• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘৩০ বছৰত কোনোদিনে এনে ঘটনা দেখা নাই’ ভৱাতকৈ অধিক পাষণ্ড কলিকতা ঘটনাৰ অভিযুক্ত সঞ্জয়

‘৩০ বছৰত কোনোদিনে এনে ঘটনা দেখা নাই’ ভৱাতকৈ অধিক পাষণ্ড কলিকতা ঘটনাৰ অভিযুক্ত সঞ্জয়

2 years ago

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

3 minutes ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

2 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

2 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

3 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

12 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

12 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

13 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

14 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

15 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

15 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘৩০ বছৰত কোনোদিনে এনে ঘটনা দেখা নাই’ ভৱাতকৈ অধিক পাষণ্ড কলিকতা ঘটনাৰ অভিযুক্ত সঞ্জয়

editor by editor
August 22, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘৩০ বছৰত কোনোদিনে এনে ঘটনা দেখা নাই’ ভৱাতকৈ অধিক পাষণ্ড কলিকতা ঘটনাৰ অভিযুক্ত সঞ্জয়
0
SHARES
327
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘৩০ বছৰত কোনোদিনে এনে ঘটনা দেখা নাই’ ভৱাতকৈ অধিক পাষণ্ড কলিকতা ঘটনাৰ অভিযুক্ত সঞ্জয়

৩০ বছৰত কোনেদিনে এনে ঘটনা দেখা নাই বুলি আচৰিত হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি আই চন্দ্ৰচুড়। কলিকতাৰ আৰ জি কৰ হাস্পতালৰ মহিলা চিকিৎসকৰ সৈতে সংঘটিত হোৱা ঘটনাক অতিকে নিকৃষ্ট তথা পাষণ্ডতাৰ সীমা চেৰাই যোৱা ঘটনা বুলি অবিহিত কৰিছে।

উল্লেখ্য যে, মুখ্য ন্যায়াধীশ ডী আই চন্দ্ৰচুড়ৰ অধ্যক্ষতাত পীঠে কলিকতাৰ ঘটনাৰ ওপৰত শুনানি কৰি আছে। এই পীঠে প্ৰতিবাদত বহা সকলো ডাক্তৰকে পুনৰ কামলৈ উভতি যোৱাৰ বাবে আহ্বান জনাইছে। কিয়নো বিগত কেইবাদিনো ধৰি প্ৰতিবাদত থকাৰ বাবে বহু লাখ লাখ ৰোগী সমস্যাত আছে।

এই শুনানিতে চি বি আইয়ে দাখিল কৰা এক প্ৰতিবেদন অনুসৰি চাইকো টেষ্টত সঞ্জয় ৰায়ৰ পাশৱিকতাৰ প্ৰমাণ পোৱা গৈছে। চিবিআইয়ে সঞ্জয় ৰায়ৰ পলিগ্ৰাফী টেষ্টো কৰিব বিচাৰিছে। আদালতৰ পৰা অনুমতি পোৱা গৈছে যদিও সঞ্জয় ৰায়ে সন্মতি নিদিয়ালৈকে এই টেষ্ট হ’ব নোৱাৰে।

কাইলৈ ২৩ আগষ্ট শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হ’ব সঞ্জয় ৰয়ক, য’ত প্ৰথমবাৰৰ বাবে অধিবক্তাসকলৰ প্ৰশ্নৰ উত্তৰ দিব সঞ্জয়ে। সঞ্জয় ৰায়ৰ গোচৰৰ বিৰুদ্ধে যুঁজিবলৈ সাজু নহয় কোনো অধিবক্তা। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে নিযুক্তি দিয়া প্ৰতিৰক্ষা অধিবক্তাই তেওঁক প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কলকাতাৰ চিকিৎসক ধৰ্ষণ-হত্যাৰ গোচৰৰ অভিযুক্ত সঞ্জয় ৰায়ক জেৰা কৰিবলৈ আহিছিল মনোবিজ্ঞানীৰ এটা দল। মনোবিজ্ঞানীসকলে সঞ্জয় ৰয়ক প্ৰশ্ন কৰাত সঞ্জয় ৰায়ৰ উত্তৰত যি ক’লে সেয়া হতচকিত হৈ পৰিল। সঞ্জয় ৰয় ট্ৰেফিক আৰক্ষীৰ স্বেচ্ছাসেৱক আছিল আৰু তেওঁৰ মনোবিশ্লেষণমূলক প্ৰফাইলত তেওঁ যৌন বিকৃতিৰ বলি হোৱাৰ কথা প্ৰকাশ পাইছিল।

বিশেষজ্ঞগৰাকীৰ মতে, যিদৰে তেওঁ মনোবিজ্ঞানীৰ দলটোক এই বিষয়ে জনাইছিল, বিশেষজ্ঞসকলে এই কথা শুনি স্তম্ভিত হৈ পৰিছিল যে  এই বিষয়ে কওঁতে  অকনো নাৰ্ভাছ হোৱা নাছিল। মুখত কোনো ভয়ৰ ভাব নাছিল, কামৰ বাবে অনুশোচনাও নাছিল। সেইবাবেই তেওঁ পুলিচকো কৈছিল যে তেওঁক ফাঁচী দিলেও কোনো অনুতাপ নাই।

অপৰাধস্থলীত সঞ্জয় ৰায়ৰ উপস্থিতি তদন্তত নিশ্চিত হৈছে। চিবিআইৰ তদন্তৰ সৈতে জড়িত বিশেষজ্ঞসকলে সঞ্জয় ৰয়ৰ বক্তব্য স্কেন কৰি মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিক প্ৰতিবেদনৰ সৈতে মিলাইছিল। অপৰাধস্থলীৰ পৰা সংগ্ৰহ কৰা কাৰিকৰী আৰু বৈজ্ঞানিক প্ৰমাণেও সঞ্জয় ৰায়ৰ উপস্থিতি নিশ্চিত কৰিছে। ভুক্তভোগীৰ নখত পোৱা তেজৰ নমুনা সঞ্জয় ৰায়ৰ হাতৰ আঘাতৰ সৈতে মিল আছে। আৰক্ষীয়ে এতিয়া ডি এন এ ৰিপৰ্টৰ বাবে অপেক্ষা কৰি আছে।

চিবিআইৰ তদন্ত অনুসৰি চিচিটিভি ফুটেজত দেখা গৈছে যে সঞ্জয় ৰায় ১১ বজাত চিকিৎসালয়লৈ আহিছিল।

আৰক্ষীৰ ডায়েৰী আৰু মৰণোত্তৰ পৰীক্ষাৰ সময়ৰ মাজত পাৰ্থক্য আছে বুলিও আদালতে কয়। অভিযুক্তৰ চিকিৎসা পৰীক্ষা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে আদালতে। আদালতে কয় যে ৩০ বছৰে এনে গোচৰ দেখা পোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kolkata Case Main AccusedKolkata rape Caserape and murder caserape casesupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Next Post
ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত

ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ' খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত

অধিক সুন্দৰ দেখিবলৈ এটা দুটা নহয় মুঠ ২৯ টা চাৰ্জাৰী কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

অধিক সুন্দৰ দেখিবলৈ এটা দুটা নহয় মুঠ ২৯ টা চাৰ্জাৰী কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.