• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ বাবে সবাতোকৈ সুৰক্ষিত ৰাজ্য কোনখন জানেনে ! উত্তৰ পূৱ ভাৰতৰ সাতভনীৰ দেশৰ এখন

মহিলাৰ বাবে সবাতোকৈ সুৰক্ষিত ৰাজ্য কোনখন জানেনে ! উত্তৰ পূৱ ভাৰতৰ সাতভনীৰ দেশৰ এখন

2 years ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

40 minutes ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

2 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

10 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

10 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

11 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

12 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

13 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

13 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

14 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

14 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মহিলাৰ বাবে সবাতোকৈ সুৰক্ষিত ৰাজ্য কোনখন জানেনে ! উত্তৰ পূৱ ভাৰতৰ সাতভনীৰ দেশৰ এখন

editor by editor
August 22, 2024
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী
0
মহিলাৰ বাবে সবাতোকৈ সুৰক্ষিত ৰাজ্য কোনখন জানেনে ! উত্তৰ পূৱ ভাৰতৰ সাতভনীৰ দেশৰ এখন
0
SHARES
696
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাৰ বাবে সবাতোকৈ সুৰক্ষিত ৰাজ্য কোনখন জানেনে ! উত্তৰ পূৱ ভাৰতৰ সাতভনীৰ দেশৰ এখন

কলিকতাৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি যোৱাৰ পাছতে এতিয়া মহিলাসকলৰ মাজত এটাই প্ৰশ্ন উত্থাপন হৈছে মহিলাসকল সুৰক্ষিত ক’ত। কোন ঠাইত মহিলাই ভয় শংকা নোহোৱাকৈ থাকিব পাৰে। দেশৰ ৭৮ সংখ্যক স্বাধীনতাৰ সময়তো মহিলাই প্ৰকৃত স্বাধীনতাৰ বিষয়ে ভাবিব লগা হৈছে।

পাছে দেশৰ ভিতৰত মহিলাৰ বাবে সুৰক্ষিত ঠাই বুলিলে কি মনলৈ আহে পোনতে। বহুতৰে বহু ঠাই মনলৈ আহিলেও পাছে প্ৰকাশিত তথ্য অনুসৰি উত্তৰ পূৱ ভাৰতৰ সাতভনীৰ এখন ৰাজ্য ভাৰতৰ ভিতৰতে সুৰক্ষিত বুলি তথ্যত প্ৰকাশ পাইছে।

সেই ৰাজ্যখন হৈছে নাগালেণ্ড। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ (National Crime Records Bureau’s (NCRB))ৰ তথ্যত প্ৰকাশ পাইছে এই খবৰ। এনচিআৰবিৰ ‘ভাৰতত অপৰাধ – ২০২২’ প্ৰতিবেদনত জনোৱা হৈছে যে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) আৰু ‘বিশেষ আৰু স্থানীয় আইন (এছএলএল)’ৰ অধীনত ‘মহিলাৰ বিৰুদ্ধে অপৰাধ’ ২০২১ চনত ৫৪ৰ পৰা ২০২২ চনত ৪৯লৈ হ্ৰাস পাইছে ,২০২০ চনত এই সংখ্যা আছিল ৩৯ টা।

অৱশ্যে এই তালিকাত কেন্দ্ৰীয় শাসিত অঞ্চলো যদি ধৰা হয় , তেন্তে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত সৰ্বনিম্ন সংখ্যা লাডাখত। প্ৰকাশিত তথ্য মতে লাডাখত মাত্ৰ ১৫টা আৰু তাৰ পিছতে লক্ষদ্বীপত ১৬টা।

ইয়াপ বিপৰীতে উত্তৰ প্ৰদেশত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা দেশৰ ভিতৰতে সৰ্বাধিক ৬৫,৭৪৩, টা তাৰ পিছতে মহাৰাষ্ট্ৰত ৪৫,৩৩১ আৰু পশ্চিম বংগত ৩৪,৭৩৮ টা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: nagalandNorth East Statenorth-eastSafe Place for WomenSafest State
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড
অপৰাধ

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

September 28, 2026
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি
অপৰাধ

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

September 28, 2026
জুবিনবিহীন অসম, জুবিনময় অসম
সমীক্ষণ (আলোচনী)

জুবিনবিহীন অসম, জুবিনময় অসম

September 28, 2026
Next Post
একেলগে দুটাকৈ গ্ৰহৰ মহাট্ৰেনজিটৰ বাবে সলনি হ’বলৈ গৈ আছে ৫ ৰাশিৰ লোকৰ ভাগ্য

একেলগে দুটাকৈ গ্ৰহৰ মহাট্ৰেনজিটৰ বাবে সলনি হ'বলৈ গৈ আছে ৫ ৰাশিৰ লোকৰ ভাগ্য

কেৱল মাত্ৰ দুটা মাহ খাওক এইবিধ ফল, আঁতৰাই ৰাখক মূৰৰ পৰা ভৰিলৈকে সকলো ৰোগ

কেৱল মাত্ৰ দুটা মাহ খাওক এইবিধ ফল, আঁতৰাই ৰাখক মূৰৰ পৰা ভৰিলৈকে সকলো ৰোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.