• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
য’তে ত’তে ডাষ্টবিন থয় নেকি? এইকেইটা স্থানত ডাষ্টবিন থলে দাৰিদ্ৰতাই লগ নেৰিব আপোনাক

য’তে ত’তে ডাষ্টবিন থয় নেকি? এইকেইটা স্থানত ডাষ্টবিন থলে দাৰিদ্ৰতাই লগ নেৰিব আপোনাক

2 years ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

6 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

30 minutes ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

1 hour ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

14 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

14 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

15 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

য’তে ত’তে ডাষ্টবিন থয় নেকি? এইকেইটা স্থানত ডাষ্টবিন থলে দাৰিদ্ৰতাই লগ নেৰিব আপোনাক

য’তে ত’তে ডাষ্টবিন থয় নেকি? এইকেইটা স্থানত ডাষ্টবিন থলে দাৰিদ্ৰতাই লগ নেৰিব আপোনাক

editor by editor
August 18, 2024
in জীৱনশৈলী
0
য’তে ত’তে ডাষ্টবিন থয় নেকি? এইকেইটা স্থানত ডাষ্টবিন থলে দাৰিদ্ৰতাই লগ নেৰিব আপোনাক
0
SHARES
206
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যেকৰ ঘৰতেই ডাষ্টবিন থাকে। কিন্তু ডাষ্টবিন এটা ঘৰৰ ক’ত ক’ত থোৱাটো বাস্তু শাস্ত্ৰমতে ভাল সেই বিষয়েও জ্যোতিষ শাস্ত্ৰই দিছে বিশেষ কেইটামান উপায়। ঘৰৰ য’তে য’তে ডাষ্টবিন থোৱাটো বেয়া বুলি বাস্তু শাস্ত্ৰত উল্লেখ আছে। ঘৰৰ ক’ত ডাষ্টবিন থোৱাটো বেয়া বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে?

ডাষ্টবিনটো বাস্তু শাস্ত্ৰৰ নিয়ম মানি ৰাখিলে নিশ্চিতভাৱে আপোনাৰ ভাগ্যত ইয়াৰ প্ৰভাৱ পৰিব। ঘৰৰ এইকেইটা স্থানত ডাষ্টবিন ৰাখিলে ঘৰত অমংগল হয়।একোখন ঘৰত ডাষ্টবিন কেতিয়াও পাকঘৰ, পূজাঘৰ, ড্ৰয়িং ৰুমত ৰাখিব নালাগে। এনেকৈ ডাষ্টবিন ৰাখি থোৱাটো অশুভ বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। এনেকৈ ৰখা ডাষ্টবিনে ভাগ্যক প্ৰভাৱিত কৰে। পাকঘৰত অস্থায়ীভাৱে ডাষ্টবিন ৰাখিব পাৰে কিন্তু কেতিয়াও ইয়াক স্থায়ীভাৱে ৰাখিব নালাগে। ঘৰৰ মূল গেটত ডাষ্টবিন ৰাখিব নালাগে। ডাষ্টবিন সদায়ে মুখ্য গেটৰ ভিতৰত বা বাহিৰত একদম মূল গেটৰ কাষত নাৰাখিব। কিবা কাৰণত ডাষ্টবিন ৰাখিলেও সদায়ে লোকচক্ষুৰ পৰা আঁতৰত ৰাখিব। বাস্তু বিশেষজ্ঞৰ মতে চিৰিৰ তলত ডাষ্টবিন ৰখাটো অশুভ বুলি গণ্য কৰা হয়। এনেকৈ ডাষ্টবিন ৰাখিলে ঘৰলৈ দৰিদ্ৰতা আহে। ইয়াৰোপৰি ঘৰৰ উত্তৰ পূবত বা উত্তৰ কোণত ডাষ্টবিন ৰখাটো বেয়া।

ডাষ্টবিন ঘৰৰ ক’ত ক’ত ৰাখিব লাগে?

ঘৰৰ দক্ষিণ-পশ্চিম কোণত বা উত্তৰ-পশ্চিম কোণত ডাষ্টবিন ৰাখিব পাৰে। এই দিশক বাদ দি আন দিশত কেতিয়াও ডাষ্টবিন নাৰাখিব। ডাষ্টবিনৰ বাহিৰত কোনোধৰণৰ জাবৰ নেপেলাব। সকলো জাবৰ ডাষ্টবিনৰ ভিতৰতেই ৰাখিব। যদি সম্ভৱ হয় ডাষ্টবিন থোৱা স্থানৰ চৌদিশে আপুনি উদ্ভিদ আদি ৰোপণ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
Next Post
মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই, ধনলাভ সম্ভৱ এই ৩ৰাশিৰ জাতকৰ

মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই, ধনলাভ সম্ভৱ এই ৩ৰাশিৰ জাতকৰ

কেন্দ্ৰৰ ওপৰত ক্ৰোধ প্ৰকাশ ৰাহুল গান্ধীৰ- UPSCত RSS ৰ পৰা ভৰ্তি হৈ আছে, কাঢ়ি আছে সংৰক্ষিত আসন

কেন্দ্ৰৰ ওপৰত ক্ৰোধ প্ৰকাশ ৰাহুল গান্ধীৰ- UPSCত RSS ৰ পৰা ভৰ্তি হৈ আছে, কাঢ়ি আছে সংৰক্ষিত আসন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.