• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰৰ ওপৰত ক্ৰোধ প্ৰকাশ ৰাহুল গান্ধীৰ- UPSCত RSS ৰ পৰা ভৰ্তি হৈ আছে, কাঢ়ি আছে সংৰক্ষিত আসন

কেন্দ্ৰৰ ওপৰত ক্ৰোধ প্ৰকাশ ৰাহুল গান্ধীৰ- UPSCত RSS ৰ পৰা ভৰ্তি হৈ আছে, কাঢ়ি আছে সংৰক্ষিত আসন

2 years ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

10 minutes ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

53 minutes ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

2 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

2 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

16 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

16 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

16 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

17 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

17 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

18 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

19 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কেন্দ্ৰৰ ওপৰত ক্ৰোধ প্ৰকাশ ৰাহুল গান্ধীৰ- UPSCত RSS ৰ পৰা ভৰ্তি হৈ আছে, কাঢ়ি আছে সংৰক্ষিত আসন

editor by editor
August 18, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কেন্দ্ৰৰ ওপৰত ক্ৰোধ প্ৰকাশ ৰাহুল গান্ধীৰ- UPSCত RSS ৰ পৰা ভৰ্তি হৈ আছে, কাঢ়ি আছে সংৰক্ষিত আসন
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰৰ ওপৰত ক্ৰোধ প্ৰকাশ ৰাহুল গান্ধীৰ- UPSCত RSS ৰ পৰা ভৰ্তি হৈ আছে, কাঢ়ি আছে সংৰক্ষিত আসন

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে পুনৰ লক্ষ্য কৰি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। শেহতীয়াকৈ কেন্দ্ৰীয় লোকসেৱা আয়োগে চলোৱা নিযুক্তিৰ কথা উল্লেখ কৰি তেওঁ কয় যে মোদী চৰকাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে বৃহৎ পদত নিযুক্তি দিছে।

ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট দি মুকলিকৈ ৰিজাৰ্ভেচন সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে ৰাজহুৱা সেৱক নিযুক্তি দি সংবিধানক আক্রমণ কৰিছে বুলিও কয়৷

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ত পাৰ্শ্বীয় প্ৰৱেশৰ জৰিয়তে গুৰুত্বপূৰ্ণ পদত নিযুক্তি দি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অবিচি শিতানৰ সংৰক্ষণ মুকলিকৈ কাঢ়ি লৈ​গৈছে।

সগতে ইয়াকো কৈছে যে, প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ অধিকাৰৰ ওপৰত ডকাইতি কৰিছে কেন্দ্ৰই। ইয়াক উন্নত কৰাৰ পৰিৱৰ্তে তেওঁলোকক শীৰ্ষ পদৰ পৰা অধিক আঁতৰাই দিয়া হৈছে পাৰ্শ্বীয় প্ৰৱেশ। ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ অধিকাৰৰ ওপৰত আৰু অভাৱগ্ৰস্ত লোকৰ বাবে সংৰক্ষণকে ধৰি সামাজিক ন্যায়ৰ ধাৰণাটোৰ ওপৰত বিজেপিয়ে লুটপাত চলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpCongress Opposition LeaderNarendra Modi VS Rahul Gandhirahul gandhirss
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ
জীৱনশৈলী

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

June 14, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

June 14, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

June 14, 2026
Next Post
কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ’ব সুৰক্ষিত!

কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ'ব সুৰক্ষিত!

কাইলৈ ৰক্ষাবন্ধনত তিনিটাকৈ অশুভ যোগ, ৰাখী বন্ধাৰ বাবে মাথো সামান্য সময়, জানিবলৈ পঢ়ক এই খবৰ-

কাইলৈ ৰক্ষাবন্ধনত তিনিটাকৈ অশুভ যোগ, ৰাখী বন্ধাৰ বাবে মাথো সামান্য সময়, জানিবলৈ পঢ়ক এই খবৰ-

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.