• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিহৰণকাৰী, কাছাৰত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ সৈতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

শিহৰণকাৰী, কাছাৰত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ সৈতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

2 years ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

49 seconds ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

30 minutes ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

1 hour ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

2 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

3 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

4 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

6 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

6 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

7 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

9 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

শিহৰণকাৰী, কাছাৰত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ সৈতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

editor by editor
August 30, 2024
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী
0
শিহৰণকাৰী, কাছাৰত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ সৈতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড
0
SHARES
472
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিহৰণকাৰী, কাছাৰত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ সৈতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

কাছাৰৰ ধলাইত জামালপুৰত কালি নিশা সংঘটিত হয় এক অতিকে ভয়ংকৰ ঘটনা। পত্নী পৰকীয়া প্ৰেমত জড়িত থকাৰ সন্দেহত স্বামীয়ে সংঘটিত কৰে গাৰ নোম শিয়ৰি যোৱা ঘটনা।

স্বামীয়ে দাৰে আক্ৰমণ কৰি পত্নীৰ দুয়ো হাত কাটি পেলালে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জামালপুৰ অঞ্চলত। জানিব পৰা মতে, ৰফিক উদ্দিন আৰু ৰুবি বেগম নামৰ দুই স্বামী স্ত্ৰীৰ মাজত দীৰ্ঘদিনৰ পৰা কাজিয়া চলি আছিল। স্বামী ৰফিক উদ্দিনৰ সন্দেহ যে পত্নী ৰুবি বেগম পৰকীয়া প্ৰেমত জড়িত।

কালি ২৯ আগষ্টৰ নিশাও এই বিষয়ক লৈয়ে দুয়ো স্বামী-স্ত্ৰীৰ মাজত পুনৰ কাজিয়াৰ সৃষ্টি হয়। সেই কাজিয়াৰেই শেষত ভয়ংকৰ পৰিণতি হয়। কাজিয়া চলি থকাৰ সময়তে হঠাৎ স্বামী ৰফিক উত্তেজিত হৈ দাৰে পত্নী ৰুবি বেগমক কেইবাবাৰো আক্ৰমণ কৰে৷ স্বামীৰ উপৰ্যুপৰি আক্ৰমণত ৰুবি বেগমৰ দুই হাত দ্বিখণ্ডিত হৈ পৰে।

ইপিনে ঘটনা সংঘটিত কৰি পত্নীক ঘৰত ৰক্তাক্ত অবস্থাত পেলাই পলায়ন কৰে স্বামী ৰফিক উদ্দিনে। পত্নীৰ চিঞৰ বাখৰ শুনি প্ৰতিবেশী লোক সকলে ঘটনাস্থলীত উপস্থিত হৈ ৰুবি বেগমক সংকটজনত অৱস্থাত উদ্ধাৰ কৰি, ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজলৈ লৈ যায়।

কিন্তু মহিলা গৰাকীৰ অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজৰ পৰা নিশাই গুয়াহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আনহাতে অভিযুক্ত স্বামীৰ বিৰুদ্ধেও ধলাই আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি সন্ধানত নামি পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam SilcharHusband try to kill wifesilcharSilchar Dholai
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
Next Post
শৰীৰত ভিটামিন বি ১২ৰ অভাৱ, মাত্ৰ মৌৰ সৈতে খাওক এইবিধ, তীব্ৰতাৰে পূব হ’ব সকলো অভাৱ

শৰীৰত ভিটামিন বি ১২ৰ অভাৱ, মাত্ৰ মৌৰ সৈতে খাওক এইবিধ, তীব্ৰতাৰে পূব হ'ব সকলো অভাৱ

হাহাকাৰ, ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ শৌচাগাৰত কেমেৰা, ৩০০ ৰো অধিক …ভাইৰেল

হাহাকাৰ, ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ শৌচাগাৰত কেমেৰা, ৩০০ ৰো অধিক ...ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.