• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত

ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত

2 years ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

49 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

1 hour ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

9 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

10 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

10 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

11 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

12 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

13 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

13 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

14 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

14 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত

editor by editor
August 22, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত
0
SHARES
331
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত

২২ আগষ্ট বৃহস্পতিবাৰে কাশ্মীৰৰ পৰা এক ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱা গৈছে। ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ। লেহৰ ডাৰবুক অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

এখন স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ ২০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰিল। প্ৰাৰম্ভিক তথ্য লাভ কৰা মতে, এই দুৰ্ঘটনাত ছয়জন লোকৰ মৃত্যু হৈছে। আনহাতে প্ৰায় ২২ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দলটোৱে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লেহৰ উপ আয়ুক্তই জনোৱা মতে, আহতসকলক সেনা আৰু চি এইচ চি টাংচে স্বাস্থ্যসেৱা কেন্দ্ৰত ভৰ্তি কৰা হৈছে।

উল্লেখ্য যে, বাছখন যদিও স্কুলৰ আছিল, কিন্তু তাত স্কুলীয়া ছাত্ৰ-ছাত্ৰী নাছিল। প্ৰায় ২৮ জন মান যাত্ৰীয়ে বিয়া এখনত অংশ লবলৈ বুলি ওলাইছিল। এই যাত্ৰী সকলৰ ভিতৰতে আছিল দুই শিশু আৰু অন্য স্কুলৰ কৰ্মচাৰী সকল। বিদ্যালয় খনৰে এজন কৰ্মচাৰীৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ ডাৰবাকলৈ গৈ থকা অৱস্থাত বাছখন ডাৰবাক মোডৰ ওচৰৰ এটা দ’ খাৱৈত বাগৰি পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentkashmirleh Accidentroad accidentSchool Bus Accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
Next Post
অধিক সুন্দৰ দেখিবলৈ এটা দুটা নহয় মুঠ ২৯ টা চাৰ্জাৰী কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

অধিক সুন্দৰ দেখিবলৈ এটা দুটা নহয় মুঠ ২৯ টা চাৰ্জাৰী কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

মহিলাৰ বাবে সবাতোকৈ সুৰক্ষিত ৰাজ্য কোনখন জানেনে ! উত্তৰ পূৱ ভাৰতৰ সাতভনীৰ দেশৰ এখন

মহিলাৰ বাবে সবাতোকৈ সুৰক্ষিত ৰাজ্য কোনখন জানেনে ! উত্তৰ পূৱ ভাৰতৰ সাতভনীৰ দেশৰ এখন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.