• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱৰাত্ৰীৰ চতুৰ্থ দিন, দেৱীৰ কোনটো ৰূপক পূজা কৰিব? নৱৰাত্ৰীত দেৱীৰ এই ৰূপক পূজা নকৰিলে ধনলাভৰ সপোন আধৰুৱা হৈ থাকিব আপোনাৰ

নৱৰাত্ৰীৰ চতুৰ্থ দিন, দেৱীৰ কোনটো ৰূপক পূজা কৰিব? নৱৰাত্ৰীত দেৱীৰ এই ৰূপক পূজা নকৰিলে ধনলাভৰ সপোন আধৰুৱা হৈ থাকিব আপোনাৰ

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

41 minutes ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

1 hour ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

2 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

4 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

4 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

15 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

16 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

16 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱৰাত্ৰীৰ চতুৰ্থ দিন, দেৱীৰ কোনটো ৰূপক পূজা কৰিব? নৱৰাত্ৰীত দেৱীৰ এই ৰূপক পূজা নকৰিলে ধনলাভৰ সপোন আধৰুৱা হৈ থাকিব আপোনাৰ

নৱৰাত্ৰীৰ চতুৰ্থ দিন, দেৱীৰ কোনটো ৰূপক পূজা কৰিব? নৱৰাত্ৰীত দেৱীৰ এই ৰূপক পূজা নকৰিলে ধনলাভৰ সপোন আধৰুৱা হৈ থাকিব আপোনাৰ

editor by editor
October 6, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
নৱৰাত্ৰীৰ চতুৰ্থ দিন, দেৱীৰ কোনটো ৰূপক পূজা কৰিব? নৱৰাত্ৰীত দেৱীৰ এই ৰূপক পূজা নকৰিলে ধনলাভৰ সপোন আধৰুৱা হৈ থাকিব আপোনাৰ
0
SHARES
246
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰী। বিশেষ ৯দিন মা দুৰ্গাৰ নটা ৰূপৰ পূজা কৰা হয়৷ ইতিমধ্যেই তিনিটা ৰূপৰ পূজা সম্পন্ন হৈছে৷ চতুৰ্থ দিনা মা দুৰ্গাৰ চতুৰ্থ ৰূপ মা কুশমাণ্ডা দেৱীক পূজা কৰাৰ পৰম্পৰা আছে। আজি ৬ অক্টোবৰ দেওবাৰ, নৱৰাত্ৰিৰ চতুৰ্থ দিন। কিন্তু এইবাৰ যিহেতু চতুৰ্থী তিথি উদয়তিথিৰ লগত মিল নাই, গতিকে ৬ অক্টোবৰক নৱৰাত্ৰিৰ চতুৰ্থ দিন বুলি গণ্য কৰা নহ’ব। মা কুশমাণ্ডাৰ পূজাৰ সঠিক তাৰিখ, শুভ সময় কেতিয়া জানি থওক সবিশেষ৷

নৱৰাত্ৰিৰ চতুৰ্থ দিন কেতিয়া?

আহিন মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি পুৱা ৭.৪৯ বজাৰ পৰা আৰম্ভ হৈছে৷ এই তিথি থাকিব ৭ অক্টোবৰৰ পুৱা ৯.৪৭ বজালৈকে৷ এই পৰিস্থিতিত সূৰ্য্য উদয়ৰ সময়ত উদয়তিথিৰ অনুপস্থিতিৰ বাবে ৭ অক্টোবৰ নৱৰাত্ৰিৰ চতুৰ্থ দিন হ’ব। সেয়ে  ৭ অক্টোবৰত দেৱী কুশমাণ্ডা দেৱীৰ পূজা কৰা হ’ব।

কুশমাণ্ডা দেৱীক পূজা কৰাৰ উপকাৰ

দেৱী কুশমাণ্ডাই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়। কুশমাণ্ডা সংস্কৃত শব্দ৷ শাস্ত্ৰ অনুযায়ী কুশমাণ্ডা দেৱীক সঠিকভাৱে পূজা কৰিলেই মানুহক সকলো ধৰণৰ দুখ আৰু দৰিদ্ৰতাৰ পৰা তেওঁ সকাহ দিয়ে৷ জীৱন সুখেৰে ভৰি পৰে বুলি বিশ্বাস কৰা হয়। দেৱী কুশমাণ্ডা পূজা কৰিলে ঘৰত ধন-সম্পত্তিৰ প্ৰাপ্তিও হয়।

দেৱী কুশমাণ্ডাৰ প্ৰকৃতি কেনেকুৱা?

দেৱী ভাগৱতী পুৰাণৰ মতে মা দুৰ্গাৰ চতুৰ্থ ৰূপ হৈছে দেৱী কুশমাণ্ডা। মাতৃ কুশমাণ্ডাৰ আঠটা বাহু আছে। এখন হাতত মালা আৰু বাকী সাতখন হাতত ধনু, কাঁড়, কমণ্ডলু, পদুম, অমৃত ভৰ্তি পাত্ৰ, চক্ৰ আৰু গদা থাকে৷ তেওঁ সিংহৰ ওপৰত অৱস্থান কৰে।

মাতৃ কুশমাণ্ডাক বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি হোৱা নাছিল আৰু চাৰিওফালে আন্ধাৰ আছিল, তেতিয়া এই দেৱীয়ে নিজৰ ঐশ্বৰিক হাস্যৰস অৰ্থাৎ মৃদু হাঁহিৰে বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছিল। সেইবাবেই ইয়াক বিশ্বব্ৰহ্মাণ্ডৰ আদি ৰূপ বা আদিশক্তি বুলি কোৱা হৈছে। আঠবাহু বিশিষ্ট দেৱী কুশমাণ্ডাই হালধীয়া ৰং ভাল পায়। সেয়ে হালধীয়া পদুম ফুল আগবঢ়াই মাতৃ কুশমাণ্ডাক সন্তুষ্ট কৰিব পাৰিব৷

কুশমাণ্ডা দেৱীৰ পূজা পদ্ধতি

নৱৰাত্ৰীৰ চতুৰ্থ দিনা সূৰ্য্য উদয়ৰ আগতে উঠি স্নান কৰিব লাগে৷ তাৰপিছতেই মা কুশমাণ্ডাৰ পূজা আৰম্ভ কৰক৷ ঘিউৰ দীপ আৰু ধূপ জ্বলাই মা দুৰ্গা চলিছা, দুৰ্গা সপ্তশতিৰ লগতে মা কুশমাণ্ডাৰ মন্ত্ৰ, স্তোত্ৰ আদি পাঠ কৰক। শেষত আনুষ্ঠানিক আৰতিৰ পিছত ভুলৰ বাবে ক্ষমা খুজিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

October 5, 2026
Next Post
অপেক্ষা মাত্ৰ ৩-৪ বছৰৰ, ভাৰতৰ আকাশত আক্ৰমণ কৰিলেই মুহূৰ্তত ধ্বংস হ’ব শত্ৰুৰ মিছাইল

অপেক্ষা মাত্ৰ ৩-৪ বছৰৰ, ভাৰতৰ আকাশত আক্ৰমণ কৰিলেই মুহূৰ্তত ধ্বংস হ’ব শত্ৰুৰ মিছাইল

ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

ওলোটাকৈ ঘূৰিবলৈ আৰম্ভ কৰিছে পৃথিৱীৰ কেন্দ্ৰ! কি প্ৰভাৱ পৰিব জীৱজগতৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.