• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ

নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ

1 year ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

40 minutes ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

1 hour ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

1 hour ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

3 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

3 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

4 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

4 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

5 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

6 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

6 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

7 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ

নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ

editor by editor
September 23, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিশ্ব, ভাৰত, লেখা
0
নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ
0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এপলৰ বিভিন্ন প্ৰডাক্টক লৈ এইবাৰ সতৰ্কবাৰ্তা দিছে ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি টিমে৷ বহু প্ৰতিক্ষীত আইফোন ১৬ চিৰিজৰ বিক্ৰি ভাৰতত আৰম্ভ হোৱাৰ এদিন পাছতেই আহিছে এই সতৰ্কবাৰ্তা৷ তাত কোৱা হৈছে যে এপলৰ বিভিন্ন ছফ্টৱেৰ

  • iOS: Versions prior to 18 and 17.7
  • iPadOS: Versions prior to 18 and 17.7
  • macOS Sonoma: Versions prior to 14.7
  • macOS Ventura: Versions prior to 13.7
  • macOS Sequoia: Versions prior to 15
  • tvOS: Versions prior to 18
  • watchOS: Versions prior to 11
  • Safari: Versions prior to 18
  • Xcode: Versions prior to 16
  • visionOS: Versions prior to 2

এইকেইটাৰ অত্যধিক দুৰ্বলতা আছে৷ আইফোনৰ এই নিৰাপত্তা ত্ৰুটিয়ে সম্ভাব্য আক্ৰমণকাৰীক সংবেদনশীল তথ্যৰ এক্সেছ আৰু নিষেধাজ্ঞাসমূহ বাইপাছ কৰাৰ অনুমতি দিব পাৰে৷ উচ্চ দুৰ্বলতাসম্পন্ন এই নিম্নলিখিত সমস্যাসমূহ হেকাৰৰ হাতত পৰিলেই তেওঁলোকে সহজেই হেক কৰিব পাৰে আপোনাৰ আইফোনো৷

denial-of-service ৰ চৰ্তও উলংঘন হ’ব পাৰে৷ হেকাৰে স্পুফিং এটেক কৰিব পাৰে৷ ক্ৰছ চাইট স্ক্ৰিপ্টিং চাইবাৰ আক্ৰমণো কৰিব পাৰে৷ এপলৰ কেইবাটাও ডিভাইছত অপাৰেটিং চিষ্টেমৰ নিৰাপত্তাজনিত ত্ৰুটিৰ বাবেই হেক হোৱাৰ পূৰ্ণ আশংকা কৰিছে ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি টিমে৷ ওপৰত নিম্নোলিখিত অপাৰেটিং চিষ্টেমসমূহ যিসকলৰ ডিভাইছত আছে তেওঁলোকৰ ক্ষেত্ৰতেই এই সতৰ্কবাৰ্তা দিয়া হৈছে৷ এই ভুলে যাতে ক্ষতিকৰ পৰিস্থিতি তৈয়াৰ নকৰে তাৰবাবে কিছু পৰামৰ্শ দিয়া হৈছে ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সিৰ তৰফৰ পৰা৷ এপল ডিভাইছ ব্যৱহাৰকাৰীসকলৰ ছফ্টৱেৰৰ সাম্প্ৰতিৰ ভাৰ্ছন আপডেট কৰি ল’বলৈ পৰামৰ্শ দিয়া হৈছে৷ ডিভাইছত কোনো অযাচিত এক্টিভিটিৰ দিশতো নজৰ ৰখাৰ পৰামৰ্শ দিয়া হৈছে৷ ইয়াৰোপৰি ছাইবাৰ ছিকিউৰিটি সংক্ৰান্তিয় নিয়ম মানিবলৈকো আহ্বান জনোৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়
জীৱনশৈলী

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

March 17, 2026
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ
জীৱনশৈলী

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

March 17, 2026
Next Post
সনাতনী আকৰ্ষণঃ অসমৰে মুছলমান যুৱতীয়ে আইনী প্ৰক্ৰিয়াৰে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

সনাতনী আকৰ্ষণঃ অসমৰে মুছলমান যুৱতীয়ে আইনী প্ৰক্ৰিয়াৰে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

কাইলৈ দ্বিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ, কৃষ্ণা সপ্তমীত ভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈ দ্বিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ, কৃষ্ণা সপ্তমীত ভাগ্য খুলিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.