• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা সময় আছিল, পিতৃৰ শেষ কৃত্যৰ বাবে পকেটত নাছিল টকা, আজি ৩৫০ কোটি টকাৰ মালিক

এটা সময় আছিল, পিতৃৰ শেষ কৃত্যৰ বাবে পকেটত নাছিল টকা, আজি ৩৫০ কোটি টকাৰ মালিক

1 year ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

14 minutes ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

44 minutes ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

1 hour ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

2 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

2 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

3 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

3 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

4 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

5 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

5 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

6 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এটা সময় আছিল, পিতৃৰ শেষ কৃত্যৰ বাবে পকেটত নাছিল টকা, আজি ৩৫০ কোটি টকাৰ মালিক

editor by editor
September 19, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত
0
এটা সময় আছিল, পিতৃৰ শেষ কৃত্যৰ বাবে পকেটত নাছিল টকা, আজি ৩৫০ কোটি টকাৰ মালিক
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা সময় আছিল, পিতৃৰ শেষ কৃত্যৰ বাবে পকেটত নাছিল টকা, আজি ৩৫০ কোটি টকাৰ মালিক

সময় সদায়ে সকলোৰে একে নাযায়। বলীউডৰ ক্ষেত্ৰত যদি এই কথা কোৱা হয়, তেন্তে এনে বহু তাৰকা আছে, যিয়ে জীৱনৰ আদি চোৱা বহু কষ্টৰ মাজেৰে পাৰ কৰিছে। আজি কোটি কোটি টকাৰ মালিক। তাৰকা সকলৰ মাজৰ কিছুৱে কেতিয়াবা যদি বাছ কণ্ডাক্টৰ হিচাপে কাম কৰিছে, কোনো তাৰকাই ৱেইটাৰ হিচাপে কাম কৰিছে। কোনো তাৰকাই ষ্ট্ৰাগলৰ নামত বছৰ বছৰ ধৰি ষ্টোৰ ৰূমত পাৰ কৰিছে সময়।

তেনেই এগৰাকী তাৰকা এনে আছে, যাৰ হাতত এটা সময়ত পিতৃৰ শেষ কৃত্যৰ বাবে হাতত টকা নাছিল। পিতৃৰ মৃত্যুৰ পাছত পকেটত আছিল মাথো ৬০ টকা। মুম্বাইৰ সাধাৰণ এটা ষ্টোৰ ৰূমত থাকি ষ্ট্ৰাগল লাইফ আৰম্ভ কৰিছিল। সেই তাৰকা আজি কোটি কোটি টকাৰ মালিক।

যাৰ ছবিৰ জৰিয়তেই বলীউডে পাইছিল দীপিকা পাডুকনৰ দৰে তাৰকা। হয় ইয়াত কোনো পুৰুষ তাৰকা নহয়, বৰঞ্চ এগৰাকী মহিলাৰ কথা কোৱা হৈছে, সেয়া হৈছে – ফৰাহ খান। ফৰাহ খানৰ ছবি ওম শান্তি ওমত প্ৰথম বাৰৰ বাবে কাম কৰিছিল দীপিকা পাডুকনে।

যি ফৰাহ খান আজিৰ তাৰিখত এগৰাকী জনপ্ৰিয় ছবি নিৰ্মাতাৰ লগতে এগৰাকী জনপ্ৰিয় কৰিঅগ্ৰাফাৰ। যিয়ে বলীউডক দিছে কেইবাখনো হিট চবিৰ সফল ডাঞ্চ ষ্টেপ। বৰ্তমানে ৩৫০কোটি টকাৰ মালিক ফৰাহ খানৰ তিনিটি সন্তান আছে। শীৰিশ কুন্দাৰ সৈতে সুখৰ সংসাৰ ফৰাহ খানৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood starChoreographerFilm Maker
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 21, 2026
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
Next Post
সস্তাত পাব বাহন, আম্বানী পৰিয়ালৰ এইবাৰ অটো’ উদ্যোগত প্ৰৱেশ

সস্তাত পাব বাহন, আম্বানী পৰিয়ালৰ এইবাৰ অটো' উদ্যোগত প্ৰৱেশ

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগত অশ্বিনী নক্ষত্ৰ, মা লক্ষ্মী আগমণ হ’ব ৩ ৰাশিৰ জীৱনত

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগত অশ্বিনী নক্ষত্ৰ, মা লক্ষ্মী আগমণ হ'ব ৩ ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.