• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

2 years ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

6 minutes ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

42 minutes ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

1 hour ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

16 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

17 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

17 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

17 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

18 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

19 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

19 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

20 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

editor by editor
August 25, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইলত ৪৮ ঘণ্টাৰ ইমাৰজেঞ্চী, প্ৰাণৰ সংশয়ত বাংকাৰত বাস নেতান্যাহুৰ

লেবাননস্থিত হিজবুল্লাই ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণৰ ধাৰাবাহিকতা আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালকৈ হিজবুল্লাই বৃহৎ পৰিসৰৰ সামৰিক অভিযানৰ কথাও ঘোষণা কৰিছে। হিজবুল্লাহৰ এক বিবৃতিত কোৱা হৈছে যে ইজৰাইলৰ গুৰুত্বপূৰ্ণ সামৰিক ঘাটিক লক্ষ্য কৰি বিস্ফোৰক ভৰ্তি ড্ৰ’ন নিক্ষেপ কৰা হৈছে।

হিজবুল্লাই ইজৰাইলৰ ওপৰত ৩২০ টাতকৈও অধিক কাটিউছা ৰকেট নিক্ষেপ কৰা বুলি দাবী কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ডেনিয়েল হাগাৰীৰ উদ্ধৃতিৰে জেৰুজালেম পোষ্টে কয় যে হিজবুল্লাহৰ আক্ৰমণ সংঘটিত হৈছিল যেতিয়া ইজৰাইলে নিজৰ প্ৰতিৰক্ষাত লেবাননত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি লৈছিল।

আনহাতে, বেইৰুটত ফুৱাদ শুক্ৰৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ ইজৰাইলক আক্ৰমণ কৰা বুলি ঘোষণা কৰিছে হিজবুল্লাই। হিজবুল্লাই জাৰি কৰা এক বিবৃতিত কয় যে প্ৰথম পৰ্যায়ৰ আক্ৰমণ সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত ইজৰাইলৰ বেৰেক আৰু প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লোৱা হৈছে। ড্ৰ’নে নিজৰ লক্ষ্যৰ বাবে পৰিকল্পনা অনুসৰি কাম কৰি আছে।

উল্লেখ্য যে যোৱা মাহত বেইৰুটৰ উপনগৰ অঞ্চলত হোৱা আক্ৰমণত ইজৰাইলে ফুয়াদ শুক্ৰক হত্যা কৰিছিল। ফুৱাদ শুক্ৰ হিজবুল্লাহৰ শীৰ্ষ সেনাপতি আছিল। হিজবুল্লাই ১১টা সামৰিক স্থানক লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ কৰিছে।

আনহাতে হিজবুল্লাহৰ আক্ৰমণৰ পিছত ইজৰাইলত আতংকৰ পৰিবেশ। হাই এলাৰ্ট ঘোষণা কৰা হৈছে। প্ৰাণৰ সংশয়ৰ বাবে ভূগৰ্ভস্থ বাংকাৰলৈ লৈ যোৱা হৈছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক। একে সময়তে বেন গুৰিয়েল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাম-কাজ বন্ধ কৰি দিয়া হৈছে। সমগ্ৰ ইজৰাইলত ৪৮ ঘণ্টীয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। চাৰিওফালে বিশৃংখল পৰিৱেশ আৰু এম্বুলেন্সৰ বাজি থকা ছাইৰেনে ইজৰাইলত হিজবুল্লাহৰ আক্ৰমণৰ ফলত উদ্ভৱ হোৱা আতংকৰ প্ৰমাণ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Benjamin NetanyahuIsrael AttackIsrealNetanyahu '
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু
ৰাজনীতি

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

October 29, 2026
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল
ভাৰত

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

October 29, 2026
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 29, 2026
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ
নিয়োগ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

October 28, 2026
Next Post
৩ ৰাশিৰ লোকৰ বাবে সৌভাগ্যৰ মাহ হ’বলৈ গৈ আছে ছেপ্টেম্বৰ, বুধ গ্ৰহৰ বাবে খোল খাব ভাগ্যৰ দুৱাৰ

৩ ৰাশিৰ লোকৰ বাবে সৌভাগ্যৰ মাহ হ'বলৈ গৈ আছে ছেপ্টেম্বৰ, বুধ গ্ৰহৰ বাবে খোল খাব ভাগ্যৰ দুৱাৰ

জো ৰুটৰ ইতিহাস, ৰাহুল দ্ৰাবিড়-ৰিকি পন্টিঙক পিছ পেলাই এতিয়া শচিনৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে

জো ৰুটৰ ইতিহাস, ৰাহুল দ্ৰাবিড়-ৰিকি পন্টিঙক পিছ পেলাই এতিয়া শচিনৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.