• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত পাষণ্ড পিতৃক ন্যায়ালয়ৰ ফাঁ/ ৰ শাস্তি, পত্নীৰ সমুখত নিজেই স্বীকাৰ কৰিছিল কন্যাৰ লগত কৰা সমস্ত ঘটনা

অৱশেষত পাষণ্ড পিতৃক ন্যায়ালয়ৰ ফাঁ/ ৰ শাস্তি, পত্নীৰ সমুখত নিজেই স্বীকাৰ কৰিছিল কন্যাৰ লগত কৰা সমস্ত ঘটনা

2 years ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

33 minutes ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

1 hour ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

1 hour ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

2 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

3 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

3 hours ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

5 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

6 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

6 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

6 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

7 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অৱশেষত পাষণ্ড পিতৃক ন্যায়ালয়ৰ ফাঁ/ ৰ শাস্তি, পত্নীৰ সমুখত নিজেই স্বীকাৰ কৰিছিল কন্যাৰ লগত কৰা সমস্ত ঘটনা

editor by editor
August 30, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অৱশেষত পাষণ্ড পিতৃক ন্যায়ালয়ৰ ফাঁ/ ৰ শাস্তি, পত্নীৰ সমুখত নিজেই স্বীকাৰ কৰিছিল কন্যাৰ লগত কৰা সমস্ত ঘটনা
0
SHARES
667
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত পাষণ্ড পিতৃক ন্যায়ালয়ৰ ফাঁ/ ৰ শাস্তি, পত্নীৰ সমুখত নিজেই স্বীকাৰ কৰিছিল কন্যাৰ লগত কৰা সমস্ত ঘটনা

কলকাতা ধৰ্ষণ হত্যা কাণ্ডই মহিলাৰ সুৰক্ষা সন্দৰ্ভত সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। তাৰ মাজতো সমগ্ৰ দেশতে বহু ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে, য’ত মানুহৰ ৰূপত থকা পাষণ্ডই কন কন কন্যা শিশুকো ৰেহাই দিয়া নাই। তেনেই এক কনমানি ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ বৃহস্পতিবাৰে শুনানি হয়, য’ত অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

পাছে শিহৰণকাৰী কথা যে, এই ঘটনাৰ কনমানি শিশুজনীক ধৰ্ষণ আৰু হত্যা কৰাজন আন কোনো নাছিল, সেয়া আছিল সেই শিশুটিৰেই পিতৃ। ন্যায়ালয়ে সেই ঘটনাৰেই দোষীক মৃত্যুদণ্ডৰ লগতে ১.৫ লাখ টকাৰ জৰিমনাও আৰোপ কৰিছে।

পাঞ্জাৱৰ অমৃতসৰ জিলাৰ এই গোচৰটো ৪ আৰু ৫ জানুৱাৰী, ২০২০ৰ মাজনিশাৰ। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ (হত্যা) আৰু POCSO আইনৰ ধাৰা ৬ৰ অধীনত যোৱা ৫ জানুৱাৰীত অভিযুক্তৰ পত্নীয়ে এটা গোচৰ ৰুজু কৰিছিল। মৃত্যু হোৱা শিশুটি তিনি ভাই-ভনীৰ ভিতৰত ডাঙৰ আছিল।

মাতৃৰ মতে, কিছু বিবাদৰ বাবে সন্তানৰ সৈতে মাতৃগৃহত বাস কৰিছিল। এই সময়ছোৱাত অভিযুক্তই ভুক্তভোগীক লগত লৈ গৈছিল আৰু পিছত পত্নীক এৰি থৈ গৈছিল। ৪ জানুৱাৰীত পুনৰ বলপূৰ্বকভাৱে কন্যাক লগত লৈ আহিছিল।

সেই নিশা পিতৃয়ে কন্যাক ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু তাৰ পিছত মৃতদেহটো ৰেইয়া চহৰৰ চাৰিওফালে থকা এটা খালৰ কাষৰ গছত ওলোমাই থৈছিল। পুৱা নিজেই গৈ এই বিষয়ে পত্নীক অৱগত কৰে। সমস্ত ঘটনা পোহৰলৈ অহাৰ পাছত ছোৱালীজনীৰ মৰণোত্তৰ পৰীক্ষা কৰোতে স্পষ্ট হৈ পৰে যে ভুক্তভোগীক ধৰ্ষণ কৰা হৈছে।

এই গোচৰত চেচনৰ ন্যায়াধীশ ট্ৰিপটজট কৌৰে স্থানীয় আদালতত ৰায় দিয়ে। ৬ বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত বৃহস্পতিবাৰে পাষণ্ড পিতৃক মৃত্যুদণ্ড দিয়া হৈছিল। ইয়াৰ উপৰিও POCSO (Protection of Children from Sexual Offences) ফাষ্ট ট্ৰেক আদালতে ১.৫ লাখ টকাৰ জৰিমনাও আৰোপ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amritsarfather rapistpunjabrape and murder caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ
বিনোদন

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

September 7, 2026
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?
জীৱনশৈলী

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

September 7, 2026
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই
জীৱনশৈলী

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

September 7, 2026
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?
জীৱনশৈলী

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

September 7, 2026
Next Post
মণিপুৰী ভাষা এতিয়া অসমৰ ৪ খন জিলাত সহযোগী চৰকাৰী ভাষা হোৱাৰ দিশে, অপেক্ষা কেৱল ৰাজ্যপালৰ স্বাক্ষৰলৈ

মণিপুৰী ভাষা এতিয়া অসমৰ ৪ খন জিলাত সহযোগী চৰকাৰী ভাষা হোৱাৰ দিশে, অপেক্ষা কেৱল ৰাজ্যপালৰ স্বাক্ষৰলৈ

শিহৰণকাৰী, কাছাৰত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ সৈতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

শিহৰণকাৰী, কাছাৰত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ সৈতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.