• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাত-ভৰি বান্ধি মাৰপিট, ধৰ্ষ*ৰ ধমকি, আৰ্মি অফিচাৰৰ প্ৰেমিকাক আৰক্ষী থানাত এই আচৰণ

হাত-ভৰি বান্ধি মাৰপিট, ধৰ্ষ*ৰ ধমকি, আৰ্মি অফিচাৰৰ প্ৰেমিকাক আৰক্ষী থানাত এই আচৰণ

2 years ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

26 minutes ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

1 hour ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

3 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

4 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

5 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

6 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

6 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

7 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

8 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

9 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

9 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হাত-ভৰি বান্ধি মাৰপিট, ধৰ্ষ*ৰ ধমকি, আৰ্মি অফিচাৰৰ প্ৰেমিকাক আৰক্ষী থানাত এই আচৰণ

editor by editor
September 20, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
হাত-ভৰি বান্ধি মাৰপিট, ধৰ্ষ*ৰ ধমকি, আৰ্মি অফিচাৰৰ প্ৰেমিকাক আৰক্ষী থানাত এই আচৰণ
0
SHARES
420
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাত-ভৰি বান্ধি মাৰপিট, ধৰ্ষ*ৰ ধমকি, আৰ্মি অফিচাৰৰ প্ৰেমিকাক আৰক্ষী থানাত এই আচৰণ

এগৰাকী আৰ্মি অফিচাৰৰ প্ৰেমিকাৰ সৈতে ক্ৰুৰতা ভৰা অভদ্ৰ আচৰণ আৰক্ষী থানাত। যুৱতীগৰাকীক হাত ভৰি বান্ধি মাৰপিট। লগতে ধৰ্ষণৰো ভাবুকি। এই ঘটনা সংঘটিত হৈছে ওড়িশাত।

ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰৰ পৰা সমুখলৈ আহিছে এই ভয়ংকৰ খবৰ। আৰক্ষী থানাৰ ভিতৰত এগৰাকী আৰ্মি অফিচাৰৰ হব লগীয়া পত্নীৰ সৈতে ক্ৰুৰতা।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি আৰক্ষী থানা খনত ৰাজপথত সংঘটিত হোৱা এক নিৰ্যাতনৰ অভিযোগ দাখিল কৰিবলৈ বুলি গৈছিল আৰ্মি অফিচাৰ আৰু যুৱতীগৰাকী। তেতিয়াই অভদ্ৰ অসভ্য আচৰণ কৰে যুৱতীগৰাকীৰ সৈতে। কেৱল হাত-ভৰি বান্ধি মাৰপিটেই নহয়, পেন্ট খুলি ব্যক্তিগত অংগ দেখুওৱা আৰু ধৰ্ষণৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপিত।

আৰক্ষীৰ এই অত্যাচাৰৰ বলি হোৱা আৰ্মি অফিচাৰগৰাকী সিখ ৰেজিমেণ্টৰ অংশ। আনহাতে যুৱতীগৰাকীৰ ভুৱনেশ্বৰতেই এখন ৰেষ্টোৰেণ্ট আছে লগতে এগৰাকী অধিবক্তাও। যুৱতীগৰাকীয়ে দিয়া ভাষ্য অনুসৰি এই ঘটনা যোৱা নিশা প্ৰায় ১ মান বজাৰ। ৰেষ্টোৰেণ্ট বন্ধ কৰি ঘৰলৈ বুলি উভতি গৈ আছিল। তেতিয়াৰ যাত্ৰা পথত কেইগৰাকীমান যুৱকে আগুৰি ধৰি দুৰ্ৱ্যবহাৰ কৰে যুৱতীগৰাকীৰ সৈতে।

সেই ঘটনাৰেই অভিযোগৰ বাবে থানাত গৈ উপস্থিত হয় যুৱতীগৰাকী। পোনেই উপস্থিত হয়গৈ ভৰতপুৰ থানাত। সেই সময়ত আৰক্ষীৰ পোচাকত উপস্থিত আছিল এগৰাকী মহিলা কনিষ্টবল। কনিষ্টবলগৰাকীয়ে আৰ্মি অফিচাৰ আৰু যুৱতীগৰাকীক বেয়া ব্যৱহাৰ কৰিবলৈ ধৰে। কিছু সময়ৰ পাছত আন কেইগৰাকীমান আৰক্ষীয়ো আহি উপস্থিত হয় থানাত।

কোনো কথাক লৈ আৰক্ষীৰ লোককেইগৰাকী খৰ্গহস্ত হৈ পৰে আৰু আৰ্মি বিষয়াগৰাকীক থানাৰ লকআপত ভৰাই দিয়ে। যুৱতীগৰাকীয়ে ইয়াৰ প্ৰতিবাদ কৰাত মহিলা কনিষ্টবলে যুৱতিগৰাকীক মাৰিবলৈ ধৰে আৰু ডিঙিত টেপা মাৰি ধৰে। তেতিয়া যুৱতীগৰাকীয়ে প্ৰাণ ৰক্ষাৰ বাবে হাতত কামুৰি দিয়ে।

যি কাৰ্যত অধিক ক্ৰোধ কৰি যুৱতীগৰাকীক হাত ভৰি বান্ধি এটা কোঠাত ভৰাই থৈ দিয়ে। তাতেই কিছু সময় পাছত এগৰাকী পুৰুষ আৰক্ষী সোমাই গৈ কেইবাবাৰো যুতীৰ বুকু আৰু পেটত লাঠ মাৰে। লগতে যুৱতীৰ পিন্ধি থকা পেণ্ট খুলি দি নিজেও নিজৰ পেণ্ট খুলি লৈ অংগ প্ৰদৰ্শন কৰিবলৈ ধৰি ধৰ্ষণৰ ভাবুকি দিয়ে।

পাছত সমগ্ৰ ঘটনা পোহৰলৈ অহাত সষ্টম হৈ পৰে প্ৰশাসন। আৰ্মি অফিচাৰগৰাকীক থানাৰ পৰা মুকলি কৰি দিয়াৰ লগতে হাস্পতালত ভৰ্তি কৰাব লগা হয় যুৱতীগৰাকীক, অন্যান্য বহু জখমৰ লগতে হাত ভাঙে যুৱতীৰ।

লগতে এই সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতপুৰ থানাৰ ৫ জন আৰক্ষীক নিলম্বন। নিলম্বিত বিষয়াসকলৰ ভিতৰত আছে আই আই চি দিনাকৃষ্ণ মিশ্ৰ, উপ পৰিদৰ্শক বৈছলিনী পাণ্ডা, এ এছ আই সলিলাময়ী সাহু, সাগৰিকা ৰাথ আৰু কনিষ্টবল বলৰাম হাণ্ডা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Army OfficerBharatpur Police StationPolice StationUrissa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
Next Post
৯ অক্টোবৰৰ পৰা ভাগ্য উদয় হব ৩ ৰাশিৰ লোকৰ. বৃহস্পতিৰ ওলোটা যাত্ৰাই মালামাল কৰি তুলিব

৯ অক্টোবৰৰ পৰা ভাগ্য উদয় হব ৩ ৰাশিৰ লোকৰ. বৃহস্পতিৰ ওলোটা যাত্ৰাই মালামাল কৰি তুলিব

এবাৰ দুবাৰ নহয়, ধমক দি অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰে প্ৰধান শিক্ষকে কৰিলে কু-কাণ্ড

এবাৰ দুবাৰ নহয়, ধমক দি অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰে প্ৰধান শিক্ষকে কৰিলে কু-কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.