• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ বিশেষ কেবিনেট বৈঠক, বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অৰুণোদয়, কাজি নিয়ম, মাজুলিৰ…

আজিৰ বিশেষ কেবিনেট বৈঠক, বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অৰুণোদয়, কাজি নিয়ম, মাজুলিৰ…

2 years ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

58 minutes ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

1 hour ago
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

2 hours ago
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

2 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

3 hours ago
লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

3 hours ago
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

4 hours ago
আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

5 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

6 hours ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

6 hours ago
আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

6 hours ago
৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰ বিশেষ কেবিনেট বৈঠক, বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অৰুণোদয়, কাজি নিয়ম, মাজুলিৰ…

editor by editor
August 21, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
আজিৰ বিশেষ কেবিনেট বৈঠক, বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অৰুণোদয়, কাজি নিয়ম, মাজুলিৰ…
0
SHARES
385
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ বিশেষ কেবিনেট বৈঠক, বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অৰুণোদয়, কাজি নিয়ম, মাজুলিৰ…

আজি ২১ আগষ্ট তাৰিখ বুধবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে। ইয়াৰ লগতে সলনি হ’ব কেইবাটাও নিয়ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে সদৰি কৰে সকলো।

আজিৰ বৈঠকত লোৱা বিশেষ সিদ্ধান্ত অনুসৰি সলনি হ’ব অৰুণোদয়। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তনৰ ইংগিত ৰাজ্য চৰকাৰৰ। নতুন ৰূপত অৰুণোদয় ৩.০। নতুনকৈ পুনৰ আবেদন কৰিব লাগিব সকলোৱে। ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া।

আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন ১৮৮৬ এক্টৰ অধীনত নতুনকৈ চেপ্টাৰ ১২ সন্নিবিষ্ট। এই আইনৰ অধীনত পুৰণি সংস্কৃতি আৰু ইতিহাসৰ সৈতে জড়িত ভুমিৰ সুৰক্ষাৰ বাবে লোৱা হব। যেনে- বৰপেটা নামঘৰ, চৰাইদেও মৈদাম আদি। এই ভুমি এৰিয়াৰ ৫ কিলোমিটাৰ পৰ্যন্ত সুৰক্ষা দিয়া হব। অৱশ্যে এই তালিকাৰ বাবে ২৫০ বছৰ পুৰণি হব লাগিব। অৱশ্যে এই ক্ষেত্ৰত মাজুলিৰ ৫ কিলোমিটাৰ নহয়, সম্পূৰ্ণ মাজুলি জিলাখনেই সুৰক্ষিত কৰা হব। যাৰ ফলত মাজুলিত তাত তিনিটা প্ৰজন্মৰ  পৰা বাস কৰা লোকেহে তাৰ মাটি কিনা বেচা কৰিব পাৰিব।

মুছলমান বিবাহত বন্ধ হ’ল কাজি ব্যৱস্থা। কাজিয়ে এতিয়াৰে পৰা সম্পন্ন কৰিব নোৱাৰিব মুছলমান বিবাহ। ব্যাপক সাল-সলনি কৰা হ’ল মুছলমান বিবাহত। চৰকাৰী বিষয়াৰ ওচৰত কৰিব লাগিব বিবাহ পঞ্জীয়ন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cabinetassam governmentAssam-GovtCabinet Meting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

June 2, 2026
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…
অসম

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

June 2, 2026
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

June 1, 2026
এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত
অসম

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

June 1, 2026
Next Post
দ্ৰুত গতিত বিয়পিলৈ ধৰা মাংকি পক্স কি, কেনেকৈ বিয়পে এই ৰোগ, প্ৰতিৰোধ কৰিব কেনেকৈ !

দ্ৰুত গতিত বিয়পিলৈ ধৰা মাংকি পক্স কি, কেনেকৈ বিয়পে এই ৰোগ, প্ৰতিৰোধ কৰিব কেনেকৈ !

বক্ৰী পথেৰে কৰ্কটলৈ আহিছে বুধ! জীৱন সলনি হৈ যাব তুলাসহ এই ৫ৰাশিৰ জাতকৰ

বক্ৰী পথেৰে কৰ্কটলৈ আহিছে বুধ! জীৱন সলনি হৈ যাব তুলাসহ এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.