• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বছৰ জয়ন্তী যোগত পালিত হ’ব কৃষ্ণ জন্মাষ্টমী, জানক তাৰিখ আৰু পুজাৰ শুভক্ষণ

এই বছৰ জয়ন্তী যোগত পালিত হ’ব কৃষ্ণ জন্মাষ্টমী, জানক তাৰিখ আৰু পুজাৰ শুভক্ষণ

2 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

52 minutes ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

1 hour ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

2 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

2 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

2 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

3 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

3 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

3 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

4 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

5 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

6 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই বছৰ জয়ন্তী যোগত পালিত হ’ব কৃষ্ণ জন্মাষ্টমী, জানক তাৰিখ আৰু পুজাৰ শুভক্ষণ

এই বছৰ জয়ন্তী যোগত পালিত হ’ব কৃষ্ণ জন্মাষ্টমী, জানক তাৰিখ আৰু পুজাৰ শুভক্ষণ

editor by editor
August 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এই বছৰ জয়ন্তী যোগত পালিত হ’ব কৃষ্ণ জন্মাষ্টমী, জানক তাৰিখ আৰু পুজাৰ শুভক্ষণ
0
SHARES
260
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত কৃষ্ণ জন্মাষ্টমীৰ বিশেষ মাহাত্ম্য আছে৷ ভাদমাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত কৃষ্ণ জন্মাষ্টমী পালিত হ’ব৷ শ্ৰীমদ্ভাগৱত পুৰাণ অনুসৰি অষ্টমী তিথি, ৰোহিনী নক্ষত্ৰ, বৃষ লগ্ন আৰু বুধবাৰে মাজনিশা মথুৰাৰ কাৰাগাৰত কৃষ্ণই জন্মগ্ৰহণ কৰিছিল৷ এই তিথিত কৃষ্ণ ভক্তসকলে উপবাসে থাকি মাজনিশা কৃষ্ণৰ জন্মৰ পাছত তেওঁৰ পূজা কৰে৷ মথুৰা, বৃন্দাবনসহ সমগ্ৰ বিশ্বত এই উৎসৱ পালিত হয়৷ এই বছৰ কেতিয়া জন্মাষ্টমী, জানি থওক সবিশেষ৷

কৃষ্ণা জন্মাষ্টমীৰ শুভক্ষণ

অষ্টমী তিথি আৰম্ভ হ’ব ২৬ আগষ্ট ২০২৪, নিশা ৩বাজি ৪০ মিনিটত৷

অষ্টমী তিথি সমাপ্ত হ’ব ২৭ আগষ্ট ২০২৪ৰ পুৱা ২ বাজি ২০ মিনিটত৷

এইবাৰ ভাদমাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি পৰিছে ২৬ আগষ্ট ২০২৪ত৷ সেয়ে পুজাৰ সময় হৈছে ২৬তাৰিখৰ মাজনিশা৷

জন্মাষ্টমীৰ ৰোহিনী নক্ষত্ৰৰ সময়

ৰোহিনী নক্ষত্ৰ আৰম্ভ হ’ব ২৬ আগষ্টৰ সন্ধিয়া ৩বাজি ৫৫ মিনিটত৷ ৰোহিনী নক্ষত্ৰ সমাপ্ত হ’ব ২২ আগষ্টৰ পুজা ২বাজি ২০ মিনিটত৷

পুজাৰ সময়

কৃষ্ণ জন্মাষ্টমীৰ পুজা নিশা ১২ বাজি ৪৫ মিনিট পৰ্যন্ত থাকিব৷ পুজাৰ বাবে থাকিব ৪৫ মিনিট সময়৷

ব্ৰতভংগ হ’ব ২৭ আগষ্টৰ পুৱা ১১ বজাত৷

কৃষ্ণ জন্মাষ্টমীত জয়ন্তী যোগ

এই বছৰ ২৬ আগষ্ট কৃষ্ণ জন্মাষ্টমীত জয়ন্তী যোগ তৈয়াৰ হৈছে৷ শাস্ত্ৰ অনুযায়ী জয়ন্তী যোগ জন্মাষ্টমী ব্ৰত কৰিলে অক্ষয় পূণ্য ফল লাভ কৰিব৷ কৃষ্ণৰ কৃপাত সুখ সমৃদ্ধি লাভ সম্ভৱ হয়৷ কথিত আছে যে ব্যক্তিয়ে এই যোগত জন্মাষ্টমী ব্ৰত কৰিলে বৈকুণ্ঠ লাভ কৰিব৷ এই বছৰ গৃহস্থ আৰু বৈষ্ণৱে একেদিনাই জন্মাষ্টমী পালন কৰিব৷

কৃষ্ণ জন্মাষ্টমীৰ মাহাত্ম্য

শাস্ত্ৰ অনুসৰি দ্বাপৰ যুগত অষ্টমী তিথি আৰু ৰোহিনী নক্ষত্ৰত বিষ্ণুয়ে কৃষ্ণ অৱতাৰৰূপে জন্মগ্ৰহণ কৰিছিল৷ মথুৰাত কংসৰ ভনীয়েক দৈৱকী আৰু ভগ্নিপতী বাসুদেৱৰ অষ্টম সন্তান আছিল কৃষ্ণ৷ কংস বধ কৰি অধৰ্ম, অবিচাৰ, অন্যায় নাশৰ বাবে কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিছিল নাৰায়ণে৷ প্ৰচলিত বিশ্বাস অনুসৰি যিসকলে জন্মাষ্টমীত উপবাস কৰে, নিয়ম মানি কৃষ্ণৰ পূজা কৰে, তেওঁলোকৰ সমস্ত কষ্ট আৰু সমস্যা দূৰ হয় আৰু জীৱনত সুখ সমৃদ্ধিৰ আগমন ঘটে৷ ইয়াৰোপৰি সেই ব্যক্তিয়ে জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ মোক্ষ লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ
বাণিজ্য

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

August 19, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Next Post
আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, উত্থাপিত হ’ব ১১ খন নতুন বিধেয়ক

আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, উত্থাপিত হ’ব ১১ খন নতুন বিধেয়ক

কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল আৰ জি কাণ্ড? ১২ দিন পাছতো বহু প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ হাতত নাই? কাৰণ কি?

কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল আৰ জি কাণ্ড? ১২ দিন পাছতো বহু প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ হাতত নাই? কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.