• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবাৰ দুবাৰ নহয়, ধমক দি অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰে প্ৰধান শিক্ষকে কৰিলে কু-কাণ্ড

এবাৰ দুবাৰ নহয়, ধমক দি অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰে প্ৰধান শিক্ষকে কৰিলে কু-কাণ্ড

2 years ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

3 minutes ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

34 minutes ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

59 minutes ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

4 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

5 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

6 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

15 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

15 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

16 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এবাৰ দুবাৰ নহয়, ধমক দি অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰে প্ৰধান শিক্ষকে কৰিলে কু-কাণ্ড

editor by editor
September 20, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
এবাৰ দুবাৰ নহয়, ধমক দি অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰে প্ৰধান শিক্ষকে কৰিলে কু-কাণ্ড
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এবাৰ দুবাৰ নহয়, ধমক দি অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰে প্ৰধান শিক্ষকে কৰিলে কু-কাণ্ড

এগৰাকী অষ্টম শ্ৰেণীৰ পঢ়া ছাত্ৰীৰ সৈতে সেই বিদ্যালয়ৰে প্ৰধান শিক্ষকৰ কু-কাণ্ড। এবাৰ -দুবাৰ নহয়, ধমক দি কেইবাবাৰো ছাত্ৰীগৰাকীক কামনাৰ বলি সজালে লম্পট প্ৰধান শিক্ষকে। বহু দেৰিকৈহে পোহৰলৈ আহে এই সমষ্ট ঘটনা।

উত্তৰপ্ৰদেশৰ জৌনপুৰত সংঘটিত হৈছে এই ঘটনা। জৌনপুৰৰ এখন গাঁৱৰ চৰকাৰী বিদ্যালয় এখনত সংঘটিত হৈছে এই সমাজক লজ্জানত কৰা ঘটনা। দাবী-ধমকি দি বিদ্যালয়ৰ প্ৰধান শিক্ষকে কেইবাবাৰো ধৰ্ষণ কৰিলে বিদ্যালয়ৰে ১৪ বছৰীয়া অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক।

পাছে সদ্যহতে কষ্টত থাকিব নোৱাৰি মাতৃৰ আগত সবিস্তাৰে সকলো প্ৰকাশ কৰে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে। পৰিয়ালে সমগ্ৰ কথা জানিব পাৰি হতভম্ব হৈ পৰে। যি গৰাকী প্ৰধান শিক্ষকক অতদিনে শ্ৰদ্ধা আৰু ভক্তি কৰি আহিছিল, সেই শিক্ষকগৰাকীয়েই ধৰ্ষণ কৰি আহিছিল কনমানিক।

লগে লগে আৰক্ষীৰ কাষ চাপে পৰিয়াল। কিন্তু আৰক্ষীয়েও প্ৰথমে এই গোচৰ ৰুজু কৰাৰ সলনি দুয়ো পক্ষৰ মাজত ঘটনা সমাধানৰ বাবে চাইছিল। যি কথাত খৰ্গহস্ত হয় ভুক্তভোগী ছাত্ৰীৰ মাতৃ। ৩ দিনলৈ গোচৰ ৰুজু নকৰাত অৱশেষত এ এছ পিৰ কাষ চাপি পৰিয়াল।

এ এছ পি য়ে ঘটনা সন্দৰ্ভত জানিব পৰাৰ লগে লগে ঘটনা ৰুজু কৰি প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। পাছে পলাতক অৱস্থাত পাষণ্ড প্ৰধান শিক্ষক। লম্পট শিক্ষকৰ সন্ধানত নামি পৰিছে আৰক্ষী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Head Master Rape Studentrape caseScholl rapeStudent Rapeuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

June 30, 2026
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?
বিনোদন

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

June 30, 2026
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!
জীৱনশৈলী

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

June 30, 2026
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 30, 2026
Next Post
অধিক পানী সেৱনো হ’ব পাৰে সংকটৰ কাৰণ, ক্ষতি হ’ব পাৰে ব্ৰেইনৰ

অধিক পানী সেৱনো হ'ব পাৰে সংকটৰ কাৰণ, ক্ষতি হ'ব পাৰে ব্ৰেইনৰ

এলা-পেচা নহয়, হেক হ’ল উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল, আপলোড ক্ৰিপট’ ভিডিঅ’

এলা-পেচা নহয়, হেক হ'ল উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল, আপলোড ক্ৰিপট’ ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.