• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতিবাৰেই আৰ জি কৰত CISF বাহিনী, নিৰাপত্তাৰ ওপৰিও কি কি দায়িত্ব লৈছে CISFয়ে?

বৃহস্পতিবাৰেই আৰ জি কৰত CISF বাহিনী, নিৰাপত্তাৰ ওপৰিও কি কি দায়িত্ব লৈছে CISFয়ে?

2 years ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

18 minutes ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

59 minutes ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

2 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

3 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

4 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

5 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

5 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

6 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

6 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

7 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতিবাৰেই আৰ জি কৰত CISF বাহিনী, নিৰাপত্তাৰ ওপৰিও কি কি দায়িত্ব লৈছে CISFয়ে?

বৃহস্পতিবাৰেই আৰ জি কৰত CISF বাহিনী, নিৰাপত্তাৰ ওপৰিও কি কি দায়িত্ব লৈছে CISFয়ে?

editor by editor
August 22, 2024
in জীৱনশৈলী, ভাৰত
0
বৃহস্পতিবাৰেই আৰ জি কৰত CISF বাহিনী, নিৰাপত্তাৰ ওপৰিও কি কি দায়িত্ব লৈছে CISFয়ে?
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰৰ পৰা আৰ জি কৰ হাস্পতালৰ নিৰাপত্তা প্ৰদানৰ দায়িত্ব লৈছে CISF৷ বুধবাৰে দিনজুৰি আৰ জি কৰ হাস্পতাল কৰ্তৃপক্ষ আৰু কলকাতা আৰক্ষীৰ সৈতে দফায় দফায় বৈঠক কৰিছে CISFৰ শীৰ্ষ অধিকাৰীসকলে৷ ইয়াৰপাছতেই নিশাই সিদ্ধান্ত লোৱা হৈছে যে বৃহস্পতিবাৰৰ পুৱাৰে পৰাই আৰ জি কৰত মোতায়েন হৈছে CISF, সূত্ৰৰ খবৰ, মুঠ ২ কোম্পানী CISF থাকিব আৰ জি কৰৰ নিৰাপত্তাৰ দায়িত্বত৷

কলকাতা আৰক্ষীৰ তৰফৰ পৰা CISF বাহিনীৰ থকাৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে মঙলবাৰে আৰ জি কৰ হাস্পতালত চিকিৎসকলৰ নিৰাপত্তা প্ৰদান আৰু তেওঁলোকক কামলৈ উভতি অহাৰ অনুৰোধ জনাই CISF বাহিনী মোতায়েন কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ বুধবাৰে পুৱা CISFৰ DIG কে প্ৰতাপ সিংহ আৰ জি কৰ হাস্পতাললৈ আহে৷ হাস্পতাল কৰ্তৃপক্ষৰ সৈতে কথা হয়৷ ইয়াৰপাছতেই লালবজাৰলৈ যায় CISF কৰ্তাৰ৷ কলকাতা আৰক্ষীৰ শীৰ্ষ কৰ্তাসকলৰ সৈতে বৈঠক কৰে CISFৰ ডিআইজিসহ অন্যান্য শীৰ্ষ কৰ্তাসকলে৷

প্ৰসংগত আৰ জি কৰ হাস্পতালত চিকিৎসক হত্যাৰ ঘটনাৰ পাছত বিগত ১৪ আগষ্টত মাজনিশা হঠাৎ ভঙাচিঙা চলে৷ ইয়াৰপাছতেই চিকিৎসক, স্বাস্থ্য কৰ্মীসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন উঠে৷ ঘটনাৰ পাছতেই বহু ৰেছিডেণ্ট চিকিৎসকে কৰ্মস্থল এৰি গৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে৷ আৰ জি কৰ হাস্পতালত হোষ্টেলসমূহত বৰ্তমান ৩০-৪০গৰাকী মহিলা চিকিৎসক আৰু ৬০-৭০ জন পুৰুষ চিকিৎসক আছে৷

হাস্পতালখনত চিকিৎসা পৰিসেৱা স্বাভাৱিক কৰিবলৈ ইণ্টাৰ্ণ, ৰেছিডেণ্ট চিকিৎসক, চিনিয়ৰ চিকিৎসকৰ সুৰক্ষাক লৈ উদ্বিগ্ন হৈ পৰিছে উচ্চতম ন্যায়ালয়৷ মঙলবাৰে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে CISF বাহিনী মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে৷ হাস্পতালৰ নিৰাপত্তাক লৈ বাৰে বাৰে প্ৰশ্ন তুলিছে আন্দোলনৰত চিকিৎসকেও৷ কৰ্মবিৰতি তুলি লোৱাৰ সিদ্ধান্ত এতিয়াও লোৱা নাই চিকিৎসকে৷ বুধবাৰেও একাধিক দাবী লৈ স্বাস্থ্যভৱনলৈ গৈছিল চিকিৎসকসকল৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে আৰ জি কৰ হাস্পতালত হোৱা হত্যাৰ ঘটনাৰ তদন্তৰ ষ্টেটাছ ৰিপৰ্ট জমা দিয়াৰ কথা আছিল চিবিআইৰ৷ ইয়াৰপাছতেই কৰ্মবিৰতি তুলি লোৱাৰ সিদ্ধান্ত ল’ব বুলি জনাইছে প্ৰতিবাদী চিকিৎসকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!
বিনোদন

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

July 27, 2026
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?
ৰাজনীতি

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

July 27, 2026
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক
বিনোদন

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

July 27, 2026
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
Next Post
এই বছৰ জয়ন্তী যোগত পালিত হ’ব কৃষ্ণ জন্মাষ্টমী, জানক তাৰিখ আৰু পুজাৰ শুভক্ষণ

এই বছৰ জয়ন্তী যোগত পালিত হ’ব কৃষ্ণ জন্মাষ্টমী, জানক তাৰিখ আৰু পুজাৰ শুভক্ষণ

আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, উত্থাপিত হ’ব ১১ খন নতুন বিধেয়ক

আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, উত্থাপিত হ’ব ১১ খন নতুন বিধেয়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.