• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ দিনৰ ভিতৰত ঘৰ সলনি কৰিব মঙ্গল, বুধ আৰু শুক্ৰই, সকলো সপোন পূৰণ হ’ব ৩ ৰাশিৰ জাতকৰ

৭ দিনৰ ভিতৰত ঘৰ সলনি কৰিব মঙ্গল, বুধ আৰু শুক্ৰই, সকলো সপোন পূৰণ হ’ব ৩ ৰাশিৰ জাতকৰ

2 years ago
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

13 minutes ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

1 hour ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

3 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

3 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

15 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

15 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

16 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

16 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

17 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

18 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৭ দিনৰ ভিতৰত ঘৰ সলনি কৰিব মঙ্গল, বুধ আৰু শুক্ৰই, সকলো সপোন পূৰণ হ’ব ৩ ৰাশিৰ জাতকৰ

৭ দিনৰ ভিতৰত ঘৰ সলনি কৰিব মঙ্গল, বুধ আৰু শুক্ৰই, সকলো সপোন পূৰণ হ’ব ৩ ৰাশিৰ জাতকৰ

editor by editor
August 18, 2024
in বিবিধ, ভাৰত, লেখা
0
৭ দিনৰ ভিতৰত ঘৰ সলনি কৰিব মঙ্গল, বুধ আৰু শুক্ৰই, সকলো সপোন পূৰণ হ’ব ৩ ৰাশিৰ জাতকৰ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰত গ্ৰহৰ ৰাশি আৰু গতি পৰিবৰ্তনক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হয়৷ গ্ৰহৰ ৰাশি পৰিবৰ্তনে সমস্ত ৰাশিৰ জাতকক প্ৰভাৱিত কৰে৷ কোনো কোনো ক্ষেত্ৰত শুভ আৰু কোনো কোনো ক্ষেত্ৰত অশুভ ফলাফল পোৱা যায়৷ ২২ আগষ্টৰ পৰা ২৭ আগষ্টৰ মাজত তিনিটা গ্ৰহই ঘৰ সলনি কৰিব৷ ২২ আগষ্টত বুধে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, ইয়াৰ পাছতেই ২৫ আগষ্টত শুক্ৰই কন্যা ৰাশিত আহিব৷ শেষত ২৬ আগষ্টত মঙ্গলে মিথুন ৰাশিত ভ্ৰমণ আৰম্ভ কৰিব৷ বুধ, শুক্ৰ আৰু মঙ্গলৰ গতি পৰিবৰ্তনত বেছ কিছু ৰাশিৰ জাতকৰ ভাগ্যোন্নতি হ’ব৷ কোন কোন ৰাশিৰ জাতকৰ বাবে সময় ভাল? জানক সবিশেষ৷

মেষ ৰাশি

মঙ্গল, বুধ আৰু শুক্ৰৰ ৰাশি পৰিবৰ্তন মেষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ৷ এই সময়ত মাটি আৰু সম্পত্তি সংক্ৰান্তীয় কামৰ মাধ্যমেৰে ধনলাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ নতুন পৰিকল্পনা তৈয়াৰ কৰিব৷ এই সময়টো আপোনাৰ বাবে অত্যন্ত অনুকূল৷ অধিকাৰীসকলৰ সৈতে সু সম্পৰ্ক গঢ়ি উঠিব৷ আনকি ব্যৱসায়ৰ বাবেও সময় খুবেই ভাল৷ কোনো পুৰণি বন্ধুৰ সৈতে আলোচনা কৰা হ’ব পাৰে৷

মিথুন ৰাশি

চিন্তাৰ পৰা মুক্তি পাব মিথুন ৰাশিৰ জাতকে৷ আৰ্থিক জীৱনত পৰিবৰ্তনে আহিব৷ আনকি কোনো যাত্ৰাত যোৱাৰো সম্ভাৱনা আছে৷ সঞ্চিত অৰ্থৰ পৰিমাণ কমিব৷ চাকৰিয়াল জাতকৰ বাবে সময় ভাল৷ অধিকাৰিসকলৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ মাটি আৰু সম্পত্তি ক্ৰয় কৰিব পাৰে৷ বাহন ক্ৰয় বিক্ৰয়ত লাভ হ’ব পাৰে৷

সিংহ ৰাশি

জ্যোতিষ গণনা অনুসৰি মঙ্গল, বুধ আৰু শুক্ৰৰ ৰাশি পৰিবৰ্তন সিংহৰ জাতকৰ ব্যৱসায়ীৰ বাবে শুভ৷ সম্পত্তি, ব্যৱসায়ৰ মাধ্যমেৰে লাভাম্বিত হ’ব এই ৰাশিৰ জাতকৰ৷ সাফল্য লাভ সম্ভৱ৷ আপোনাৰ কাঙ্খিত সমস্ত কাম সম্পন্ন হ’ব৷ অংশীদাৰৰ মাধ্যমেৰে লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ পাৰিবাৰিক সমস্যাৰ সমাধানৰ সুযোগ পাব৷ মান সন্মান বৃদ্ধি পাব এই সময়ত৷ আপোনাৰ আৰ্থিক লাভৰ প্ৰৱল সম্ভাৱনা আছে৷ কোনো সু সংবাদ পাব পাৰে এই ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস
বাণিজ্য

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

June 22, 2026
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক
বাণিজ্য

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

June 22, 2026
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক
অসম

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

June 22, 2026
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে
অসম

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

June 22, 2026
Next Post
Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

Google Payৰ পৰা লেনদেনৰ ইতিহাস মুছিব খোজে? জানি থওক সহজ পদ্ধতি

পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ হৈছে নেকি ছাইবাৰ যুদ্ধ?

পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ হৈছে নেকি ছাইবাৰ যুদ্ধ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.