• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল আৰ জি কাণ্ড? ১২ দিন পাছতো বহু প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ হাতত নাই? কাৰণ কি?

কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল আৰ জি কাণ্ড? ১২ দিন পাছতো বহু প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ হাতত নাই? কাৰণ কি?

2 years ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

25 minutes ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

1 hour ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

2 hours ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

3 hours ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

4 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

5 hours ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

7 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

7 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

8 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

8 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

9 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল আৰ জি কাণ্ড? ১২ দিন পাছতো বহু প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ হাতত নাই? কাৰণ কি?

কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল আৰ জি কাণ্ড? ১২ দিন পাছতো বহু প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ হাতত নাই? কাৰণ কি?

editor by editor
August 22, 2024
in জীৱনশৈলী, ভাৰত
0
কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল আৰ জি কাণ্ড? ১২ দিন পাছতো বহু প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ হাতত নাই? কাৰণ কি?
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনে প্ৰথমে দেখা পাইছিল তৰুণী চিকিৎসকৰ মৃতদেহ? আৰ জি কৰৰ তৰুণী চিকিৎসকক হত্যা আৰু ধৰ্ষণৰ ১২ দিন পাৰ হৈছে৷ কলকাতা আৰক্ষীৰ  সৈতে একেলগে এই তদন্ত চলাই আছে চিবিআইয়ে৷ কিন্তু প্ৰাথমিক প্ৰশ্নৰ উত্তৰ এতিয়াও স্পষ্টভাৱে পোৱা নাই বুলি দাবী কৰিছে সূত্ৰই৷

ভাইৰেল খবৰ অনুসৰি এই উত্তৰ বিচাৰিয়েই মূৰৰ ঘাত মাটিত পেলাইছে তদন্তকাৰী সংস্থাই৷ প্ৰথম দিনাৰ পৰাই অভিযোগ উঠিছিল, কাৰোবাক সংৰক্ষণ দিব বিচাৰিছে প্ৰশাসনে৷ আন্দোলনকাৰী চিকিৎসকৰ প্ৰশ্ন, নাম গোপন কৰাৰ ৰহস্য কি ভেদ কৰিব পাৰিবনে চিবিআইয়ে?

কলকাতা আৰক্ষীৰ তৰফৰ পৰা দাবী কৰা হৈছিল যে, চিকিৎসকৰ দেহ প্ৰথম দেখা গৈছিল বিয়লি চাৰে ন বজাত৷ দাবী, আৰক্ষীৰ ওচৰত খবৰ পাইছিলগৈ দিনৰ ১০ বাজি ১০ মিনিটত৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি ইয়াৰ পাছতেই আৰক্ষী অফিচাৰ গৈ সেই হাস্পতালৰ আৰক্ষীয়ে সেই হাস্পতালত নিযুক্ত হৈ থকা আৰক্ষী কৰ্মীৰ কাঢ়া দায়িত্বৰ মাজত সেই ঘটনাস্থলীৰ ছেমিনাৰ হললৈ যায় আৰক্ষী বিষয়া৷ কিন্তু মৃতদেহ কোনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই৷ আৰক্ষীও সেই সম্পৰ্কে জ্ঞাত নহয়৷ তদন্তৰ দায়িত্বত থকা এগৰাকী আৰক্ষীৰ মত, ‘আমাৰ প্ৰথম লক্ষ্য আছিল কোনে কাণ্ডটো সংঘটিত কৰিছে তেওঁলোকক ধৰা৷ কোনে প্ৰথমে মৃতদেহ দেখিছে সেই বিষয়টো নহয়৷ আমি চিবিআইৰ হাতত তদন্তভাৰ অৰ্পণ কৰিছো৷’

সেইদিনা কি ঘটিছিল মৃতদেহ উদ্ধাৰৰ পাছত?

সেই হাস্পতালৰ সৈতে যুক্ত এগৰাকী চিকিৎসকৰ দাবী, ‘কিবা এটা ঘটিছে বুলি ১১ বজাত আমি খবৰ পাইছিলো৷ তেতিয়াই লগে লগে আৰক্ষী সেই বিল্ডিংৰ কাষলৈ গৈছিল৷ আমাৰ এগৰাকী সহকৰ্মীয়ে প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰিছিল৷ মই ৰাস্তা চিনি পাওঁ কাৰণে ছেমিনাৰ হলৰ কাষলৈ লৰ ধৰিছিলো৷ গৈ দেখো ছেমিনাৰ হলৰ ওচৰত আৰক্ষীয়ে পহৰা দি আছে৷ তাৰপাছতেই দেখো এগৰাকী অধ্যক্ষ সেই ঘৰৰ পৰা ওলাই আহিছে৷ তেওঁ নিজেই সেই স্থানত থিয় হৈ কয় যে আমি ৮বজাত সেই স্থানত উপস্থিত হৈছিলো৷’ আৰু এগৰাকী জন স্বাস্থ্যকৰ্তাও সেই ছেমিনাৰ ৰুমলৈ গৈছিল বুলি তেওঁ দাবী কৰে৷

সূত্ৰৰ খবৰ অনুসৰি ৩৬ ঘণ্টা কাম কৰাৰ পাছত সেই দিনা তৰুণীৰ ইউনিট সলনি কৰাৰ কথাও আছিল৷ পুৱা ৮ বজাত ইউনিট সলনি হয় সেই হাস্পতালত৷ ফলত নতুন ইউনিটত যিসকল আছিল তেওঁলোকে কিয় তৰুণী চিকিৎসকৰ খবৰ লোৱা নাছিল সেই প্ৰশ্নও উঠিছে৷ আন্দোলনকাৰী চিকিৎসকৰ দাবী, ‘তৰুণীগৰাকীয়ে নিজৰ ইউনিটৰ সকলোতকৈ অভিজ্ঞ চিকিৎসক আছিল৷ পুৱাই তেওঁ ইউনিটলৈ অহা ৰোগীও চাইছিল৷ কিন্তু তেনে এগৰাকী অভিজ্ঞ চিকিৎসক নথকাৰ খবৰ কিয় লোৱা হোৱা নাছিল৷ কিন্তু সেইদিনা নতুন ইউনিটে ১০ বজাৰ পাছতহে চিকিৎসকগৰাকীৰ খবৰ লৈছিল৷ কিয় ইমান দেৰীকৈ ইউনিট সলনি কৰা হৈছিল?’ স্পষ্ট উত্তৰ এতিয়াও কাৰো হাতত নাই৷

মৃতকৰ পৰিয়ালক ফোন কৰিছিল এজন এছিচটেণ্ট ছুপাৰে৷ তেওঁ কৈছিল, ‘আপোনালোকৰ কন্যা আত্মঘাতী হৈছে৷’ কিন্তু কিহৰ ভিত্তিত তেওঁ মৃতকৰ পৰিয়ালক এই খবৰ দিছিল? সূত্ৰৰ খবৰ অনুসৰি জেৰাত সেই মহিলা এছিচটেণ্ট ছুপাৰে দাবী কৰিছে যে, মৃতদেহ পৰি আছে বুলি খবৰ লাভ কৰি তেওঁ পালমোনাৰি মেডিছিন বিভাগৰ এগৰাকী এছিচটেণ্ট প্ৰফেচাৰৰ পৰা৷ মৃতা তৰুণীৰ ইউনিটত এইগৰাকী এছিচটেণ্ট প্ৰফেচাৰৰ অধীনতেই কাম কৰিছিল৷ সেয়ে এছিচটেণ্ট প্ৰফেচাৰগৰাকীয়েই মৃতকৰ পৰিয়ালক ফোন কৰি সেই স্থানলৈ মাতিছিল৷ আৰক্ষীয়ে যি কৈছিল তাকেই পৰিয়ালক কৈছিল বুলি জনাইছে ঘৰলৈ খবৰ দিয়া এছিচটেণ্ট প্ৰফেচাৰগৰাকীয়ে৷

এই ঘটনাক লৈ মুখ খুলিছে উচ্চতম ন্যায়ালয়েও৷ শীৰ্ষ আদালতে জনাইছে যে, কিয় মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতো তৎকালীনভাৱে অধ্যক্ষই অভিযোগ দায়েৰ কৰাৰ সলনি নিশালৈ বাট চালে৷ যি অৱস্থাত তৰুণীৰ মৃতদেহ উদ্ধাৰ হয় সেয়া স্বাভাৱিক নাছিল, সেয়া বুজিও কিয় ইমান সময় ৰৈ থাকিল আৰক্ষী৷ এই গাফিলতিৰ কাৰণো বিচাৰিছে এতিয়া ছুপ্ৰিম কৰ্টে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়
জীৱনশৈলী

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

April 18, 2026
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

April 18, 2026
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

April 18, 2026
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
Next Post
কঠোৰ হৈছে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়! আৰ জি কাণ্ডৰ ফটো ভিডিঅ’ শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা

কঠোৰ হৈছে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়! আৰ জি কাণ্ডৰ ফটো ভিডিঅ’ শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা

মোৰ দৰব খাবলৈকো হাতত ১০টকা নাই…!কান্দোনত ভাঙিছে পিতৃ-মাতৃ,  ইফালে পুত্ৰৰ ৭০০০ কোটিৰ চীট ফাণ্ড কেলেংকাৰী

মোৰ দৰব খাবলৈকো হাতত ১০টকা নাই...!কান্দোনত ভাঙিছে পিতৃ-মাতৃ, ইফালে পুত্ৰৰ ৭০০০ কোটিৰ চীট ফাণ্ড কেলেংকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.