• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ’ব সুৰক্ষিত!

কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ’ব সুৰক্ষিত!

2 years ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

11 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

12 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

12 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

13 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

14 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

15 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

15 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

16 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

16 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

17 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

17 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ’ব সুৰক্ষিত!

editor by editor
August 18, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ’ব সুৰক্ষিত!
0
SHARES
742
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ’ব সুৰক্ষিত!

মহিলা সকল কেতিয়া সুৰক্ষিত হ’ব! কেতিয়া মুকলিকৈ উশাহ ল’ব পাৰিব এগৰাকী মহিলাই! কলিকতাৰ মহিলা চিকিৎসকৰ ঘটনাই দেশ কঁপাই যোৱাৰ সময়তে পোহৰলৈ আহিছে আন এক ঘটনা। এইবাৰ মুম্বাইৰ হাস্পতালত এগৰাকী মহিলা চিকিৎসকৰ সৈতে দুৰ্ব্যৱহাৰ ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত হাস্পতালত ডিউটি কৰি থকাৰ সময়তে ঘটে এই ঘটনা। পুৱতি নিশা এগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত লোক আহে চিকিৎসাৰ বাবে। হাতৰ পৰা তেজ বৈ থকাৰ লগতে চেহেৰাটো আছিল গভীৰ জখম।

মহিলা চিকিৎসকগৰাকীয়ে লগে লগে ৰোগীগৰাকীৰ চিকিৎসাৰ বাবে যো-জা কৰে । সেই সময়ত ৰোগীগৰাকী সুৰাসক্ত অৱস্থাতো আছিল। মহিলা চিকিৎসকগৰাকীয়ে চিকিৎসা কৰি থকাৰ সময়তে হঠাতে সুৰাত মগন ৰোগীয়ে বেয়া ব্যৱহাৰ কৰিবলৈ ধৰে চিকিৎসকগৰাকীৰ সৈতে।

ৰোগীৰ লগত অহা অন্য দুগৰাকী মহিলাও চিকিৎসকগৰাকীৰ মুখত তেজ সানি দি তুলা লগাই দিয়ে লগতে চিকিৎসা সঁজুলিৰে আক্ৰমণ কৰে। যি আক্ৰমণত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় চিকিৎসকগৰাকী। লগে লগে হুৱাদুৱা লাগি যায়।

সেই হুৱাদুৱাৰে সুযোগ লৈ পলায়ন কৰে তিনিও অভিযুক্ত। আৰক্ষীকো খবৰ কৰা হয় ঘটনা সন্দৰ্ভত। সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে বৰ্তমানে হাস্পতালৰ চিচি টিভি কেমেৰাৰ ফুটেজৰ পৰা দৃশ্য সংগ্ৰহ কৰি অভিযুক্তৰ সন্ধানত নামি পৰিছে। অৱশ্যে অদ্যপি অভিযুক্ত সন্দৰ্ভত কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Female DoctorFemale SafetyMisbehavewomen Doctor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি
ৰাজনীতি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

October 29, 2026
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?
বিনোদন

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

October 29, 2026
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া
ৰাজনীতি

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

October 29, 2026
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’
ৰাজনীতি

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

October 29, 2026
Next Post
কাইলৈ ৰক্ষাবন্ধনত তিনিটাকৈ অশুভ যোগ, ৰাখী বন্ধাৰ বাবে মাথো সামান্য সময়, জানিবলৈ পঢ়ক এই খবৰ-

কাইলৈ ৰক্ষাবন্ধনত তিনিটাকৈ অশুভ যোগ, ৰাখী বন্ধাৰ বাবে মাথো সামান্য সময়, জানিবলৈ পঢ়ক এই খবৰ-

শোকাৱহ, ৰক্ষাবন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ১০ নিহত, ২৯ আহত

শোকাৱহ, ৰক্ষাবন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ১০ নিহত, ২৯ আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.