• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোৰ দৰব খাবলৈকো হাতত ১০টকা নাই…!কান্দোনত ভাঙিছে পিতৃ-মাতৃ,  ইফালে পুত্ৰৰ ৭০০০ কোটিৰ চীট ফাণ্ড কেলেংকাৰী

মোৰ দৰব খাবলৈকো হাতত ১০টকা নাই…!কান্দোনত ভাঙিছে পিতৃ-মাতৃ, ইফালে পুত্ৰৰ ৭০০০ কোটিৰ চীট ফাণ্ড কেলেংকাৰী

2 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

4 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

5 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

5 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

6 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

6 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

7 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

7 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

9 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

10 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

10 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

11 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মোৰ দৰব খাবলৈকো হাতত ১০টকা নাই…!কান্দোনত ভাঙিছে পিতৃ-মাতৃ, ইফালে পুত্ৰৰ ৭০০০ কোটিৰ চীট ফাণ্ড কেলেংকাৰী

মোৰ দৰব খাবলৈকো হাতত ১০টকা নাই, কান্দোনত ভাঙিছে পিতৃ-মাতৃ, ইফালে পুত্ৰৰ ৭০০০ কোটিৰ চীট ফাণ্ড কেলেংকাৰী

editor by editor
August 22, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী
0
মোৰ দৰব খাবলৈকো হাতত ১০টকা নাই…!কান্দোনত ভাঙিছে পিতৃ-মাতৃ,  ইফালে পুত্ৰৰ ৭০০০ কোটিৰ চীট ফাণ্ড কেলেংকাৰী
0
SHARES
698
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুত্ৰই কৰিছে ৰাজ্যৰ সৰ্ববৃহৎ বিত্তীয় কেলংকাৰী৷ বিনিয়োগৰাকাৰীয়ে হেৰুওৱা ধন বিচাৰি উত্তাল কৰিছে দীপাংকৰ বৰ্মণৰ কাৰ্যালয়ৰ লগতে বাসগৃহও৷ চিট ফাণ্ড কেলেংকাৰীৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কৰা মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সীক আটক কৰিছে মহানগৰ আৰক্ষীয়ে।

খাৰঘূলিৰ পৰা পাণবজাৰ আৰক্ষীয়ে আটক কৰিছে পলাতক দীপাংকৰ প্ৰেয়সীক৷  বৰ্তমান পাণবজাৰ মহিলা থানাত আছে দীপাংকৰৰ প্ৰেয়সী। বিদেশলৈ যাতে পলায়ন কৰিব নোৱাৰে তাৰ বাবে বাতিল কৰা হৈছে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ ভিছা আবেদনো।

DB STOCK BROKING কোম্পানীৰ নামত কোটি কোটি টকা লুণ্ঠন কৰিছে দীপাংকৰ বৰ্মনে। মহানগৰীৰ বৰা ছাৰ্ভিচত সুবিশাল, আটকধুনীয়া কাৰ্যালয় খুলি চিট ফাণ্ডৰ নামত লুণ্ঠনৰাজ চলাইছিল দীপাংকৰে। কোটি কোটি টকা লৈ উধাও হৈছে মহা প্ৰৱঞ্চক দীপাংকৰে। অধিক লাভৰ আশাত কষ্টৰ ধন বিনিয়োগ কৰি মূলধনো হেৰুৱাবলগীয়া হৈছে গ্ৰাহকসকলে।

SEBI আৰু RBIৰ সকলো নীতি-নিয়ম ভংগ কৰি প্ৰতি মাহত ৭ শতাংশ লাভৰ লালসাৰে সাধাৰণ লোকক বিনিয়োগৰ টোপ দিছিল দীপাংকৰ বৰ্মনে। অৱশেষত সৰ্বস্বান্ত গ্ৰাহকে আৰক্ষীৰ কাষ চাপিছে৷ জানিব পৰা মতে, ২০১৮ চনতে আৰম্ভ কৰা DB STOCK BROKINGৰ প্ৰায় ১৬ হাজাৰ বিনিয়োগকাৰী আছে। ডি বি ষ্টক ব্ৰ’কিঙত ধন বিনিয়োগ কৰিছিল চাকৰিয়ালৰ পৰা ব্যৱসায়ীলৈকে।

গ্ৰাহকে ধন ঘূৰাই নাপাই ঘেৰাও কৰি ৰাখিছে জালুকবাৰীস্থিত প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ঘৰ। দীপাংকৰৰ পিতৃকো আক্ৰমণ কৰা বুলি অভিযোগ দিছে এইবাৰ দীপাংকৰৰ পিতৃয়ে৷ পিতৃ মাতৃক ঘৰতেই আৱদ্ধ কৰি ৰাখিছে বিনিয়োগৰাকীয়ে৷ বিগত চাৰিদিন ধৰি বিনিয়োগকাৰীয়ে ভীৰ কৰি আছে দীপাংকৰৰ পিতৃ গৃহ৷ বিগত নিশা একাংশ বিনিয়োগকাৰীয়ে দীপাংকৰৰ পিতৃগৃহত লুটপাট চলোৱাৰো অভিযোগ উত্থাপিত হৈছে৷

পিতৃয়ে আমাৰ সাংবাদিকৰ আগত কয়, ‘মোৰ হাতত এতিয়া দৰৱ খাবলৈকো ১০টকা নাই৷ মোৰ লৰাই কি কৰিছে তাৰ বিৰুদ্ধে ব্যৱস্থা আইনে ল’ব৷ মই পেঞ্চনৰ টকাৰে যেনেতেনে চলি থকা মানুহ৷ এতিয়া বহুলোকে মোৰ ঘৰত প্ৰৱেশ কৰি মোৰ এটিএম, টকা সকলো কাঢ়ি নিছে৷ ওলাই যাবলৈ হাতত এক পইছাও নাই৷’

মাতৃয়েও কান্দি কান্দি সংবাদ মাধ্যমৰ আগত কয়, ‘আমাক বিগত চাৰিদিন ধৰি শাৰীৰিক মানসিক অত্যাচাৰ চলাইছে একাংশ লোকে৷ আমি ঘৰৰ পৰা ওলাব পৰা নাই৷ ঘৰত সোমাই ঘৰৰ বস্তুও কাঢ়ি নিছে৷ মই নিশা ৩বজাত পলাই পলাই থানালৈ গৈছো৷ থানাত মোৰ মেডিকেল টেষ্ট চলিল৷ মই বাহিৰলৈ যাওঁতে মোৰ ওপৰত শাৰীৰিক আক্ৰমণো চলিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
Next Post
পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?

পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?

বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই

বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.