• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই

বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই

2 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

5 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

6 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

6 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

6 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

7 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

8 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

8 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

10 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

11 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

11 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

12 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই

বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই

editor by editor
August 22, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সকলো সদস্য আৰু জাতীয় সংসদৰ প্ৰাক্তন সাংসদৰ কূটনৈতিক পাছপৰ্ট বাতিল কৰিলে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰে৷ ইয়াৰ ফলত নতুনদিল্লী-ঢাকাৰ বুজাপৰা অনুসৰি হাছিনা আৰু দেশত্যাগী অন্য আওয়ামী লীগৰ নেতাসকলে ভাৰতত থকাক লৈ অনিশ্চয়তাই দেখা দিছে৷

জনবিক্ষোভৰ জোৰত বিগত ৫ আগষ্টত প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা দি ভনীয়েক ৰেহানাৰ সৈতে বিমানেৰে ঢাকা এৰি উত্তৰপ্ৰদেশৰ হিন্দন বায়ুসেনা ঘাঁটিলৈ আহে হাছিনা৷ তাৰপৰাই তেওঁ ভাৰতত আছে৷ ইমিগ্ৰেছন ষ্টেটাছত তেওঁ ভাৰতত আছে সেই বিষয়ে বৰ্তমান পৰ্যন্ত নৰেন্দ্ৰ মোদী চৰকাৰে কোনো কথা জনোৱা নাই৷

প্ৰধানমন্ত্ৰী হিচাপে হাছিনাৰ কূটনৈতিক পাছপৰ্ট আছিল৷ ভাৰত-বাংলাদেশৰ বুজাপৰা অনুসৰি কূটনৈতিক বা চৰকাৰী পাছপৰ্ট থাকিলে বাংলাদেশৰ কোনো এজন নাগৰিকে অন্তত ৪৫ দিন কোনো ভিছা অবিহনেই ভাৰতত অৱস্থান কৰিব পাৰে৷ কিন্তু মুহম্মদ ইউনূছৰ নেতৃত্বাধীন অন্তৰ্বতী চৰকাৰে হাছিনাৰ কূটনৈতিক পাছপৰ্ট বাতিল কৰিছে যাৰ বাবে ভাৰতত তেওঁৰ অৱস্থান অনিশ্চিত হৈ পৰিছে৷ হাছিনাৰ ভনীয়েক ৰেহানাৰ ক্ষেত্ৰত অৱশ্যে কোনো কূটনৈতিক জটিলতা নাই৷ কাৰণ তেওঁৰ ওচৰত ব্ৰিটেইনৰ পাছপোৰ্ট আছে৷ ইয়াৰ ফলত তেওঁ সাধাৰণ ভিছা অন এৰাইভেল অনুসৰি ভাৰতত যিমান দিন মন যায় সিমান দিন থাকিব পাৰে৷

উল্লেখ্য যে একাধিক ফৌজদাৰী গোচৰত অভিযুক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাক বিচাৰৰ বাবে বাংলাদেশলৈ পঠিয়াবলৈ ইতিমধ্যেই ভাৰতক ধমকি দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদাৰ দল বিএনপিয়ে৷ সম্প্ৰতি মুহাম্মদ ইউনূছৰ নেতৃত্বাধীন বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ বিদেশ উপদেষ্টা তৌহিদ হুছেইনে ৰয়টাৰ্ছক দিয়া সাক্ষাৎকাৰত কয়, ‘শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছত তেওঁ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছে৷ দেশৰ স্বৰাষ্ট্ৰ আইনমতে এই দুই মন্ত্ৰীয়ে সিদ্ধান্ত লোৱা উচিত৷ তেওঁলোকক দেশলৈ উভতাই আনক৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
Next Post
‘৩০ বছৰত কোনোদিনে এনে ঘটনা দেখা নাই’ ভৱাতকৈ অধিক পাষণ্ড কলিকতা ঘটনাৰ অভিযুক্ত সঞ্জয়

'৩০ বছৰত কোনোদিনে এনে ঘটনা দেখা নাই' ভৱাতকৈ অধিক পাষণ্ড কলিকতা ঘটনাৰ অভিযুক্ত সঞ্জয়

ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত

ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ' খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.