• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ কেইটামান মাহ, মেষ ৰাশিত আৰম্ভ হ’ব শনিৰ এই দশা, সতৰ্ক থাকক মেষকে ধৰি এই দুই ৰাশিৰ জাতক

মাত্ৰ কেইটামান মাহ, মেষ ৰাশিত আৰম্ভ হ’ব শনিৰ এই দশা, সতৰ্ক থাকক মেষকে ধৰি এই দুই ৰাশিৰ জাতক

2 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

7 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

9 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

9 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

9 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

10 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

10 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

12 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

13 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

13 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

13 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

14 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ কেইটামান মাহ, মেষ ৰাশিত আৰম্ভ হ’ব শনিৰ এই দশা, সতৰ্ক থাকক মেষকে ধৰি এই দুই ৰাশিৰ জাতক

মাত্ৰ কেইটামান মাহ, মেষ ৰাশিত আৰম্ভ হ’ব শনিৰ এই দশা, সতৰ্ক থাকক মেষকে ধৰি এই দুই ৰাশিৰ জাতক

editor by editor
August 18, 2024
in জীৱনশৈলী, লেখা
0
মাত্ৰ কেইটামান মাহ, মেষ ৰাশিত আৰম্ভ হ’ব শনিৰ এই দশা, সতৰ্ক থাকক মেষকে ধৰি এই দুই ৰাশিৰ জাতক
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিৰ সাতি দশাই সকলোৰে মনত আতংকৰ সৃষ্টি কৰে৷ কাৰণ এই দশাই যেতিয়া যি ৰাশিত চলে, নানান সমস্যাই ঘেৰি ধৰে সেই ৰাশিক৷ এবাৰ আৰম্ভ হ’লে সেই দশা সাত বছৰ ধৰি চলে৷ এই সময়ত কেৰিয়াৰত সমস্যা, আৰ্থিক বিপৰ্যয়, অসুখ বিসুখ, দুৰ্ঘটনাৰ আশংকা বাঢ়ি যায়৷ শনিয়ে যেতিয়া যি ৰাশিত থাকে, সেই ৰাশি আৰু তাৰ কাষৰ ৰাশিতো শনিৰ দশাৰ প্ৰভাৱ পৰে৷

বৰ্তমান কুম্ভ ৰাশিত শনি

শনিয়ে এতিয়া কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ বিগত বছৰ ১৭ জানুৱাৰীত শনিয়ে কুম্ভ ৰাশিত প্ৰৱেশ কৰিছিল৷ নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিত নিজৰ স্থান পৰিবৰ্তন কৰে৷ ২০২৪ চনত শনিয়ে কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ সেয়ে বৰ্তমান শনিৰ সাতি দশা চলিছে মকৰ, কুম্ভ আৰু মীন ৰাশিত৷ মীন ৰাশিত চলি থকা শনিৰ দশাৰ প্ৰথম পৰ্যায়ত কুম্ভ ৰাশিত আৰু দ্বিতীয় পৰ্যায়ত মকৰ ৰাশিত চলিছে এই দশাৰ শেষ পৰ্যায়৷

২০২৫ত শনিৰ গোচৰ

আগন্তুক বছৰত নিজৰ স্থান পৰিবৰ্তন কৰিব শনি মহাৰাজে৷ ২০২৫ৰ ২৯ মাৰ্চত শনিয়ে কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ শনিয়ে মীন ৰাশিত গোচৰ কৰাৰ সৈতে মকৰ ৰাশিৰ জাতকে শনিৰ সাতি দশাৰ পৰা মুক্তি পাব৷ ইয়াৰ সৈতে সাতিৰ আওতাত আহিব মেষ ৰাশি৷ শনিয়ে গোচৰ কৰিলে সাতি দশা চলিব কুম্ভ, মীন আৰু মেষ ৰাশিত৷

সাৱধানে থাকক মেষৰ জাতক

সন্মুখত বছৰত শনিৰ চাৰে সাতি দশা আৰম্ভ হ’ব মেষ ৰাশিত৷ সেয়ে মেষ ৰাশিৰ জাতকে এতিয়াৰে পৰাই সাৱধানে চলক বুলি পৰামৰ্শ দিছে জ্যোতিষবীদে৷ পৰবৰ্তী চাৰে সাত বছৰ ধৰি নানান সমস্যাৰ মুখামুখি হ’ব মেষ ৰাশিৰ জাতক৷ এই সময়ত কৰ্মক্ষেত্ৰত বাধাৰ সন্মুখীন হ’ব৷ শনিৰ অশুভ প্ৰভাৱত আৰ্থিক সংকট বাঢ়িব এওঁলোকৰ জীৱনত৷ অসুখ বিসুখত ভূগিব পাৰে আৰু দুৰ্ঘটনাৰ কৱলতো পৰিব পাৰে৷ পদে পদে বাধা বিপত্তিৰ মুখত পৰিব মেষ ৰাশিৰ জাতকসকল৷

এই সময়ত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপুনি সতৰ্ক থাকক৷ টকা ভাৱিচিন্তি খৰচ কৰক৷ বাজে খৰচ কৰিলে তাৰ ফল আপুনি ভূগিব লাগিব৷ এই সময়ত কোনো ধৰণৰ তৰ্ক বিতৰ্কৰ পৰা নিজকে দূৰত ৰাখক মেষ ৰাশিত জাতকে৷ কাকো অন্ধভাৱে বিশ্বাস নকৰিব৷ ৰাস্তাই ঘাটে সাৱধানে চলাফিৰা কৰক৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক৷ ইয়াৰোপৰি মেষ ৰাশিৰ জাতকে প্ৰতি শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেলৰ প্ৰদীপ জ্বলাওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
সেই নিশা আচলতে ঘটিছিল কি? সকলোবোৰ উল্লেখ আছিল ডায়েৰিৰ পৃষ্ঠাত… উদ্ধাৰ হৈছে আৰ জি কৰ হাস্পতালৰ চিকিৎসকগৰাকীৰ ডায়েৰী

সেই নিশা আচলতে ঘটিছিল কি? সকলোবোৰ উল্লেখ আছিল ডায়েৰিৰ পৃষ্ঠাত... উদ্ধাৰ হৈছে আৰ জি কৰ হাস্পতালৰ চিকিৎসকগৰাকীৰ ডায়েৰী

য’তে ত’তে ডাষ্টবিন থয় নেকি? এইকেইটা স্থানত ডাষ্টবিন থলে দাৰিদ্ৰতাই লগ নেৰিব আপোনাক

য’তে ত’তে ডাষ্টবিন থয় নেকি? এইকেইটা স্থানত ডাষ্টবিন থলে দাৰিদ্ৰতাই লগ নেৰিব আপোনাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.