• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ দ্বিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ, কৃষ্ণা সপ্তমীত ভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈ দ্বিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ, কৃষ্ণা সপ্তমীত ভাগ্য খুলিব ৫ৰাশিৰ

2 years ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

13 minutes ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

60 minutes ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

1 hour ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

2 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

2 hours ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

16 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

17 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

18 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

18 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

19 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

19 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ দ্বিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ, কৃষ্ণা সপ্তমীত ভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈ দ্বিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ, কৃষ্ণা সপ্তমীত ভাগ্য খুলিব ৫ৰাশিৰ

editor by editor
September 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈ দ্বিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ, কৃষ্ণা সপ্তমীত ভাগ্য খুলিব ৫ৰাশিৰ
0
SHARES
723
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৩ ছেপ্টেম্বৰ ২০২৪ সোমবাৰে চন্দ্ৰই পুৱা ৯বাজি ৪৫ মিনিটত বৃষ ৰাশি ত্যাগ কৰি মিথুন ৰাশিত প্ৰৱেশ কৰিছে৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিন মাহৰ কৃষ্ণপক্ষৰ সপ্তমী তিথি৷ কাইলৈ পিতৃপক্ষৰ সপ্তমী তিথি৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব দ্বিপুষ্কৰ যোগ, বৰিয়ান যোগ আৰু ব্যাতিপত যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ ইফালে হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব?

বৃষ ৰাশি

২৪ ছেপ্টেম্বৰত মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱত লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ পাবলগীয়া ধন লাভ কৰিব৷ কেৰিয়াৰত আপুনি উন্নতি কৰিব পাৰিব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা বৃহৎ লাভ কৰিব পাৰিব বৃষ ৰাশিৰ জাতকে৷ লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতিও কাইলৈ ভাল থাকিব বৃষ ৰাশিৰ জাতকৰ৷

কৰ্কট ৰাশি

কাইলৈ ব্যতিপদ যোগৰ শুভ ফল থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বহু পৰিমানে বৃদ্ধি পাব৷ কাইলৈ নতুন চাকৰি লাভৰো যোগ আছে৷ হনুমানৰ আশীৰ্বাদত কাইলৈ ব্যৱসায়ত উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱত কাইলৈ পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব৷

কন্যা ৰাশি

বৰিয়ান যোগৰ প্ৰভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ পূৰ্বে কৰা সকলো পৰিকল্পনাৰ পৰা কাইলৈ সফলতা আহিব৷ বজৰংবলীৰ আশীৰ্বাদত সমাজত মান সন্মান বৃদ্ধি পাব৷ পিতৃৰ সৈতে সম্পৰ্ক ভাল হ’ব কন্যা ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত লাভ বাঢ়িব৷ বিশেষ কোনো ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ’ব৷

তুলা ৰাশি

দ্বিপুষ্কৰ যোগৰ শুভ প্ৰভাৱত কাইলৈ দুৰ্দান্ত লাভ হ’ব তুলা ৰাশিৰ জাতকৰ৷ কাইলৈ বিদেশ যাত্ৰাৰ কোনো বৃহৎ সুযোগ পাব পাৰে আপুনি৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ হনুমানৰ আশীৰ্বাদত আপুনি যি কামতেই হাত দিয়ে সফল হ’বই৷ আপোনাৰ সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷

মকৰ ৰাশি

মৃগশিৰা নক্ষত্ৰৰ প্ৰভাৱত মকৰ ৰাশিৰ জাতকৰ দিনটো শুভ হ’ব৷ বজৰংবলীৰ আশীৰ্বাদত কাইলৈ আপুনি কোনো শুভ খবৰ পাব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মনত আনন্দ থাকিব৷ পৰিয়ালতো সুখৰ পৰিবেশ থাকিব৷ কাইলৈ সম্পত্তি লাভৰো যোগ আছে৷ নিজৰ আৰ্থিক পৰিস্থিতি কাইলৈ বহুপৰিমানে মজবুত হ’ব আপোনাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?
জীৱনশৈলী

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

May 14, 2026
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব
জীৱনশৈলী

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

May 14, 2026
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?
জীৱনশৈলী

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

May 14, 2026
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?
জীৱনশৈলী

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

May 14, 2026
Next Post
সূৰ্যৰ তাপ কমিল, আহিল মন জুৰোৱা শীত, কাইলৈৰ পৰা ৰাজ্যৰ ক’ত কিমান তাপমাত্ৰা?

সূৰ্যৰ তাপ কমিল, আহিল মন জুৰোৱা শীত, কাইলৈৰ পৰা ৰাজ্যৰ ক’ত কিমান তাপমাত্ৰা?

দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.