• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ হৈছে নেকি ছাইবাৰ যুদ্ধ?

পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ হৈছে নেকি ছাইবাৰ যুদ্ধ?

2 years ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

10 hours ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

10 hours ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

10 hours ago
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

11 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

12 hours ago
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

12 hours ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

13 hours ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

13 hours ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

13 hours ago
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

14 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

15 hours ago
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ হৈছে নেকি ছাইবাৰ যুদ্ধ?

পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ হৈছে নেকি ছাইবাৰ যুদ্ধ?

editor by editor
August 18, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ হৈছে নেকি ছাইবাৰ যুদ্ধ?
0
SHARES
437
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজ্ঞজনৰ দাবী এদিন বজ্ৰপাতৰ ফলত দৃষ্টিশক্তি হেৰুৱাইছিল তেওঁ। দৃষ্টিশক্তি হেৰুওৱাৰ পাছতেই দিব্যশক্তিৰ অধিকাৰী হৈ পৰা মহিলাগৰাকীয়েই হৈছে ভৱিষ্যদ্ৰষ্টা বাবা ভাংগা। অলৌকিক শক্তিৰ দ্বাৰা দৃষ্টিশক্তি হেৰুওৱাৰ পাছতো তেওঁ দিব্যশক্তিৰে পৃথিৱীৰ পোহৰ দেখিছিল। ভবিষ্যৎ দেখাৰ ক্ষমতা অৰ্জন কৰা বুলগেৰীয়াৰ এইগৰাকী মহিলা বাবা ভাংগাৰ ভবিষ্যৎ বাণীসমূহ আজিও প্ৰাসংগিক।

এটা যুগৰ তেঁও নষ্ট্ৰাডামূছ। ১৯৯৬ চনত মৃত্যু হোৱা এইগৰাকী বাবা ভাংগাই দি যোৱা ভৱিষ্যদ্বাণীসমূহ আজিও সত্য প্ৰমাণিত হৈয়েই আছে। সেই বাবা ভাংগাই পৃথিৱীৰ আয়ুস কিমান সেই সন্দৰ্ভতো ভৱিষ্যদ্বাণী কৰি থৈ গৈছে। কিন্তু কেনেকৈ ধ্বংস হ’ব এই পৃথিৱী

সন্ত্ৰাসবাদৰ উত্থানঃ 

ভাংগাই কৈছিল, সন্ত্ৰাসবাদৰ উত্থানত জংগীৰ আক্ৰমণৰ বলি হ’ব সমগ্ৰ বিশ্ব বুলি বাবা ভাংগাই তাহানিতেই ভৱিষ্যদ্বাণী কৰি গৈছে। তেওঁৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিতও হৈছে। ৯/১১ৰ পৰা ২৬/১১, আমেৰিকাৰ পৰা মুম্বাইলৈকে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণে ৰক্তাক্ত কৰিছে এই সভ্য়তাক। এই ভয়াৱহ দিন বাবা ভাংগাই কোৱাৰ দৰেই আহিছে বুলিও বহুতে দাবী কৰে। ইয়াৰোপৰি ইউৰোপৰ দেশসমূহতো বাৰে বাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ চলি আছে।

চিকিৎসাত বিপ্লৱঃ

কেৱল ধ্বংস আৰু মৃত্যুৰ কথাই নহয়। আশাৰ পোহৰো দেখুৱাই গৈছে দৃষ্টিহীন ভাংগা বাবাই। তেওঁ দাবী কৰিছিল, চিকিৎসা বিজ্ঞানত প্ৰভূত উন্নতি হ’ব। আজিৰ বিশ্বত সেইয়া দেখিবলৈ পোৱা গৈছে। ইফালে ২০২৪ চনত কৰ্কট আৰু এলঝাইমাৰৰ ঔষধ আৱিষ্কাৰ হ’ব বুলিও দাবী কৰি গৈছে বাবা ভাংগাই।

জলবায়ু পৰিবৰ্তনঃ

বাবা ভাংগাই সতৰ্ক কৰি গৈছে, অত্যাধিক প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদ অপচয় কৰাৰ শাস্তি পাব মানুহে। প্ৰকৃতিয়ে তাৰ প্ৰতিশোধ ল’ব। উষ্ণায়নৰ বাবে মেৰুদেশৰ বৰফ গলিবলৈ ধৰিছে, গৰমে অতিষ্ঠ কৰিছে জনতাক। বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে।

বাবা ভাংগাই পৃথিৱীৰ আয়ুস কিমান সেই সন্দৰ্ভতো ভৱিষ্যদ্বাণী কৰি থৈ গৈছে। বাবা ভাংগাই ৫০৭৯ চনলৈকে ভৱিষ্যদ্বাণী কৰি গৈছে। তেওঁৰ মতে এদিন এই নীল গ্ৰহ ধ্বংস হৈ যাব। তেওঁৰ হিচাপত এই গ্ৰহৰ আয়ুস আৰু মাত্ৰ ৩ হাজাৰ বছৰহে আছেগৈ।  অৱশ্য়ে এই দাবী কিমানদূৰ সত্য হ’ব সেই সন্দৰ্ভতো বহুতেই গৱেষণা আৰম্ভ কৰিছে।

ছাইবাৰ যুদ্ধঃ

বাবা ভাংগাই ইণ্টাৰনেটৰ উত্থানৰ পূৰ্বেই ছাইবাৰ যুদ্ধৰ কথা কৈ গৈছে। এ আই, ইণ্টাৰনেটৰ এই যুগক লৈ ভাংগা বাবাৰ স্পষ্ট ভৱিষ্যদ্বাণী আছিল। এদিন ইণ্টাৰনেটেই যুদ্ধৰ অস্ত্ৰ হৈ উঠিব। তেওঁ কোৱাৰ দৰেই এতিয়া এপল, মেক প্ৰভৃতি শীৰ্ষস্থানীয় টেক সংস্থাসমূহেও দাবী কৰিছে যে তেওঁলোক নিৰাপত্তাজনিত সমস্যাত ভূগিছে। হেকাৰে তেওঁলোকৰ তথ্য হেক কৰিবলৈ প্ৰতিনিয়ত চেষ্টা চলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

June 1, 2026
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত
জীৱনশৈলী

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

June 1, 2026
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?
ক্ৰীড়া

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

June 1, 2026
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য
জীৱনশৈলী

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

June 1, 2026
Next Post
তিনি ৰাশিক প্ৰৱল সমস্যাত পেলাব বক্ৰী বুধে, দেখা দিব আৰ্থিক সংকটে

তিনি ৰাশিক প্ৰৱল সমস্যাত পেলাব বক্ৰী বুধে, দেখা দিব আৰ্থিক সংকটে

মাত্ৰ কেইটামান মাহ, মেষ ৰাশিত আৰম্ভ হ’ব শনিৰ এই দশা, সতৰ্ক থাকক মেষকে ধৰি এই দুই ৰাশিৰ জাতক

মাত্ৰ কেইটামান মাহ, মেষ ৰাশিত আৰম্ভ হ’ব শনিৰ এই দশা, সতৰ্ক থাকক মেষকে ধৰি এই দুই ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.