• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ, ৰক্ষাবন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ১০ নিহত, ২৯ আহত

শোকাৱহ, ৰক্ষাবন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ১০ নিহত, ২৯ আহত

2 years ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

1 hour ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

2 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

2 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

5 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

13 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

13 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

14 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

14 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

15 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

শোকাৱহ, ৰক্ষাবন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ১০ নিহত, ২৯ আহত

editor by editor
August 18, 2024
in বিশ্ব, ভাৰত
0
শোকাৱহ, ৰক্ষাবন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ১০ নিহত, ২৯ আহত
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ, ৰক্ষাবন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ১০ নিহত, ২৯ আহত

এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে। কাইলৈ ৰক্ষাবন্ধন বুলি আজি কামৰ অন্তত ঘৰলৈ বুলি ৰাওনা হৈছিল এটা শ্ৰমিকৰ দল। পাছে বাটতে দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে ১০গৰাকীকৈ লোকে। আনহাতে ২৯ গৰাকী লোক আহত।

এই শোকাৱহ তথা ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ বুলন্দচহৰত। এখন পিকআপ বাহনক বাছ এখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ১০ গৰাকীকৈ লোকে। আনহাতে শিশুসহ ২৯ গৰাকী লোক আহত। ইয়াৰে ভিতৰত কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক। আহত সকলোকে বৰ্তমানে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি গাজিয়াবাদৰ এটা ব্ৰেণ্ড ফেক্টৰীত শ্ৰমিক হিচাপে কাম কৰা ৩৫ৰো অধিক লোকে সন্তান আৰু পৰিবাৰৰ সৈতে কাইলৈৰ ৰক্ষা বন্ধন উপলক্ষে ঘৰলৈ বুলি ৰাওনা হৈছিল। এখন পিকআপ বাহনত যাত্ৰা কৰিছিল লোক সকল। পাছে বাটতে এখন প্ৰকাণ্ড বাছে খুন্দা মৰাৰ ফলত এই ভয়ংকৰ পৰিনাম হয়।

হাস্পতালৰ চিকিৎসকৰ পৰা জানিব পৰা অনুসৰি, ২৯ গৰাকী আহতৰ ভিতৰত ৮ গৰাকী লোকৰ অৱস্থা বৰ্তমানে সংকটজনক। আই চি ইউত ৰখা হৈছে এই ৮গৰাকী লোকক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentBulandcharBus accidentroad accidentuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
Next Post
অবিশ্বাস্য যেন লাগিলেও সঁচা, ৫০০ কেজি হ্ৰাস কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু বিশ্বৰ সবাতোকৈ শকত ব্যক্তিৰ

অবিশ্বাস্য যেন লাগিলেও সঁচা, ৫০০ কেজি হ্ৰাস কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু বিশ্বৰ সবাতোকৈ শকত ব্যক্তিৰ

তাইৰ শৰীৰত কেৱল এখন কাপোৰ আছিল, হাত ভঙা আছিল, চকু-মুখেৰে…মাতৃয়ে কি পৰিস্থিতিত দেখিছিল কন্যাক

তাইৰ শৰীৰত কেৱল এখন কাপোৰ আছিল, হাত ভঙা আছিল, চকু-মুখেৰে...মাতৃয়ে কি পৰিস্থিতিত দেখিছিল কন্যাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.