• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহেকীয়াৰ সময়ত অসহ্যকৰ পেটৰ বিষ, বিষ কমাবলৈ মেডিচিন খাই নেকি, তেন্তে সাৱধান

মাহেকীয়াৰ সময়ত অসহ্যকৰ পেটৰ বিষ, বিষ কমাবলৈ মেডিচিন খাই নেকি, তেন্তে সাৱধান

2 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

42 minutes ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

2 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

2 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

3 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

4 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

4 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

5 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

6 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

7 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

7 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাহেকীয়াৰ সময়ত অসহ্যকৰ পেটৰ বিষ, বিষ কমাবলৈ মেডিচিন খাই নেকি, তেন্তে সাৱধান

editor by editor
August 29, 2024
in বিবিধ, স্বাস্থ্য
0
মাহেকীয়াৰ সময়ত অসহ্যকৰ পেটৰ বিষ, বিষ কমাবলৈ মেডিচিন খাই নেকি, তেন্তে সাৱধান
0
SHARES
872
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাহেকীয়াৰ সময়ত অসহ্যকৰ পেটৰ বিষ, বিষ কমাবলৈ মেডিচিন খাই নেকি, তেন্তে সাৱধান

বহু কিশোৰী-যুৱতী-মহিলাৰে মাহেকীয়াৰ সময়ত পেটৰ অসহ্যকৰ বিষ হোৱা দেখা যায়। কেতিয়াবা এই পেটৰ বিষ ইমানেই অধিক হয় যে, কুঁজা হৈ পৰে ভুক্তভোগী। যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বহুতেই বিভিন্ন উপায় অৱলম্বন কৰে। কোনোৱে যদি ঘৰুৱা পদ্ধতি অৱলম্বণ কৰে, কোনোৱে আকৌ ফাৰ্মাচীৰ পৰা মেডিচিন আনি খায়।

পাছে সাৱধান, এনে মেডিচিন খাইয়ে সদ্যহতে প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে। তামিলনাডুৰ ত্ৰিচিৰ পুলিভালাম অঞ্চলৰ পৰা, য’ত এগৰাকী কিশোৰীয়ে ঋতুস্ৰাৱৰ সময়ত পেটৰ তীব্ৰ বিষৰ বাবে সেই বিষৰ পৰা সকাহ পাবলৈ টেবলেট খাইছিল আৰু তাৰ পিছত মৃত্যুবৰণ কৰিছিল কিশোৰীয়ে।

মেডিচিন খোৱাৰ পাছতে পাৰ্শ্বক্ৰিয়া হৈ মৃত্যুবৰণ কৰিছিল কিশোৰীয়ে। ঔষধ সেৱনৰ কিছু সময়ৰ পিছতে অধিক বিষ, বমি আৰু মূৰ ঘূৰোৱা অনুভৱ কৰিবলৈ কৰে, পিতৃ-মাতৃয়ে কন্যাক ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়, যদিও প্ৰাণ ৰক্ষা নপৰে।

সেয়ে পৰা পক্ষত কেতিয়াও এনে বিষৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মেডিচিন খাব নালাগে। যিমান পাৰি ঘৰুৱা পদ্ধতিৰে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চেষ্টা কৰিব লাগে।

ঔষধ খোৱা মহিলাসকলে সদায়ে এইবোৰ কথা মনত ৰাখিব লাগে-
পিৰিয়ডৰ বিষৰ বাবে কেতিয়াও তৎক্ষণাত ঔষধ ব্যৱহাৰ নকৰিব।
কল বা গৰম পানীয়ৰ দৰে কিছুমান ঘৰুৱা উপায়ৰ সহায়ত ঔষধ অবিহনে বিষ কম কৰিব পাৰি।
যদি আপুনি বিষ সহ্য কৰিব নোৱাৰে তেন্তে প্ৰথমে চিকিৎসকৰ লগত কথা পাতক আৰু তাৰ পিছতহে ঔষধ খাব।
যদি আপুনি পিৰিয়ডৰ বিষৰ গুৰুতৰ সমস্যাত ভুগিছে​তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
সকলোৰে শৰীৰ বেলেগ বেলেগ, সেই অনুসৰি সকলোৰে বিষ সহ্য কৰাৰ ক্ষমতাও বেলেগ বেলেগ।
কেতিয়াবা মাহেকীয়াৰ সময়ত হোৱা বিষটো স্বাভাৱিক বিষ নহয়, সেয়েহে বিশেষজ্ঞৰ সহায় লৈ পৰামৰ্শৰ পিছত চিকিৎসা ল’ব লাগে।
যদি পেইন কিলাৰ খোৱাৰ পিছত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, তেন্তে তাৎক্ষণিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: period pain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
Next Post
বিধ্বংসী ৰূপ ছানশ্বান ঘূৰ্ণীবতাহৰ, ৫ জন নিহত, ১০০ জনতকৈ অধিক আহত, ঘণ্টাত ২৫২ কিলোমিটাৰ বেগত বলিছে বতাহ

বিধ্বংসী ৰূপ ছানশ্বান ঘূৰ্ণীবতাহৰ, ৫ জন নিহত, ১০০ জনতকৈ অধিক আহত, ঘণ্টাত ২৫২ কিলোমিটাৰ বেগত বলিছে বতাহ

দৈনিক ৰাশিফল-  ৩ ৰাশিৰ ওপৰত ধন-সম্পত্তি আৰু সুখৰ বৰষুণ ! শুক্ৰ গ্ৰহই চাৰিবাৰ সলনি কৰিব দিশ

দৈনিক ৰাশিফল-  ৩ ৰাশিৰ ওপৰত ধন-সম্পত্তি আৰু সুখৰ বৰষুণ ! শুক্ৰ গ্ৰহই চাৰিবাৰ সলনি কৰিব দিশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.