• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ, এইসমূহ উপেক্ষা কৰিলেই বাঢ়িব হাৰ্ট এটে/কৰ আশংকা

শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ, এইসমূহ উপেক্ষা কৰিলেই বাঢ়িব হাৰ্ট এটে/কৰ আশংকা

2 years ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

21 minutes ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

1 hour ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

2 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

2 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

3 hours ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

4 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

4 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

5 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

5 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

6 hours ago
মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

7 hours ago
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ, এইসমূহ উপেক্ষা কৰিলেই বাঢ়িব হাৰ্ট এটে/কৰ আশংকা

শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ, এইসমূহ উপেক্ষা কৰিলেই বাঢ়িব হাৰ্ট এটে/কৰ আশংকা

editor by editor
August 24, 2024
in জীৱনশৈলী, স্বাস্থ্য
0
শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ, এইসমূহ উপেক্ষা কৰিলেই বাঢ়িব হাৰ্ট এটে/কৰ আশংকা
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰত পানীৰ অভাৱত আপোনাৰ ছালৰেই ক্ষতি হয় তেনে নহয়, মানসিক স্বাস্থ্যৰ বাবেও ক্ষতিকৰ৷ পানীয়ে শৰীৰক ডিটক্সিফাই কৰে আৰু হাৰ্টক সঠিকভাৱে পাম্প কৰাত সহায় কৰে৷ কিন্তু কম পানী খোৱাৰ অভ্যাসে আপোনাৰ শৰীৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ ইয়াৰ ফলচ হাৰ্ট এটেকৰো আশংকা বাঢ়ে৷ বহু সময়ত পানীৰ অভাৱতেই অজ্ঞান হৈ পৰে বহু লোক৷ অতিৰিক্ত টোপনীৰো সমস্যা আহে৷ জানি থওক পানী কম খালে শৰীৰত কি কি সমস্যাই দেখা দিয়ে?

অনিয়মিত হৃদস্পন্দন

শৰীৰত ইলেক্ট্ৰোলাইটৰ ভাৰসাম্য বজাই ৰাখিবলৈ পৰ্যাপ্ত পানীৰ প্ৰয়োজন৷ শৰীৰত পানীৰ অভাৱ হ’লে ইলেক্ট্ৰোলাইট ভাৰসাম্যহীন হৈ পৰে, যিয়ে হাৰ্টক প্ৰভাৱিত কৰে আৰু হৃদস্পন্দন অনিয়মিত হৈ পৰে৷

ৰক্তৰ সঞ্চালন ধীৰ গতিত হয়

ডিহাই়ড্ৰেছনৰ ফলত তেজ গোট মাৰে যিয়ে তেজৰ প্ৰৱাহক বাধা দিয়ে৷ তেজ ঘন হৈ পৰিলে হৃদপিণ্ডক পাম্প কৰাত অসুবিধা দিয়ে৷ অৰ্থাৎ পাম্পৰ বাবে বেছি চাপ দিব লগা হয় হৃদযন্ত্ৰই৷ এই অৱস্থাত উচ্চ ৰক্তচাপ আৰু অন্যান্য হাৰ্ট সম্পৰ্কিত সমস্যাসমূহে দেখা দিয়ে৷

শৰীৰৰ তাপমাত্ৰাৰ ভাৰসাম্যহীনতা

পানীয়ে শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে৷ পানীৰ অভাৱত শৰীৰত তাপমাত্ৰাৰা ভাৰসাম্যহীনতাৰ সৃষ্টি হয়, যিয়ে হাৰ্টৰ ওপৰত চাপ বঢ়াই৷ এয়া বেছিভাৱ গ্ৰীষ্মকালত ঘটে৷

টোপনি বাঢ়ি যোৱা

শৰীৰত পানীৰ অভাৱ থাকিলে সকলোসময়তে ক্লান্তি আহে৷ শৰীৰত ৰক্ত সঞ্চালন ধীৰগতিত হৈ থাকে বাবে অক্সিজেনৰ মাত্ৰা কমি যায় ফলত টোপনি টোপনি ভাৱ আহে৷

শৰীৰৰ দৃঢ়তা

পানীৰ অভাৱত শৰীৰত ইলেক্ট্ৰোলাইটৰ ভাৰসাম্য বিঘ্নিত হয় আৰু শৰীৰত পটাছিয়াম আৰু ছডিয়ামৰ অভাৱে দেখা দিয়ে৷ ভৰি, হাত ইত্যাদি শৰীৰৰ যিকোনো অংশ শুকাই যাব পাৰে৷

কিডনী আৰু হাৰ্টৰ সম্পৰ্ক

শৰীৰত পানীৰ অভাৱত কিডনী সংক্ৰান্তীয় সমস্যা হয়৷ ইয়াৰোপৰি যিহেতু কিডনী আৰু হাৰ্ট এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল সেয়ে কিডনিৰ কোনো ক্ষতি হ’লে হাৰ্টৰো সমস্যা আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

May 15, 2026
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?
জীৱনশৈলী

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

May 15, 2026
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা
জীৱনশৈলী

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

May 15, 2026
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!
জীৱনশৈলী

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

May 15, 2026
Next Post
কিমান তললৈ নামিব…! আৰ জি কৰত কাণ্ডক লৈ কি বিচাৰিছে গুগলক?

কিমান তললৈ নামিব...! আৰ জি কৰত কাণ্ডক লৈ কি বিচাৰিছে গুগলক?

স্বপ্ন শাস্ত্ৰঃ সাৱধান হওক যদি আপুনি সপোনত এই ৩টা বগা সামগ্ৰী দেখিছে, এয়া বেয়া সময়ৰেই ইংগিত

স্বপ্ন শাস্ত্ৰঃ সাৱধান হওক যদি আপুনি সপোনত এই ৩টা বগা সামগ্ৰী দেখিছে, এয়া বেয়া সময়ৰেই ইংগিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.