• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান তললৈ নামিব…! আৰ জি কৰত কাণ্ডক লৈ কি বিচাৰিছে গুগলক?

কিমান তললৈ নামিব…! আৰ জি কৰত কাণ্ডক লৈ কি বিচাৰিছে গুগলক?

2 years ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

1 hour ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

2 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

6 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

7 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

7 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

7 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

8 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

9 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিমান তললৈ নামিব…! আৰ জি কৰত কাণ্ডক লৈ কি বিচাৰিছে গুগলক?

কিমান তললৈ নামিব...! আৰ জি কৰত কাণ্ডক লৈ কি বিচাৰিছে গুগলক?

editor by editor
August 24, 2024
in জীৱনশৈলী
0
কিমান তললৈ নামিব…! আৰ জি কৰত কাণ্ডক লৈ কি বিচাৰিছে গুগলক?
0
SHARES
676
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এয়াই সত্য৷ ইণ্টাৰনেটত কোনো কথাই লুকাই নাথাকে৷ আপুনি কি বিচাৰিছে, কিমানবাৰ বিচাৰিছে সকলো তথ্য ছেভ হৈ থাকে গুগলত৷ পৰবৰ্তী সময়ত সেই তথ্য কামত আহে তদন্তকাৰীৰ৷ যিয়েই নহওক NCRBৰ ৰেকৰ্ডে দাবী কৰিছে যে ভাৰতত প্ৰতি ১৬ মিনিটত এটা ধৰ্ষণৰ ঘটনা ঘটে৷ আৰু সম্প্ৰতি পৰ্ণচাইটত বহু নিৰ্যাতিতাৰ নাম আৰু ছবি আপলোডো হয়৷ সেয়ে সেই নামেৰে বহুতে গৈ পৰ্ণ চাইটত চাৰ্ছ কৰে৷ আৰ জি কৰৰ নিৰ্যাতিতাৰ নাম কেনেকৈ প্ৰকাশ পালে সেই বিষয়টোক লৈ সেয়ে উদ্বিগ্ন হৈ পৰিছে উচ্চতম ন্যায়ালয়৷ দেশৰ আইন অনুযায়ী কোনো নিৰ্যাতিতাৰ ছবি আৰু নাম প্ৰকাশ কৰিব নোৱাৰি৷ আৰ জি কৰৰ কাণ্ডত আকৌ এবাৰ দেশবাসীক সেই কথা সোঁৱৰাই দিছে উচ্চতম ন্যায়ালয়ে৷ তাৰমাজতেই প্ৰকাশ পাইছে এক লজ্জাজনক তথ্য৷

আৰ জি কৰ হাস্পতালত নিৰ্যাতিতাৰ বিচাৰৰ দাবীত সমগ্ৰ দেশজুৰি চলিছে আন্দোলন৷ আন্দোলনৰ ধাৰাবাহিকতা দেশতেই আছে তেনে নহয়৷ বিদেশতো এই বিষয়টোক লৈ চলিছে প্ৰতিবাদ৷ তাৰমাজতেই আৰ জি কৰৰ নিৰ্যাতিতাৰ ধৰ্ষণৰ ভিডিঅ’ বিচাৰি একাংশই গুগল চাৰ্ছ কৰিছে৷ ইতিমধ্যেই গুগলে উদঙাই দিছে এই লজ্জাজনক তথ্য৷ গুগলত বাৰে বাৰে ট্ৰেণ্ড কৰিছে নিৰ্যাতিতাৰ নাম দি ৰেপ ভিডিঅ’ আৰু ৰেপ ফটো চাৰ্ছ কৰাৰ তথ্য৷

বিগত ৯ আগষ্টত আৰ জি কৰ হাস্পতালৰ ছেমিনাৰ হলৰ পৰা উদ্ধাৰ হৈছিল চিকিৎসকৰ ৰক্তাক্ত দেহ৷ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টে স্পষ্টকৈ কৈছিল যে চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে৷ আৰ জি কৰৰ ঘটনাৰ প্ৰতিবাদ চলি থকাৰ মাজতেই গুগলে দাঙি ধৰিছে লজ্জাজনক তথ্য৷

দ্যা কুইণ্টলৰ প্ৰতিবেদনত কোৱা হৈছে যে গুগল ট্ৰেণ্ডছ বিশ্লেষণ কৰি পোৱা গৈছে যে এই ঘটনাৰ পাছৰ দিনাৰ পৰা বৰ্তমানলৈকে নিৰ্যাতিতাৰ ভিডিঅ’ চাৰ্ছ কৰিছে বহুতেই৷ ২০ আগষ্ট পৰ্যন্ত সেই চাৰ্ছ কৰা নেটিজেনৰ সংখ্যা বৃদ্ধি পাইছে ১৬০ৰ পৰা ১৯০শতাংশ৷

প্ৰতিবেদন অনুসৰি গুগল ট্ৰেণ্ড বিশ্লেষণ কৰি দেখা গৈছে যে ১৬ আগষ্টত সৰ্বাধিক এই ভিডিঅ’ বিচাৰি গুগলত চাৰ্ছ কৰা হৈছে৷ নিশাৰ ভাগতেই বেছিসংখ্যকে এই ভিডিঅ’ বিচাৰিছে৷ নিৰ্যাতিতাৰ নাম দিও বহুতে ভিডিঅ’টো চাৰ্ছ কৰিছে৷ প্ৰায় ৩০০০ বাৰৰ অধিক এই ভিডিঅ’ চাৰ্ছ কৰা হৈছে৷ এক নিৰ্দিষ্ট পৰ্ণ চাইটত সকলোতকৈ বেছি এই বিষয়ে চাৰ্ছ কৰা হৈছে৷ অৱশ্যে বহুতেই এই কথা মানিবলৈ নাৰাজ৷ একাংশৰ দাবী আৰ জি কৰৰ নিৰ্যাতিতাক লৈ বহুতেই জানিবলৈ আগ্ৰহী হৈ পৰিছিল হাস্পতালৰ ভঙাচিঙা সম্পৰ্কে জানিবলৈ৷ কিন্তু ১৬ আগষ্টৰ পৰা আৰ জি কৰৰ নিৰ্যাতিতাক লৈ সৰ্বাধিক গুগল চাৰ্ছ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
Next Post
স্বপ্ন শাস্ত্ৰঃ সাৱধান হওক যদি আপুনি সপোনত এই ৩টা বগা সামগ্ৰী দেখিছে, এয়া বেয়া সময়ৰেই ইংগিত

স্বপ্ন শাস্ত্ৰঃ সাৱধান হওক যদি আপুনি সপোনত এই ৩টা বগা সামগ্ৰী দেখিছে, এয়া বেয়া সময়ৰেই ইংগিত

মোদী-যোগীৰ প্ৰশংসাত পঞ্চমুখ পত্নী, তিনি তালাক ঘোষণা স্বামীৰ

মোদী-যোগীৰ প্ৰশংসাত পঞ্চমুখ পত্নী, তিনি তালাক ঘোষণা স্বামীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.