• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এসপ্তাহৰ ভিতৰতেই ঘটিছে প্ৰায় ১০ টা নাৰী নি/ৰ্যা/ত/ন/ৰ ঘটনা, ক’ত কেনেদৰে ঘটিছে এই ঘটনা?

এসপ্তাহৰ ভিতৰতেই ঘটিছে প্ৰায় ১০ টা নাৰী নি/ৰ্যা/ত/ন/ৰ ঘটনা, ক’ত কেনেদৰে ঘটিছে এই ঘটনা?

2 years ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

4 minutes ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

26 minutes ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

1 hour ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

2 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

2 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

2 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

3 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

3 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

3 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

4 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এসপ্তাহৰ ভিতৰতেই ঘটিছে প্ৰায় ১০ টা নাৰী নি/ৰ্যা/ত/ন/ৰ ঘটনা, ক’ত কেনেদৰে ঘটিছে এই ঘটনা?

এসপ্তাহৰ ভিতৰতেই ঘটিছে প্ৰায় ১০ টা নাৰী নি/ৰ্যা/ত/ন/ৰ ঘটনা, ক’ত কেনেদৰে ঘটিছে এই ঘটনা?

editor by editor
August 24, 2024
in অপৰাধ, অসম, জীৱনশৈলী
0
এসপ্তাহৰ ভিতৰতেই ঘটিছে প্ৰায় ১০ টা নাৰী নি/ৰ্যা/ত/ন/ৰ ঘটনা, ক’ত কেনেদৰে ঘটিছে এই ঘটনা?
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত ২৪ ঘণ্টাত ৬টাকৈ জঘন্য কাণ্ড
ধিঙৰ জঘন্য কাণ্ডৰ পিছতে পোহৰলৈ কেইবাটাও চাঞ্চল্যকৰ নিৰ্যাতনৰ ঘটনা
ধিং, তিনিচুকীয়া, কাজলগাঁও, বিহপুৰীয়া
হোজাই আৰু তেজপুৰত জঘন্য কাণ্ড
বিহপুৰীয়াত ৫৫ বছৰীয়া বৃদ্ধ নিজামুদ্দিনৰ ধৰ্ষণৰ চেষ্টা সপ্তম শ্ৰেণীৰ ছাত্ৰীক
তিনিচুকীয়াৰ শ্ৰপুৰীয়াত চকলেট দিয়াৰ ছলেৰে শিশুক নিৰ্যাতন
তেজপুৰত সান্ধ্য ভ্ৰমণলৈ যোৱা যুৱতীক অশালীন ব্যৱহাৰ
হোজাইত টিউচন কৰাৰ ছলেৰে ছাত্ৰীক নিৰ্যাতন
কাজলগাঁৱত দুগৰাকী ছাত্ৰীক নিৰ্যাতনৰ চেষ্টা

আজিৰ দিনটোতো কেইবাটাও নিৰ্যাতনৰ খবৰ

ধৰ্ষণকাৰীৰ সলিল সমাধিৰ পাছতো আজিৰ দিনটোতো ৰাজ্যত কেইবাটাও নিৰ্যাতনৰ ঘটনা

বাক্সাৰ মুছলপুৰত মোমায়েকৰ কামনাৰ বলি ভাগিন
১৩ বছৰীয়া কণমানিৰ সৈতে অপকৰ্ম লম্পট ৰঞ্জিৎ বড়োৰ
দুমাহৰ অন্তসত্ত্বা হৈ অসুস্থ কণমানি
ভয়-ভাবুকিৰে দীৰ্ঘদিন ধৰি চলাইছিল আতিশয্য
ঘটনা পোহৰলৈ অহাৰ পিছতে পলাতক লম্পট ৰঞ্জিৎ বড়ো
বাক্সাৰ মুছলপুৰত সংঘটিত হৈছে এই ঘটনা
একমাত্ৰ কন্যাৰ ন্যায় বিচাৰি থানাই থানাই দুৰ্ভগীয়া পিতৃ-মাতৃ

ডিফুতো পূজাৰীৰ কামনাৰ বলি ১০ বছৰীয়া নাবালিকা
দুষ্কাৰ্য সংঘটিত কৰা পূজাৰীৰূপী লম্পট খনছিং ৰংহাং
বৃহস্পতিবাৰে হামৰেণৰ পৰা ডিফুৰ বিৰলালৈ পূজা কৰিবলৈ আহিছিল লম্পট পূজাৰী
সেই নিশাই গৃহস্থৰ ঘৰত নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত কৰে পূজাৰীয়ে
নাবালিকাগৰাকীয়ে পেটৰ বিষত আক্ৰান্ত হৈ মাতৃক অৱগত কৰে ঘটনা
পূজাৰীটোক আটক কৰি উত্তম-মাধ্যম শোধাই আৰক্ষীক গতাই নাবালিকাৰ পৰিয়ালে
ডিফু থানাত পূজাৰীৰ বিৰুদ্ধে ২৫/২০২৪ নম্বৰত গোচৰ ৰুজু
বৰ্তমান DMCHত চিকিৎসাধীন লম্পট পূজাৰী

গোসাইগাওঁতো ৮জনীয়া যুৱকৰ দলৰ কামনাৰ বলি ২ কিশোৰী
ধিং কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গোসাঁইগাঁৱত এই জঘন্য ঘটনা
ঘটনাৰে জড়িত তিনি লম্পটক আটক আৰক্ষীৰ
আটক জামাল খান, শ্বেখ আব্দুল্লা আৰু নুৰ আলম
নিশাৰ ভাগত ৮জনীয়া যুৱকৰ দল এটাই ফুচুলাই নিছিল ২কিশোৰীক
ঘৰৰ সন্মুখৰ পৰা দুখন গাড়ীৰে উঠাই লৈ গৈছিল কিশোৰীক
ঘটনাত ব্যৱহৃত এখন গাড়ীও জব্দ কৰিছে আৰক্ষীয়ে
৩ জন যুৱকক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে

লখিমপুৰতো ৯ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৭০ বছৰীয়া বৃদ্ধৰ

লখিমপুৰতেই সংঘটিত হৈছে আন এক যৌন উৎপীড়নৰ ঘটনা

১৩ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন ৬০ বছৰীয়া বৃদ্ধৰ

লখিমপুৰৰ ফুকনৰহাট নৈগুৰিৰ মাতাব আলী নামৰ ৭০ বছৰীয়া বৃদ্ধই কৰিছিল ধৰ্ষণৰ অপচেষ্টা

ন বছৰীয়া কন্যা শিশুক শুই থকা অৱস্থাত ধৰ্ষণৰ অপচেষ্টা চলাইছিল ধৃত মাতাবে

ফুকনৰহাত মিলন  নগৰৰ হাফিজ আলি নামৰ বৃদ্ধইয়ো কৰিছে একেই কাণ্ড

৬০ বছৰীয়া হাফিজে গাঁৱৰে মতৃহাৰা ১৩ বছৰীয়া এগৰাকী কিশোৰীক যৌন উৎপীড়ন চলাইছিল

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
Next Post
কিশোৰীক অপকৰ্মৰ চেষ্টা চলাওতেই মাতৃৰ হাতত ধৰা পৰে এম্বুলেঞ্চৰ চালক

কিশোৰীক অপকৰ্মৰ চেষ্টা চলাওতেই মাতৃৰ হাতত ধৰা পৰে এম্বুলেঞ্চৰ চালক

ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.