়িব ধৰিছে৷

বিগত সময়ছোৱাত সৰ্বাধিক হাৰত গাজাত বিয়পিছে চৰ্মৰোগ, যাৰ কাৰণে বহুতেই এতিয়া চিকিৎসালয়ত ভিৰ কৰিছে৷ চৰ্মৰোগৰ বহু কাৰণ আছে যাৰ মাজত আছে শিৱিৰসমূহত স্বচ্ছতাৰ অভাৱ, বিভিন্ন মানুহে ব্যৱহাৰ কৰে একেই সামগ্ৰী, শিশুৰ মাজত ঘামি ঘামি একেই বস্ত্ৰ পৰিধান কৰি থকা, পৰ্যাপ্ত পানীৰ অভাৱত গা নুধুৱা আদি সমস্যা গাজাৰ দৈনন্দিনতা হৈ পৰিছে৷ চিকিৎসকে উপায়হীন হৈ গা ধুবলৈ আগবঢ়াইছে পৰামৰ্শ৷

শিশু বিশেষজ্ঞগৰাকীয়ে দাঙি ধৰা ৰিপৰ্টমতে হাস্পতালত থকা সময়খিনিত তেওঁ বহু এনে ৰোগী চাইছে৷ গাজাত এতিয়া বেছিভাগ চিকিৎসকে ঘৰে ঘৰে গৈয়ো চিকিৎসা চলাইছে জনতাৰ৷ ইজৰাইলে গাজাৰ হাস্পতালসমূহৰ ওপৰত আক্ৰমণ চলোৱাৰ বাবে ৰোগী চাবলৈ এই পন্থা ল’বলৈ বাধ্য হৈছে চিকিৎসক৷  গাজাত ৰোগীৰ চিকিৎসা প্ৰদানত চিকিৎসকে হেমাহী নকৰিলেও ঔষধ পোৱাটো কিন্তু ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷

ইজৰাইলৰ মিছৰৰ পৰা ৰাফাহ সীমান্ত ক্ৰছিঙৰ নিয়ন্ত্ৰণ ইজৰাইলে নিজৰ হাতত লোৱাৰ পাছতেই আন্তৰ্জাতিক সাহায্য বিতৰণ নাটকীয়ভাৱে হ্ৰাস পাইছে৷ এয়াও এক মানৱিক সংকট৷ ইজৰাইলে জৰুৰী মানৱিক সহায়তা দিয়াত বিলম্ব কৰাৰ বিষয়টোক অৱশ্যে নস্যাৎ কৰিছে ইজৰাইলে৷  গাজাৰ চিকিৎসকে এতিয়া মানৱীয় সহায় ভীক্ষা বিচাৰি শ্বেয়াৰ কৰিছে এটা পোষ্ট, য’ত লিখিছে, ‘সীমান্ত ক্ৰছিংটো অৱশ্যেই খুলি দিব যাতে ঔষধ আনিব পাৰে, কাৰণ বৰ্তমান পূৰ্বৰ বেছিভাগেই অকাৰ্যকৰ, শূন্য প্ৰভাৱ, আমি যি চৰ্মৰোগ দেখিছো তাৰ সমাধান কেৱল ঔষধ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

August 21, 2026
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!
বাণিজ্য

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

August 21, 2026
Next Post
আৰ জি কৰ কাণ্ড! নাৰী সুৰক্ষাৰ বাবে ১০ দফীয়া সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ

আৰ জি কৰ কাণ্ড! নাৰী সুৰক্ষাৰ বাবে ১০ দফীয়া সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ

৭ দিনৰ ভিতৰত ঘৰ সলনি কৰিব মঙ্গল, বুধ আৰু শুক্ৰই, সকলো সপোন পূৰণ হ’ব ৩ ৰাশিৰ জাতকৰ

৭ দিনৰ ভিতৰত ঘৰ সলনি কৰিব মঙ্গল, বুধ আৰু শুক্ৰই, সকলো সপোন পূৰণ হ’ব ৩ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.