• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্ৰুত গতিত বিয়পিলৈ ধৰা মাংকি পক্স কি, কেনেকৈ বিয়পে এই ৰোগ, প্ৰতিৰোধ কৰিব কেনেকৈ !

দ্ৰুত গতিত বিয়পিলৈ ধৰা মাংকি পক্স কি, কেনেকৈ বিয়পে এই ৰোগ, প্ৰতিৰোধ কৰিব কেনেকৈ !

2 years ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

5 minutes ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

43 minutes ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

2 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

14 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

14 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

14 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

14 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

15 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

15 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

18 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দ্ৰুত গতিত বিয়পিলৈ ধৰা মাংকি পক্স কি, কেনেকৈ বিয়পে এই ৰোগ, প্ৰতিৰোধ কৰিব কেনেকৈ !

editor by editor
August 21, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
দ্ৰুত গতিত বিয়পিলৈ ধৰা মাংকি পক্স কি, কেনেকৈ বিয়পে এই ৰোগ, প্ৰতিৰোধ কৰিব কেনেকৈ !
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্ৰুত গতিত বিয়পিলৈ ধৰা মাংকি পক্স কি, কেনেকৈ বিয়পে এই ৰোগ, প্ৰতিৰোধ কৰিব কেনেকৈ !

শেহতীয়া বছৰবোৰত সমগ্ৰ বিশ্বতে বহুতো নতুন ভাইৰাছৰ বিস্তাৰ দেখা গৈছে, তাৰ ভিতৰত এটা হৈছে মাংকি পক্স। এই ভাইৰাছ ইতিমধ্যে মধ্য আফ্ৰিকাৰ কিছুমান ঠাইত দ্ৰুত গতিত বিয়পিছে, যদিও বৰ্তমান বিশ্বৰ আন আন ঠাইতো এই ভাইৰাছ বিয়পি পৰিছে। Covid-19 ৰ সন্মুখীন হোৱা ভাৰতত এই ৰোগক লৈ আশংকাৰ সৃষ্টি হৈছে।

এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এইটোও ক’ৰ’নাৰ দৰে বিয়পি পৰা ভাইৰাছ নেকি? Covid ৰ দৰে শ্বাস-প্ৰশ্বাসজনিত বায়ুৰ যোগেদি বিয়পিব পাৰেনে? সুৰক্ষাৰ বাবে পুনৰ মাস্ক আৰু চেনিটাইজাৰৰ প্ৰয়োজন হ’বনে?

মাংকিপক্সৰ বাবে বিশ্বৰ বহু দেশ আক্ৰান্ত হৈছে। বিশ্ব স্বাস্থ্য সংস্থা আৰু প্ৰতিখন দেশ এই সন্দৰ্ভত সজাগ। এই ৰোগক সহজভাৱে ল’ব নালাগে। ভাৰত চৰকাৰো এই ৰোগৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু হোৱাৰ লগতে সমগ্ৰ দেশতে এক সতৰ্কবাণী জাৰি কৰা হৈছে। সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। যিহেতু ভাৰতীয় জনসাধাৰণ ইতিমধ্যে Covid ৰ দৰে ভয়ানক ৰোগত আক্ৰান্ত হৈছে, গতিকে ইয়াক প্ৰতিৰোধৰ বাবে কিছু কথা মনত ৰখাটো জৰুৰী।

মাংকিপক্স কি?
জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পি পৰা এক বিৰল কিন্তু ভয়াৱহ ভাইৰাছজনিত ৰোগ। ১৯৫৮ চনত প্ৰথমবাৰৰ বাবে বান্দৰৰ শৰীৰত এই মাংকিপক্স পোৱা গৈছিল, তাৰ পিছত মানুহৰ দেহতো দেখা গৈছিল এই ৰোগ। বৰ্তমান ই মধ্য আফ্ৰিকাৰ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ পৰা বিশ্বৰ ১০০ খনতকৈও অধিক দেশত দেশত বিয়পি পৰিছে।

মাংকিপক্সৰৰ লক্ষণ
মাংকিপক্সৰ লক্ষণ সাধাৰণতে সংক্ৰমণৰ ৭ৰ পৰা ১৪ দিনৰ পিছত দেখা দিয়ে। ইয়াৰ ভিতৰত জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, কঁকালৰ বিষ, লিম্ফ ন’ড ফুলা, ঠাণ্ডা লগা, ভাগৰুৱা হোৱা আদি। ইয়াৰ পিছত মুখ, হাত, শৰীৰৰ অন্যান্য অংশত গুটিৰ দৰে ওলায় যিবোৰে পিছলৈ ফোহাৰ ৰূপ লয়।

মাংকিপক্স কেনেকৈ বিয়পে?
মাংকিপক্স হৈছে ভাইৰাছজনিত জুনোচিছ ৰোগ। প্ৰধানকৈ জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পি পৰে। ই আক্ৰান্ত প্ৰাণীৰ কামোৰ, আঁচোৰ আৰু শৰীৰৰ তৰল পদাৰ্থৰ সংস্পৰ্শৰ জৰিয়তে বিয়পে। ইয়াৰ বাহিৰেও সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে মাংকিপক্স বিয়পিব পাৰে। ইয়াৰ উপৰিও বতাহত থকা এৰ’ছলৰ জৰিয়তেও বিয়পে, যেনেকৈ Covid বিয়পি পৰে।

কিদৰে পৰিত্ৰাণ পাব-
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক- নিয়মিতভাৱে চাবোন আৰু পানীৰে হাত ধুব লাগে। চেনিটাইজাৰো ব্যৱহাৰ কৰিব পাৰে।

মাস্ক আৰু গ্ল’ভছ পিন্ধক – মাংকিপক্সৰ লক্ষণ থকা লোকৰ পৰা আঁতৰি থাকক আৰু যদি আপুনি সংক্ৰমিত ব্যক্তিৰ যত্ন লৈ আছে তেন্তে মাস্ক আৰু গ্ল’ভছ পিন্ধিব আৰু তাৰ পিছত ৰোগীৰ পৰা উভতি অহাৰ পিছত সঠিকভাৱে সেইবোৰ পেলাই দি নিজকে ছেনিটাইজ কৰিব।

জীৱ-জন্তুৰ পৰিহাৰ- বন্যপ্ৰাণী বিশেষকৈ বান্দৰ আৰু নিগনিৰ দৰে জীৱ-জন্তুৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিব লাগে।

ছালৰ ঘাঁবোৰ ঢাকি ৰাখক – আন কোনো কাৰণত ছালত ফোহা ওলালেও প্ৰতিৰোধমূলক সকলো পদ্ধতি গ্ৰহণ কৰক। স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰক আৰু প্ৰচুৰ পৰিমাণে পানী খাওক।

সামাজিক দূৰত্ব বজাই ৰখাটোও প্ৰয়োজনীয়। জনসমাগম বেছি হোৱা ৰাজহুৱা স্থানলৈ যোৱাৰ পৰা বিৰত থাকক। মানুহৰ লগত হাত মিলাব নালাগে। অপ্ৰয়োজনীয় বস্তু চুব নালাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: health tipsMonkey PoxMonkey pox VirusMpoxWorld Health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?
জীৱনশৈলী

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

September 10, 2026
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!
জীৱনশৈলী

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

September 10, 2026
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!
প্ৰযুক্তি

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

September 10, 2026
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
Next Post
বক্ৰী পথেৰে কৰ্কটলৈ আহিছে বুধ! জীৱন সলনি হৈ যাব তুলাসহ এই ৫ৰাশিৰ জাতকৰ

বক্ৰী পথেৰে কৰ্কটলৈ আহিছে বুধ! জীৱন সলনি হৈ যাব তুলাসহ এই ৫ৰাশিৰ জাতকৰ

বৃহস্পতিবাৰেই আৰ জি কৰত CISF বাহিনী, নিৰাপত্তাৰ ওপৰিও কি কি দায়িত্ব লৈছে CISFয়ে?

বৃহস্পতিবাৰেই আৰ জি কৰত CISF বাহিনী, নিৰাপত্তাৰ ওপৰিও কি কি দায়িত্ব লৈছে CISFয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.